অহা ৫ বছৰত উত্তৰ পুৰ্বাঞ্চলত ভয়াবহ ৰূপ লব কৰ্কট ৰোগে ?

0
1438

নিউজ হে’লথ্ প্লাছ

°°°°°°°°°°°°°°°°°°

২০ আগষ্ট, ২০২০, স্বাস্থ্যবাৰ্তাঃ  ৰাষ্ট্ৰীয় ৰোগ চিনাক্তকৰণ আৰু নিয়ন্ত্ৰণ বোৰ্ডে প্ৰকাশ কৰা শেহতীয়া তথ্য অনুসৰি অহা ৫ বছৰত ভাৰতত কৰ্কটৰোগ ৫% বৃদ্ধি পাব। এই বছৰত এই হাৰ ১৩.৯% হোৱাৰ বিপৰীতে ২০২৫ চনত এই হাৰ বাঢ়ি ১৫.৩% হ’ব বুলি ঠাৱৰ কৰা হৈছে। উত্তৰ পূৰ্বাঞ্চলত কৰ্কটৰোগে ভয়াৱহ ৰূপ ধাৰণ কৰিব বুলিও ৰিপোৰ্টত কোৱা হৈছে। কেৱল ধপাত সেৱনৰ ফলত হোৱা কৰ্কটৰোগেই সৰ্বমুঠ কৰ্কটৰোগৰ ২৭% হ’ব পাৰে বুলি কোৱা হৈছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here