চৰ্বি কমাবলৈ এলোভেৰা জুচ কিদৰে খাব?

0
551
শৰীৰৰ ওজন বৃদ্ধিয়ে যে অকল সৌন্দৰ্যতে আঘাত হানে তেনে নহয়৷ অত্যধিক শকত মানুহৰ শৰীৰ দেখিবলৈ বেয়া হোৱাৰ লগতে তেওঁলোকৰ স্বাস্থ্যৰো বিভিন্ন সমস্যা হোৱা দেখা যায়৷ সেয়েহে ওজন নিয়ন্ত্ৰণ কৰাটো অতি প্ৰয়োজন৷ আপুনিও যদি অতি সহজে ওজন হ্ৰাস কৰিব বিচাৰিছে, তেন্তে এলোভেৰাৰ জুচ খাওক৷ এলোভেৰাত প্ৰচুৰ পৰিমাণে এণ্টিইনফ্লেমেটৰী উপাদান থাকে, যিয়ে প্ৰদাহ ৰোধ কৰি ওজন হ্ৰাস কৰাত সহায় কৰে৷

(১) ইয়াৰ বাবে এলোভেৰাৰ পাতৰ পৰা ওলোৱা জেলখিনি মিক্সিত ভালকৈ ব্লেণ্ড কৰি কিবা খোৱাৰ পোন্ধৰ মিনিটমান আগত খাব লাগে৷

How to Make Pure and Fresh Aloe Vera Gel | Fab How


(২) এলোভেৰা জুচৰ লগত কেইটোপালমান নেমুৰ ৰস মিশ্ৰণ কৰি খাব পাৰে৷

Newest > aloe vera gel and lemon juice | Sale OFF - 51%


(৩) নাইবা এলোভেৰা জুচৰ লগত মৌ মিহলি কৰি খালেও সুফল লাভ কৰিব পাৰি৷

Newest > aloe vera honey drink | Sale OFF - 63%


(8) এলোভেৰাই শৰীৰৰ টক্সিন বাহিৰ কৰি শৰীৰৰ অন্তৰ্ভাগ পৰিষ্কাৰ কৰি ৰখাত সহায় কৰে৷


(৫) আপুনি এলোভেৰা জুচৰ লগত আপোনাৰ মনপচন্দৰ যিকোনো ফল বা পাচলিৰ ৰস মিশ্ৰণ কৰি খাব পাৰে৷ কিন্তু মনত ৰাখিব এলোভেৰা জুচৰ লগত যাতে চেনি মিশ্ৰণ নকৰে৷ চেনিৰ পৰিৱৰ্তে মৌ মিশ্ৰণ কৰিব পাৰে৷


এনেদৰে এলোভেৰা জুচ একেৰাহে দুসপ্তাহমান খালে ইয়াৰ ফল আপুনি নিজেই অনুমান কৰিব পাৰিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here