মেট্ৰিছত শোৱাটো কিমান উপযোগী?

0
1895


আধুনিক জীৱনশৈলীত মেট্ৰিছত শোৱাটো এটা অভ্যাসত পৰিণত হৈছে৷ মেট্ৰিছসমূহ হৈছে একপ্ৰকাৰৰ ডাঙৰ তুলি৷ কিন্তু মেট্ৰিছত শোৱাটো কিমান উপযোগী, সেইটো জনাটো অতি জৰুৰী৷ যদি আপুনি শোৱা মেট্ৰিছখন বহু দৃঢ় নাইবা¸ কোমল হয়, তেন্তে ই আপোনাৰ পিঠিৰ বিষৰ কাৰক হ’ব পাৰে৷ কাৰণ এনেধৰণৰ মেট্ৰিছে পিঠি অংশক বহুত হেঁচা দিয়ে৷ বেছি কোমল মেট্ৰিছে শোওঁতে ইফাল-সিফাল কৰাত অসুবিধাৰ সৃষ্টি কৰে৷ যাৰ ফলত শোৱাৰ ঢং বেয়া হয়৷ এনেদৰে শোৱাৰ ফলত বাহু, পিঠি, কঁকাল, ডিঙি আদিত অধিক চাপ পৰে৷ সেয়ে আমি শোৱাৰ উপযোগী মেট্ৰিছহে ব্যৱহাৰ কৰিব লাগে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here