গৰম পানীৰ সৈতে লং খালে কি হয়?

0
1448

গৰম পানীৰ সৈতে লং সেৱন কৰিলে দাঁতৰ বিষৰ পৰা পৰিত্ৰাণ পাব পাৰি৷ ইয়াৰ বাহিৰেও আপুনি দাঁতৰ বিষ হোৱা অংশত এটা লং কিছু সময়ৰ বাবে ৰাখি থ’ব পাৰে৷

লং হৈছে প্ৰায়ে ব্যৱহৃত এবিধ ভাৰতীয় মছলা, যিয়ে খাদ্যৰ সোৱাদ বৃদ্ধি কৰাৰ লগতে বিভিন্ন ঘৰুৱা উপাচাৰতো প্ৰয়োজনীয়৷ প্ৰাচীন যুগৰে পৰা আয়ুৰ্বেদ শাস্ত্ৰত বিভিন্ন চিকিৎসাৰ বাবে লঙক ব্যৱহাৰ কৰি অহা হৈছে৷ লঙক দৈনিক ব্যৱহাৰ কৰিলে বিভিন্ন পেটৰ সমস্যাৰ লগতে দাঁত আৰু ডিঙিৰ বিষৰ পৰাও ৰেহাই পাব পাৰি৷ লঙত থকা ইউজেনল উপাদানে স্ত্ৰেচ কমোৱাৰ লগতে পেটৰ সাধাৰণ সমস্যাসমূহ কম কৰাটো সহায় কৰে৷ আপুনি জানি আচৰিত হ’ব যে এই সৰু মছলাবিধে পাৰ্কিনশ্যন বেমাৰ দূৰ কৰাটো সহায় কৰে৷ ৰাতি শোৱাৰ আগতে দুটা লং চোবাই এগিলাচ গৰম পানী খালে শৰীৰৰ যিকোনো সমস্যাৰ পৰা হাত সাৰিব পাৰি৷

(১) ৰাতি লং সেৱন কৰিলে বিভিন্ন পেটৰ সমস্যা যেনে– ডায়েৰিয়া, এচিডিটি, কোষ্ঠকাঠিন্য আদিৰ পৰা ৰেহাই পোৱাৰ লগতে ই হজম প্ৰক্ৰিয়াও উন্নত কৰে৷

What causes Diarrhea? + more videos | #aumsum #kids #science #education #children - YouTube

(২) লঙত প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেণ্ট আৰু এণ্টিবেক্টেৰিয়েল উপাদান পোৱা যায়৷ ইয়াত থকা চেলিচাইলেটে শালমইনা হোৱাটো বাধা প্ৰদান কৰে৷

Pimples that do not go away: Causes and treatment

(৩) গৰম পানীৰ সৈতে লং সেৱন কৰিলে দাঁতৰ বিষৰ পৰা পৰিত্ৰাণ পাব পাৰি৷ ইয়াৰ বাহিৰেও আপুনি দাঁতৰ বিষ হোৱা অংশত এটা লং কিছু সময়ৰ বাবে ৰাখি থ’ব পাৰে৷

How to get rid of a tooth infection naturally - Times of India

(৪) লঙৰ সেৱনে ডিঙিৰ খিচখিচনি আৰু বিষৰ পৰা ৰেহাই দিব পাৰে লগতে কফ, ব্ৰংকাইটিছ, এজমা, চাইনাচাইটিছ আদিতো লং ভাল৷

Cough with mucus: Causes, symptoms, and treatment

(৫) দৈনিক গৰম পানীৰ সৈতে লং খালে ইমিউনিটি বৃদ্ধি হয়৷

How science shows that nutrition, the gut microbiota and immunity

LEAVE A REPLY

Please enter your comment!
Please enter your name here