Home Fitness Plus হাড় দুৰ্বল নহ’বলৈ কি কৰিব ?

হাড় দুৰ্বল নহ’বলৈ কি কৰিব ?

বয়স বৃদ্ধি আৰু দুৰ্বল খাদ্যাভ্যাসৰ বাবে, হাড় দুৰ্বল হোৱাটো বৰ্তমানৰ যুগত তেনেই সাধাৰণ হৈ পৰিছে। এনে পৰিস্থিতিত, সকলোৱে নিজৰ প্ৰতি শৰীৰৰ প্ৰতি বিশেষ যত্ন ল’ব লাগিব, অন্যথা ভৱিষ্যতে বিভিন্ন ধৰণৰ সমস্যা হ’ব পাৰে।
৩০ বছৰৰ পিছত হাড় দুৰ্বল নহ’বলৈ কৰিবলগীয়া কামকেইটা ঃ
(১) কেলচিয়াম সমৃদ্ধ খাদ্য খাব৷ শক্তিশালী হাড়ৰ বাবে সকলোৱে নিজৰ আহাৰত কেলচিয়াম সমৃদ্ধ খাদ্য অন্তৰ্ভুক্ত কৰিব লাগে। কিয়নো নিজৰ হাড় শক্তিশালী কৰি ৰখাৰ বাবে কেলচিয়ামৰ প্ৰয়োজন। এই ক্ষেত্ৰত ই যথেষ্ট সহায় কৰিব।
(২) সেউজীয়া পাচলি খাব৷
হাড় শক্তিশালী কৰাত সেউজীয়া পাচলিৰো যথেষ্ট অৱদান আছে। যদি মানুহে নিজৰ আহাৰত সেউজীয়া পাচলি অন্তৰ্ভুক্ত কৰে, তেনেহ’লে সময়ৰ আগতে হাড় দুৰ্বল পৰা বাচি থাকিব পাৰি।
(৩) অমেগা-৩ চৰ্বিযুক্ত আহাৰ গ্ৰহণ কৰক৷ মানুহে অমেগা-৩ চৰ্বিযুক্ত আহাৰ গ্ৰহণ কৰা উচিত। ই হাড়বোৰ শক্তিশালী কৰে। প্ৰকৃততে, ইয়াৰ ব্যৱহাৰে হাড়
গঠনত সহায় কৰে।

(৪) ব্যায়ামে হাড় শক্তিশালী কৰিব৷ হাড় শক্তিশালী কৰিবলৈ মানুহে সদায়ে ব্যায়াম কৰিব লাগে। ই শক্তিশালী হাড় গঠন কৰে। অৰ্থাৎ, মানুহে খোজকাঢ়ি নাইবা অন্য কোনো ব্যায়াম কৰি হাড় শক্তিশালী কৰি ৰাখিব পাৰে।
৫. অধিক প্ৰ’টিন খাব লাগে ৷
শক্তিশালী হাড়ৰ বাবে সকলোৱে নিজৰ আহাৰত অধিক পৰিমাণত প্ৰ’টিন সমৃদ্ধ খাদ্য সামগ্ৰী অন্তৰ্ভুক্ত কৰিব লাগে। প্ৰকৃততে, প্ৰ’টিনে হাড় ভঙা আৰু প্ৰতিৰোধ কৰাত সহায় কৰে৷

(৪) ব্যায়ামে হাড় শক্তিশালী কৰিব৷ হাড় শক্তিশালী কৰিবলৈ মানুহে সদায়ে ব্যায়াম কৰিব লাগে। ই শক্তিশালী হাড় গঠন কৰে। অৰ্থাৎ, মানুহে খোজকাঢ়ি নাইবা অন্য কোনো ব্যায়াম কৰি হাড় শক্তিশালী কৰি ৰাখিব পাৰে।
৫. অধিক প্ৰ’টিন খাব লাগে ৷
শক্তিশালী হাড়ৰ বাবে সকলোৱে নিজৰ আহাৰত অধিক পৰিমাণত প্ৰ’টিন সমৃদ্ধ খাদ্য সামগ্ৰী অন্তৰ্ভুক্ত কৰিব লাগে। প্ৰকৃততে, প্ৰ’টিনে হাড় ভঙা আৰু প্ৰতিৰোধ কৰাত সহায় কৰে৷

Most Popular

বেদতে আছিল বিজ্ঞানৰ সমস্ত সূত্ৰতোলপাৰ লগাইছে এই দাবীয়ে

বিজ্ঞানৰ সমস্ত সূত্ৰ বেদতে আছিল৷ এই দাবী কৰিছে ইছৰ’ৰ অধ্যক্ষ এছ সোমনাথে৷ ভাৰতৰ মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰ’ৰ অধ্যক্ষ সোমনাথে কোৱা মতে...

প্ৰথমবাৰৰ বাবে মঙল গ্ৰহৰপৰাপৃথিৱীলৈ এলিয়েন ছিগ্‌নেল প্ৰেৰণ

পৃথিৱীৰ বাহিৰতো আন জীৱৰ সন্ধান অব্যাহত থকা অৱস্থাত প্ৰথমবাৰৰ বাবে মঙল গ্ৰহৰ পৰা পৃথিৱীলৈ মহাবিশ্বৰ এটা সংকেত প্ৰেৰণ কৰা হৈছে৷ আন...

সুখবৰ : ডায়েবেটিছৰ বাবে বিশ্বৰ প্ৰথম অৰেল ইনছুলিন উদ্ভাৱন

বৰ্তমান বিশ্বত ডায়েবেটিছ ৰোগে ভয়াৱহভাৱে দেখা দিছে৷ অনিয়মীয়া খাদ্য গ্ৰহণ, দৈনন্দিন জীৱন প্ৰণালীৰ সালসলনি, আৰামপ্ৰিয় জীৱন, পৰিশ্ৰমহীন কৰ্ম, খাদ্য সামগ্ৰী ভেজালকৰণ ইয়াৰ...

ধুমুহা আহে লাহে লাহে

(৩১ মে' : বিশ্ব ধঁপাত-বিৰোধী দিৱস উপলক্ষে) ডাঃ অৰূপ কুমাৰ নাথঅধ্যক্ষ তথা মুখ্য পৰিচালন সঞ্চালক আৰু মুখ্য ইউৰ'লজি বিশেষজ্ঞ,