সত্তৰ উৰ্ধৰ ৰাষ্ট্ৰপতিয়ে দিলে সাহস আৰু শাৰীৰিক সক্ষমতাৰ পৰিচয়। দেখি সকলো অবাক।

0
1770

নিউজ হে’লথ্ প্লাছ

°°°°°°°°°°°°°°°°°°

২০ আগষ্ট, ২০২০, স্বাস্থ্যবাৰ্তাঃ  পৰ্টুগালৰ ৰাষ্ট্ৰপতি মাৰ্চেলো ৰেবেলো ডিয়ে লকডাউনৰ সময়ছোৱাত অৱসৰ বিনোদনৰ অৰ্থে সমুদ্ৰ-তীৰত পাইচাৰি কৰি ফুৰা সময়তেই লক্ষ্য কৰে যে দুগৰাকী আদহীয়া মহিলা সীমাহীন  নীল সমুদ্ৰৰ বাধাহীন ঊৰ্মীমালাৰ কোবাল স্ৰোতত ডুব গৈ প্ৰাণ যাওঁ‌ যাওঁ‌ অৱস্থাপ্ৰায়। লগে লগেই একসত্তৰ বছৰ বয়সীয়া পৰ্টুগাল ৰাষ্ট্ৰপতিগৰাকীয়ে পানীত নামি গৈ কৌশলপূৰ্ণভাৱে দুয়োগৰাকী মহিলাৰেই প্ৰাণ বচাই উপকূললৈ উঠাই আনে।

সত্তৰোৰ্ধ্বৰ ৰাষ্ট্ৰপতিগৰাকীৰ সুস্বাস্থ্য আৰু শাৰীৰিক সক্ষমতাক সকলোৱে একেমুখে শলাগ লৈছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here