মহাৰাষ্ট্ৰত Delta plus-ৰ দ্বাৰা সংক্ৰমিত লোকৰ সংখ্যা বৃদ্ধি

0
992
মহাৰাষ্ট্রত Delta plus-ৰ দ্বাৰা সংক্ৰমণৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে৷ মহাৰাষ্ট্ৰত কৰ’না ভাইৰাছৰ Delta plus ভেৰিয়েণ্টৰ দ্বাৰা আৰু ১০জন লোক নতুনকৈ সংক্ৰমিত হোৱাৰ পাছত মহাৰাষ্ট্ৰত Delta plus-ত পাঁচজন লোকৰ মৃত্যু হৈছে৷ Delta plus ভেৰিয়েণ্টৰ দ্বাৰা সংক্ৰমিত ৭৬জনৰ ১০জনে কভিডৰ দুয়োপালি ভেক্‌চিন লৈছিল আৰু ১২জনে এপালি ভেক্‌চিন লৈছিল৷ সংক্ৰমিত ৭৬জনৰ ভিতৰত অতি কমেও ৩৭জনৰ লক্ষণ আধিক্যহীন৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here