গাঁঠিৰ বিষত ব্যৱহাৰ কৰক Aluminum Foil

0
1396

ফ্ৰিজাৰত ৰখা Aluminum Foilটো সৰু সৰু টুকুৰা কাটি আপুনি চকুৰ তলতো ৰাখিব পাৰে৷ এনে কৰাৰ ফলত ডাৰ্ক চাৰ্কুল, চকুৰ তল ফুলা আদিৰ পৰাও আপুনি ৰেহাই পাব পাৰিব৷

Aluminum Foil হৈছে সকলো মানুহৰ ঘৰৰ এক কলাকাৰ স্বৰূপ৷ কিয়নো, ফুড পেকেজিঙৰ বাহিৰেও ইয়াৰ এনেকুৱা কিছুমান ব্যৱহাৰ আছে, যাৰ বিষয়ে আপুনি নিশ্চয় আগতে ক’তো শুনা নাই৷ এলুমিনিয়ামৰ চিকমিকিয়া কাগজখনকে আচলতে Aluminum Foil বুলি কোৱা হয়৷ ঘৰুৱা কামত ব্যৱহাৰৰ পৰা আৰম্ভ কৰি গাঁঠিৰ বিষলৈ ইয়াক ব্যৱহাৰ কৰিব পাৰি৷

(১) আপোনাৰ যদি গাঁঠিৰ বিষ হৈছে, তেন্তে বিষ হোৱা অংশত Aluminum Foil বান্ধি থওক৷ এনেকৈ এসপ্তাহমান কৰিলে সুফল লাভ কৰিব৷ অৱশ্যে এই টিপছটো সৰু-সুৰা আঘাতৰ বাবেহে উপকাৰী৷

रामबाण ईलाज: यदि जोड़ो का दर्द है तो Aluminum Foil का उपयोग कीजिये | Dil Se Deshi


(২) আপোনাৰ যদি জ্বৰ- চৰ্দি হৈছে, তেন্তে আপুনি নিশ্চয় প্ৰথমে গৰম চাহ বা ভিটামিন-চি আদি সেৱন কৰে৷ কিন্তু ইয়াৰ উপৰি আপোনাৰ ভৰিখন Aluminum Foilলেৰে বহুকেইটা স্তৰ হোৱাকৈ বান্ধি থ’ব পাৰে৷ মনত ৰাখিব যাতে প্ৰত্যেক ঘণ্টাৰ মূৰে মূৰে বেণ্ডেজটো খোলামিলা কৰি বায়ু চলাচল কৰিব পাৰে৷ দেখিব দুদিনৰ ভিতৰতে আপুনি ইয়াৰ ফলাফল লাভ কৰিব৷

Aluminum Foil Helps Soothe Everyday Pains And Aches | LittleThings.com


(৩) দৈনন্দিন কামৰ ব্যস্ততাৰ পৰা আহি ভাগৰে জুমুৰি ধৰিছে নেকি? তেন্তে এই ক্ষেত্ৰত Aluminum Foil নিশ্চয় আপোনাৰ কামত আহিব৷ ইয়াৰ বাবে Aluminum Foilটো কেইঘণ্টামানৰ কাৰণে ফ্ৰিজাৰত ৰাখক৷ এঘণ্টামানৰ পাছত উলিয়াই—-অলপ সময়ৰ কাৰণে মুখত ৰাখক৷ দেখিব আপোনাৰ লাহে লাহে দিনটোৰ ভাগৰ আঁতৰি মানসিক অৱসাদ দূৰ হৈছে৷ ইয়াৰ উপৰি ইয়াৰ সৰু সৰু টুকুৰা কাটি আপুনি চকুৰ তলতো ৰাখিব পাৰে৷ এনে কৰাৰ ফলত ডাৰ্ক চাৰ্কুল, চকুৰ তল ফুলা আদিৰ পৰাও আপুনি ৰেহাই পাব পাৰিব৷

Pin on SHEET MASKS✨


(৪) ধাৰ নোহোৱা কেচি এখন ধৰুৱাবলৈ অলপ কঠিন হয়৷ ইয়াৰ বাবে আপুনি এখন Aluminum Foil ৰ বহুকেইটা ভাঁজ কৰি লওক৷ এতিয়া কেচিখনেৰে Aluminum Foilটো কাটিবলৈ চেষ্টা কৰক৷ দেখিব এনে কৰাৰ ফলত কেচিখনৰ ধাৰ নতুন কেচিৰ দৰে হৈ পৰিছে৷

Sharpen Scissors With Aluminum Foil | ThriftyFun

LEAVE A REPLY

Please enter your comment!
Please enter your name here