দেশৰ ভিতৰত সুৰাপানৰ ক্ষেত্ৰত প্ৰথম স্থানত অসমৰ মহিলা

0
2095

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰকাশ কৰা ২০১৯-২০ বৰ্ষৰ এক পৰিসংখ্যা অনুসৰি মহিলাৰ তালিকাত দেশৰ ভিতৰতে সুৰাপানৰ ক্ষেত্ৰত অসমৰ মহিলা প্ৰথম স্থানত আছে৷ মদ্যপানৰ ক্ষেত্ৰত অসমৰ মহিলাই পুৰুষ¸কো চেৰ পেলাইছে৷ তথ্য অনুসৰি ১৫–২৯ বছৰৰ যুৱতী-মহিলাই কৰে অত্যধিক সুৰাপান৷ অসমৰ ২৬.৩ শতাংশ মহিলাই সুৰাপান কৰে বুলি তথ্যত প্ৰকাশ পাইছে৷ এই ক্ষেত্ৰত ৰাষ্ট˜ীয় মদ্যপানৰ হাৰ ১.2শতাংশকো অসমীয়া মহিলাই পিছ পেলাইছে৷ উল্লেখযোগ্য যে নগালেণ্ড, হিমাচল প্ৰদেশ, গোৱা আৰু কৰ্ণাটক আদি ৰাজ্যবোৰৰ মহিলাসকলে কৰা সুৰাপানৰ হাৰ তেনেই নগণ্য৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here