দাম কমিব জায়কভ-ডিৰ : কি এই জায়কভ-ডি ? ZyCov-D prices to fall. What is this ZyCov-D?

0
588
দামৰ ক্ষেত্ৰত ভাৰত চৰকাৰৰ নেৰানেপেৰা আলোচনাৰ পাছত জায়ডাছ কেডিলাই ইয়াৰ কভিড-১৯ ভেক্‌চিনৰ এটা পালিৰ দাম ২৬৫ টকা কৰিবলৈ মান্তি হৈছে৷ অৱশ্যে চূড়ান্ত চুক্তি কৰিবলৈ এতিয়াও বাকী বুলি সূত্ৰই জনায়৷ জায়ডাছ কেডিলাৰ ZyCov-D হৈছে ভাৰতীয় ঔষধ নিয়ন্ত্ৰকে অনুমোদন জনোৱা ১২ বছৰীয়াতকৈ ওপৰৰসকলক দিব পৰা কভিড বিৰোধী প্ৰথম ভেক্‌চিন৷ ‘নীডল-ফ্ৰী’ এই ভেক্‌চিনৰ প্ৰতিপালিৰ বাবে ৯৩ টকা মূল্যৰ বিষহীন ‘জেট এপ্লিকেটৰ’ৰ প্ৰয়োজন, যাৰ বাবে প্ৰতিপালিৰ দাম হ’বগৈ ৩৫৮ টকা৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here