কেঁচা আমত কি কি থাকে আহক চাই লওঁ এবাৰ

0
1193

কেঁচা আমত শৰ্কৰা, প্ৰটিন, আঁহ জাতীয় পদাৰ্থ, কপাৰ, পটাছিয়াম, মেংগানিজ, মেগনেছিয়াম, ছডিয়াম ,ভিটামিন-A,B,C আৰু K প্ৰচুৰ পৰিমাণে পোৱা যায়, যি আমাৰ শৰীৰৰ কাৰণে অতিকৈ প্ৰয়োজনীয়। কেঁচা আমৰ আচাৰ-চাটনি খাই ভাল নোপোৱা মানুহ নাই বুলিয়ে ক’ব পাৰি। ই খাবলৈ সোৱাদযুক্ত হোৱাৰ লগতে ইয়াৰ আছে অনেক ঔষধি গুণ।

কেঁচা আমৰ গুণাগুণ-
(১) শৰীৰৰ ওজন কম কৰে।
(২) চুলিৰ কাৰণে ভাল।
(৩) ছালৰ কাৰণে ভাল।
(৪) হতাশা দূৰ কৰে।
(৫) ভিটামিন C ৰ কাৰণে হোৱা স্কাৰ্ভী ভাল কৰে।
(৬) শক্তিৰ যোগান ধৰে।
(৭) পেটৰ সমস্যা দূৰ কৰে।
(৮) গৰ্ভৱতী মহিলাৰ কাৰণে উপকাৰী।

LEAVE A REPLY

Please enter your comment!
Please enter your name here