গুলপীয়া ওঁঠ পাবলৈ কি তেল ব্যৱহাৰ কৰিব?

0
1012

অলিভ অইলে ওঁঠযুৰিৰ মসৃণতা বৃদ্ধিত সহায় কৰে৷

সুন্দৰ গুলপীয়া ওঁঠৰ গৰাকী হ’বলৈ কোনেনো নিবিচাৰে৷ বিভিন্ন ধৰণৰ কছমেটিকৰ প্ৰয়োগৰ লগতে প্ৰদূষণৰ ফলতো আমাৰ ওঁঠযুৰিৰ সৌন্দৰ্য ম্লান পৰে৷ গতিকে আমাৰ ওঁঠযুৰিৰ সৌন্দৰ্য বৃদ্ধি কৰিবৰ বাবে আমি ইয়াৰ বিশেষভাৱে যতন লোৱা উচিত৷ কিছুমান প্ৰাকৃতিকভাৱে পোৱা তেল আছে, যাক ব্যৱহাৰ কৰি আপুনি আপোনাৰ ওঁঠযুৰিৰ সৌন্দৰ্য দুগুণ বৃদ্ধি কৰিব পাৰে৷ গতিকে আপোনাৰ ওঁঠযুৰিৰ সৌন্দৰ্য বৃদ্ধিত কোনবিধ তেলে কি ধৰণে কাম কৰে জানো আহক–

(১) নাৰিকল তেলে ওঁঠ মসৃণ কৰাত সহায় কৰে৷

8+ Weird Tips | Coconut Oil For Lips Benefits (DIY)

(২) Papaya Oil-এ আপোনাৰ ওঁঠযুৰিৰ পূৰ্বৰ ৰং ঘূৰাই আনি উজ্জ্বল কৰাত সহায় কৰে৷

Papaya Seed Oil at Best Price in Gurgaon, Haryana | VC Natural Oils

(৩) Lotus Oil-এ ওঁঠযুৰিক শুকান হোৱাৰ পৰা বাধা দিয়ে৷

Red Lotus Pink Absolute Oil, Rs 12000 /litre Natures Natural India | ID: 16204593773

(৪) Orchid oil ত প্ৰচুৰ পৰিমাণে মেগনেচিয়াম আৰু জিংক থাকে, যিয়ে ওঁঠত পৰা পিগমেনটেশ্যন কম কৰে৷

Organic Aroma Sense

(৫) Olive oil-এ ওঁঠযুৰিৰ মসৃণতা বৃদ্ধিত সহায় কৰে৷

4 olive oil benefits for your face

(৬) Basil Oil-এ ওঁঠৰ মৃতকোষসমূহ আঁতৰাই হাইেড্ৰট কৰি ৰখাত সহায় কৰে৷

Basil Oil Benefits And Its Side Effects | Lybrate

(৭) Walnut oil ওঁঠৰ উপযুক্ত পৰিচৰ্যা কৰি ওঁঠ ক’লা পৰা নাইকিয়া কৰে৷

5 Incredible Benefits of Walnut Oil for Health and Beauty - NDTV Food

(৮) Daisy Oilএ ওঁঠৰ টেন আৰু হাইপাৰ পিগমেনটেশ্যন দূৰ কৰাত সহায় কৰে৷

Daisy Oil High Res Stock Images | Shutterstock

(৯) Rose oil ত প্ৰচুৰ পৰিমাণে এণ্টিএজিং উপাদান থাকে, যিয়ে ওঁঠৰ ফাইনলাইন দূৰ কৰি ওঁঠ গুলপীয়া কৰাত সহায় কৰে৷

Rose Essential Oil at Rs 1200/unit | Kannauj| ID: 14323519562

LEAVE A REPLY

Please enter your comment!
Please enter your name here