এজন এজনকৈ কোৰোনা আক্ৰান্ত হৈছে মোডী চৰকাৰৰ মন্ত্ৰী?

0
2058

নিউজ হে’লথ্ প্লাছ

°°°°°°°°°°°°°°°°°°

২০ আগষ্ট, ২০২০, স্বাস্থ্যবাৰ্তাঃ  মোডী চৰকাৰৰ আয়ুস মন্ত্ৰী শ্ৰীপদ নাইক যোৱা ১২ আগষ্টত কৰ’নাত আক্ৰান্ত বুলি ধৰা পৰে। গৃহ-নিলগীকৰণত থকা নাইকক যোৱা ১৩ আগষ্টত নিকটৱৰ্তী এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হয়। পিছত তেওঁ‌ক নতুন দিল্লীৰ এইমছৰ এদল চিকিৎসকৰ তত্ত্বাৱধানত প্লাজমা থেৰাপী প্ৰদান কৰা হয়। বৰ্তমান তেওঁ‌ৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here