প্ৰথমবাৰৰ বাবে নিউমোনিয়াৰ ভেকচিন প্ৰস্তুত– কেতিয়া?

0
1753


ভাৰতত প্ৰথমবাৰৰ বাবে নিউমোনিয়াৰ ভেক্‌চিন প্ৰস্তুত কৰা হৈছে৷ পুনেস্থিত ছিৰাম ইন্‌ষ্টিটিউটে প্ৰস্তুত কৰা এই ভেক্‌চিন অতি সোনকালেই কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ডাঃ হৰ্ষ বৰ্ধনে মুকলি কৰাৰ সম্ভাৱনা আছে৷ ইয়াৰ পাছত বজাৰত এই ভেক্‌চিন পোৱা যাব৷ উল্লেখ্য যে বজাৰত বৰ্তমানে পোৱা দুটা বিদেশী ভেক্‌চিনৰ তুলনাত ছিৰাম ইন্‌ষ্টিটিউটৰ ভেক্‌চিনৰ দাম কম হ’ব বুলিও কোৱা হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here