ঔষধি গুণসম্পন্ন এইকেইবিধ বিশেষ চাহ || Special teas with medicinal properties

0
552
বিভিন্ন ধৰণৰ চাহৰ জুতি লৈ ভাল পায় নেকি? হয়, আপোনাৰ নিচিনা আৰু হাজাৰজন ওলাব, যি চাহৰ বাবে বলিয়া৷ পিছে আপুনি যিকাপ চাহ দৈনিক খায়, সেইকাপ চাহ শৰীৰৰ বাবে উচিতনে? আপুনি জনা উচিত যে দৈনিক গাখীৰ দিয়া চাহ খালেও গেছ, বদহজম, লিভাৰৰ সমস্যা আদি হ’ব পাৰে৷ সেয়েহে আপুনি এনেকুৱা একাপ চাহ খাওক, যি স্বাস্থ্যৰ কাৰণে ভাল৷

(১) পদিনা চাহে আপোনাৰ গেছ, বদহজম দূৰ কৰাৰ লগতে মুখৰ দুৰ্গন্ধও নাইকিয়া কৰে৷ লগতে মাহেকীয়াত হোৱা পেটৰ ব্যথাও দূৰ কৰে পদিনাৰ চাহে৷

Peppermint tea: Health benefits, how much to drink, and side effects


(২) নেমু দিয়া চাহে আপোনাৰ ইমিউনিটি বৃদ্ধি কৰাৰ লগতে ব্লাড প্ৰেছাৰ নিয়ন্ত্ৰণতো বিশেষ অৰিহণা যোগায়৷

Simple Lemon Tea Recipe by Archana's Kitchen


(৩) হালধি দিয়া চাহে আথ্ৰাৰাইটিছৰ দৰে সমস্যা নিৰ্মূল কৰিব পাৰে৷ ইয়াৰ সমান্তৰালকৈ কাৰ্ডিঅ’ভাস্কুলাৰৰ সমস্যা, কোষ্ঠকাঠিন্য, এলজাইমাৰৰ পৰাও কিছু পৰিমাণে সকাহ দিয়াব পাৰে৷

Turmeric tea: Benefits and preparation


(8) শীতত আপুনি তুলসী দিয়া চাহ খাব পাৰে৷ ই আপোনাৰ হাঁওফাঁওজনিত সমস্যা, দাঁতৰ সমস্যা আদি নিৰ্মূল কৰাৰ লগতে স্ত্ৰেচ কমোৱাতো সহায় কৰে৷

5 health benefits of tulsi tea

LEAVE A REPLY

Please enter your comment!
Please enter your name here