উফি নিৰাময়ৰ বাবে এইকেইটা টিপছ লওক

0
1575

উফিৰ সমস্যাত নোভোগা মানুহ নায়েই৷ ই বিশেষ একো অসুবিধাৰ সৃষ্টি নকৰে যদিও সৌন্দৰ্যৰ দৃষ্টিৰে চাবলৈ গ’লে চুলিৰ মাজত বগা বগা উফিবোৰ দেখিলে বৰ বেয়া লাগে৷ সেয়েহে আজি আমাৰ আলোচনাৰ বিষয়টো হৈছে যে উফিৰ পৰা কেনেকৈ হাত সাৰিব পাৰি৷

FAQ: Dandruff - Blog


[১] প্ৰথম কথা হ’ল চুলি ফণিয়াওঁতে এই উফিবোৰ মুখত পৰাৰ ফলত পিম্পলৰ সমস্যাই দেখা দিয়ে৷

Forehead acne and pimples: Causes, treatment, and prevention
Try to keep the hair off the face as when your hair with dandruff is in contact with the facial skin, it can lead to pimples.


[২] দ্বিতীয়তে এই উফিবোৰ পিঠি আৰু কান্ধত বেছিকৈ পৰে বাবে বেক্‌ একনি [Back acne]ৰ মূল কাৰণ উফি হ’ব পাৰে৷

Your Guide To Treating Those Pesky Back Pimples - Gleath
Dandruff is one of the most common causes of back acne.


[৩] সেয়েহে ইয়াৰ বাবে আমি দুদিনৰ মূৰে মূৰে মূৰ ধোৱা উচিত৷

The Dirty Truth About Washing Your Hair – Health Essentials from Cleveland Clinic
Two to three times a week is best to ‘wash’ your hair with a shampoo.


[৪] মনত ৰাখিব, মূৰ ধোওঁতে গৰম পানী ব্যৱহাৰ কৰা উচিত নহয়৷

Horrible Hair Mistakes | 7 Damaging Errors Men Make
Using too much of hot water on the hair can lead to damaging effects.


[৫] চুলিত ছেম্পু কৰোঁতে ১৫-২০ মিনিট সময় মূৰৰ ছালখন মাচাজ কৰি অলপ সময় থাকিব দিব লাগে৷ তাৰ পাছত পৰিষ্কাৰ পানীৰে ধুই দিব লাগে৷
.

The benefits of scalp massage or head massage during shampooing in hair salons
Try to massage your scalp using your fingertips for at least 15 minutes.


ঘৰুৱা উপায় :–
[১] উফি নিৰাময়ৰ বাবে উত্তম উপায়টো হৈছে মেথি গুটি৷ অলপ মেথি গুটি গোটেই ৰাতি পানীত তিয়াই থৈ পিছদিনা ৰাতিপুৱা মেথি গুটিখিনি ভালদৰে পিচি ল’ব লাগে৷ তাৰ পাছত তাত এচামুচ দৈ মিশ্ৰণ কৰি পেষ্টটো ২০-৩০ মিনিট সময় মূৰৰ ছালত লগাই ধুই দিব লাগে৷

Guilty Bytes: Indian Fashion Blogger | Delhi Style Blog | Beauty Blogger | Wedding Blog: DIY! 3 Curd Hair Masks for Dandruff-Free Hair!
The fenugreek paste for dandruff works wonders when mixed with curd.


[২] এমুঠি নিমপাতৰ পেষ্ট বনাই তাত নেমুৰ ৰস মিশ্ৰণ কৰি ল’ব লাগে৷ এতিয়া এই মিশ্ৰণখিনি চুলিৰ গুৰিত ভালদৰে লগাই আধা ঘণ্টা থাকি মিশ্ৰণখিনি ধুই পেলাব লাগে৷

Neem Leaves and Powder for Dandruff, Hair Growth and Baldness
Lemon juice is often used alone for treating dandruff. When combined with neem the effectiveness gets amplified.


[৩] আমলখিৰ গুড়িৰ লগত পানী আৰু তুলসীৰ পাত দি এটা পেষ্ট তৈয়াৰ কৰি ল’ব লাগে৷ এই পেষ্টটো আধা ঘণ্টামান চুলিৰ গুৰিত লগাই ধুই দিব লাগে৷ এনেদৰে সপ্তাহত দুবাৰমান কৰিলে সুফল পোৱা যায়৷

Religious and Ayurvedic Importance of Amla and Tulsi
To make an anti-dandruff tulsi hair mask, add few leaves of tulsi, half a cup of amla powder and a little bit water in the blender. Blend it to make a smooth paste. Apply this paste on your scalp and post 30 minutes rinse it well. This mask helps to get rid of dandruff effectively.

LEAVE A REPLY

Please enter your comment!
Please enter your name here