কভিড SOP-ৰ কিছু সালসলনি

0
447
ৰাজ্য চৰকাৰে ২৫ অক্টোবৰত জাৰি কৰা নতুন SOP-ত পুনৰ দুটা সালসলনি কৰা হৈছে৷ ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱা স্বাক্ষৰিত নতুন SOP-ৰ জৰিয়তে পূৰ্বৰ SOP-ৰ সলনি কৰা দুটা হ’ল– বিবাহ বা ধৰ্মীয় অনুষ্ঠানত ৫০জন আৰু শেষকৃত্য অনুষ্ঠানত সৰ্বাধিক ৫০জন লোক উপস্থিত থাকিব পাৰিব বুলি নিৰ্দেশনাটো কোৱা হৈছিল যদিও ২৭ অক্টোবৰত জাৰি কৰা নতুন নিৰ্দেশনা মতে বিবাহ বা আন ধৰ্মীয় অনুষ্ঠানত ২০০জন আৰু মৃতদেহ সৎকাৰত সৰ্বাধিক ১০০জন লোক উপস্থিত থাকিব পাৰিব৷ কিন্তু সকলোৱে ভেকচিন লোৱা হ’ব লাগিব৷ এই নিদেৰ্শনা ২৮ অক্টোবৰ পুৱা ৫ বজাৰ পৰা কাৰ্যকৰী হ’ব আৰু পৰৱৰ্তী নিৰ্দেশ নিদিয়াপৰ্যন্ত বাহাল থাকিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here