খেজুৰত কি কি থাকে আহক চাই লওঁ এবাৰ

0
1198

খেজুৰত কি কি থাকে আহক চাই লওঁ এবাৰ-

খেজুৰত আছে-

ভিটামিন-A, ভিটামিন-B কমপ্লেক্স, ভিটামিন-K, মেগনেছিয়াম, মেংগানিজ, কাৰ্বহাইড্ৰেট, কেলছিয়াম, আইৰণ।

খেজুৰৰ গুণ-

⬛ খেজুৰে শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।
⬛ খেজুৰে ৰক্তহীনতা দূৰ কৰে।
⬛ খেজুৰে শৰীৰত কলেষ্টেৰল নিয়ন্ত্ৰণ কৰাত সহায় কৰে।
⬛ খেজুৰ খালে কৌষ্ঠকাঠিন্যতা দূৰ হয়।
⬛ খেজুৰত থকা কেলছিয়াম দাঁত আৰু হাড়ৰ কাৰণে উপকাৰী।
⬛ খেজুৰ এবিধ ভাল এণ্টিঅক্সিডেণ্ট।
⬛ চৰ্দি, কাহ আৰু পানীলগাত খেজুৰ বহুত উপকাৰী।

LEAVE A REPLY

Please enter your comment!
Please enter your name here