ঘৰতে নিউমোনিয়া ৰোগীৰ যতন কেনেদৰে ল’ব ? How to treat pneumonia patients at home?

0
318
নিউমোনিয়া হৈছে এক হাঁওফাঁওজনিত সমস্যা, যি বেক্টেৰিয়াৰ দ্বাৰা সংক্ৰমিত হয়৷ এই ৰোগে দেখা দিলে জ্বৰ, কাহ, বুকুৰ বিষ, দুৰ্বলতা, উশাহ লোৱাত অসুবিধা আদি সমস্যাই দেখা দিয়ে৷ যদিও নিউমোনিয়া ঘৰতে ঠিক কৰিব নোৱাৰি, তথাপি ঘৰুৱাভাৱে কিছুমান প্ৰাথমিক যতন লৈ নিউমোনিয়া ৰোগীক কিছু পৰিমাণে হ’লেও সকাহ দিব পাৰি৷

(১) যদি ৰোগীগৰাকীৰ কফজনিত সমস্যা আছে, তেন্তে গৰম পানীত নিমখ মিশ্ৰণ কৰি গাৰ্গল কৰিবলৈ দিয়ক।

My Life - Gabriella Hope: Google, gurgle or gargle...

(২) নাইবা পদিনাৰ চাহ কৰি খালেও সুফল লাভ কৰিব পাৰিব৷
(৩) বুকুৰ বিষত হালধি দিয়া চাহ নাইবা আদা দিয়া চাহ খালে আৰাম পোৱা যায়৷
(8) গা ধোৱাৰ সময়ত গৰম পানী ব্যৱহাৰ কৰাৰ লগতে নাকেৰে গৰম পানীৰ ভাব লোৱা উচিত৷

7 natural ways to cleanse your lungs

(৫) ব্ৰিডিং এক্সাৰছাইজ কৰিলে হাঁওফাঁও সবল হৈ নিউমোনিয়াক পৰাজয় কৰাত অভূতপূৰ্ব বৰঙনি আগবঢ়াব পাৰি৷

Covid-19 Breathing Exercises: Avoid these 3 breathing exercises when suffering from COVID-19

(৬) লগতে ধূলি-বালিৰ পৰা নিজকে দূৰত ৰাখি, পৰিষ্কাৰ-পৰিচ্ছন্নকৈ থাকি, পৰ্যাপ্ত পৰিমাণে জিৰণি ল’লে নিশ্চয়কৈ নিউমোনিয়াৰ পৰা আৰোগ্য লাভ কৰিব পৰা যাব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here