কভেক্সিন Delta প্লাছৰ বিৰুদ্ধে কাৰ্যক্ষম: ICMR

0
937
ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ চমুকৈ ICMR-ৰ শেহতীয়া এক অধ্যয়নে এক শুভবাৰ্তা কঢ়িয়াই আনিছে৷ এই অধ্যয়নত প্ৰকাশ পাইছে যে কভিড-১৯ৰ মাৰাত্মক Delta প্লাছ ভেৰিয়েণ্টৰ বিৰুদ্ধে ভেক্‌চিন কভেক্সিন কাৰ্যক্ষম৷ ICMR-ৰ সহযোগিতাৰে ভাৰত বায়’টেকে প্ৰস্তুত কৰা কভেক্সিন হৈছে দেশত সম্প্ৰতি মাৰাত্মক কৰ’না ভাইৰাছৰ বিৰুদ্ধে ব্যৱহাৰ কৰা তিনিটা ভেক্‌চিনৰ এটা৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here