বীটৰুটত কি কি থাকে আহক চাই লওঁ এবাৰ-

0
1676


মানৱ শৰীৰৰ বাবে এবিধ উপকাৰী পাচলি হৈছে বিট৷ ইয়াক ছালাড, জুচ, চুপ হিচাপে হিচাপে খোৱা হয়৷ ঔষধি গুণেৰে ভৰপূৰ ঋতুকালীন পাচলি বিট আমি খোৱাটো খুবেই আৱশ্যক। বীটৰুটত কি কি থাকে আহক চাই লওঁ এবাৰ- শৰ্কৰা, প্ৰটিন, আঁহজাতীয় পদাৰ্থ, পটাছিয়াম, মেংগানিজ, ভিটামিন-B আদি প্ৰচুৰ পৰিমাণে থাকে।

বীটৰুটৰ গুণাগুণ-
(১) দৃষ্টি শক্তি বৃদ্ধিত সহায় কৰে।
(২) ৰক্ত সঞ্চালন নিয়মীয়া কৰি ৰাখে।
(৩) অৱসাদ দূৰ কৰে।
(৪) লিভাৰ সুস্থ ৰাখে।
(৫) ৰক্তচাপ নিয়ন্ত্ৰিত ৰাখে।
(৬) হৃদপিণ্ড সবল আৰু শক্তিশালী কৰি ৰাখে।
(৭) ৰক্তহীনতা দূৰ কৰে।
(৮) শৰীৰ কাৰ্যক্ষম কৰি ৰাখে।
(৯) অন্ত্ৰত জমা হোৱা দূষিত পদাৰ্থ নিষ্কাষণ কৰাত সহায় কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here