কেৰালাত জিকা ভাইৰাছ

0
1105
২০২১ চনৰ ২ আগষ্টলৈকে কেৰালাত জিকা ভাইৰাছৰ দ্বাৰা ৬৫জন লোক সংক্ৰমিত হৈছে বুলি জানিব পৰা গৈছে৷ লোক সভাত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডাৰিয়াই এই কথা জনায়৷ এক লিখিত উত্তৰত মন্ত্ৰীজনে কয় যে ৰাজ্যখনৰ ৰাজধানী তিৰুৱনন্তপুৰমত ৬১টা, এৰ্নাকুলমত ২টা তথা কোট্টায়ম আৰু কোলামত ১টাকৈ সংক্ৰমণৰ কথা জানিব পৰা গৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here