বায়ু প্ৰদূষণৰ কাৰণে ২০২০ বৰ্ষত দিল্লীত কিমান লোকৰ মৃত্যু হৈছে জানেনে?

0
1355

বায়ু প্ৰদূষণৰ কাৰণে যোৱা বছৰ দেশৰ ৰাজধানী দিল্লীত ৫৪ হাজাৰ লোকৰ মৃত্যু হয়৷ দিল্লীৰ বায়ুমণ্ডলত প্ৰদূষণৰ মাত্ৰা বিশ্ব স্বাস্থ্য সংগঠনে নিৰ্ধাৰণ কৰা সীমাতকৈ প্ৰায় ছগুণ বেছি৷ 
                            
Greenpeace Southeast Asia এছিয়াৰ এটা নতুন অধ্যয়নত কোৱা হৈছে যে দিল্লীৰ বায়ুমণ্ডলত ফাইন পাৰ্টিকুলেট মেটাৰ চমুকৈ পি এম ২.৫ বিপজ্জনকভাৱে বেছি আৰু প্ৰতি ১০ লাখ লোকৰ ভিতৰত ১৮০০ লোকৰ মৃত্যুৰ কাৰণ বায়ু প্ৰদূষণ৷ দিল্লীৰ উপৰি মুম্বাই, বেংগালুৰু, হায়দৰাবাদ, চেন্নাই আৰু লক্ষ্ণৌতো ২০২০ চনত বায়ু প্ৰদূষণৰ কাৰণে প্ৰায় ৬০ হাজাৰ লোকৰ মৃত্যু হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here