গোটেই ৰাতি চুলিত ঘিউ লগাই ৰাখিব পাৰিনে ? Can Ghee be applied to the hair for the entire night?

0
300
ভাৰতীয় খাদ্যত ঘিউৰ ব্যৱহাৰ এক অপৰিহাৰ্য অংগ৷ ই খাদ্যৰ সোৱাদ বঢ়োৱাৰ লগতে শৰীৰৰ বাবেও উপকাৰী৷ দেহৰ বিভিন্ন সমস্যাৰ পৰা আৰম্ভ কৰি ছাল, চুলিৰ সৌন্দৰ্য বৃদ্ধিলৈ ঘিউ বিশেষভাৱে কাৰ্যকৰী৷ কিন্তু এইখিনিতে প্ৰত্যেকৰে মনত স্বাভাৱিকতে এটা প্ৰশ্ন মনলৈ আহে যে ঘিউক চুলিত লগোৱাটো উচিতনে বা গোটেই ৰাতি চুলিত ঘিউ লগাই ৰাখিলে ই হিতে বিপৰীত হ’ব নেকি? একেবাৰেই নহয়৷ অৱশ্যে চুলিত খাটি গৰুৰ ঘিউহে লগোৱা উচিত৷
healthy hair tips benefits hindi : baalo me desi ghee lagane ke fayede

(১) ঘিউ চুলিৰ বাবে যথেষ্ট উপকাৰী৷ ঘিউ গোটেই ৰাতি চুলিত লগাই ৰাখি পিছদিনা ধুই দিলে ই কণ্ডিশ্যনাৰৰ দৰে কাম কৰে৷


(২) ঘিউত প্ৰচুৰ পৰিমাণে ফেটি এচিড পোৱা যায়, যিয়ে মূৰৰ ছালৰ যতন লোৱাৰ লগতে হাইড্ৰেট কৰি ৰখাতো সহায় কৰে৷


(৩) আপোনাৰ যদি উফি বা মূৰৰ চুলি শুকান হৈ খজুৱতি হৈছে, তেনে ক্ষেত্ৰত গৰুৰ ঘিউৰে মালিচ কৰিলে মূৰৰ ছাল নৰম হয়৷

is desi ghee beneficial for the health of your hair know how to use it | सेहत के साथ ही बालों के लिए भी फायदेमंद है Desi Ghee, ऐसे करें इस्तेमाल |


(8) অলপ গৰুৰ ঘিউ গৰম কৰি মূৰত মালিচ কৰিলে ৰক্ত সঞ্চালন বৃদ্ধি পায়৷ আৰু ইয়ে নতুন চুলিগ্ৰন্থি গজা তথা ঘন আৰু দীঘল কৰাত সহায় কৰে৷


(৫) ঘিউৰে মূৰ মালিচ কৰিলে চুলিৰ গঠন উন্নত হোৱাৰ লগতে চুলিখিনি মসৃণ আৰু উজ্জ্বল হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here