জীৱ-জন্তুৱে বিষাক্ত দ্ৰব্য খালে কি কৰিব?

0
1427
মানুহৰ দৰে জীৱ-জন্তুৰো কেতিয়াবা স্বাস্থ্যৰ অৱনতি হোৱা দেখা যায়৷ বিশেষকৈ, কেতিয়াবা গৰু-ছাগলীয়ে নজনাকৈয়ে ঘাঁহ-বনৰ লগত বিষাক্ত দ্ৰব্য ভক্ষণ কৰে৷ যাৰ ফলত সিহঁতৰ স্বাস্থ্যৰ অৱনতি ঘটিবলৈ ধৰে৷ অকল গৰু-ছাগলীয়ে নহয়, অন্য জীৱ-জন্তুৱেও বিষাক্ত খাদ্য সেৱন কৰাৰ ফলত সিহঁতৰ শৰীৰ অসুস্থ হোৱা দেখা যায়৷ সেয়ে ইয়াৰ নিৰাময়ৰ ব্যৱস্থা কৰা উচিত৷
8 Tips for Getting Rid of Poison Ivy on Your Property | Everyday Health

(১) জীৱ-জন্তুৱে বিষাক্ত যিকোনো খাদ্য খালে নহৰু খুন্দি অলপ পানীত মিহলাই খুৱাব লাগে৷
(২) জীৱ-জন্তুৱে কৰৱী গছৰ গুটি খালে কেঁচা হালধিৰ ৰস গাখীৰৰ লগত মিহলাই খুৱালে বিষ কটা যায়৷


(৩) কোমোৰাৰ ৰস বা কোমোৰা সিজাই খুৱালেও সুফল লাভ কৰিব পাৰে৷
(8) নিচাজাতীয় দ্ৰব্য খালে তেঁতেলী টেঙা পানীত গুলি খুওৱা উচিত৷
(৫) জীৱ-জন্তুৱে বিষাক্ত দ্ৰব্য খালে গোল নেমুৰ ৰস উলিয়াই ততালিকে খুৱালে সোনকালে আৰোগ্য লাভ হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here