অত্যধিক Green Tea সেৱনে মাতিব পাৰে বিপদ

0
407
ওজন হ্ৰাস তথা ছালৰ উজ্জ্বলতা বৃদ্ধিত Green tea কিমান উপকাৰী আমি সকলোৱে জানো৷ কিন্তু এদিনত তিনি কাপতকৈ অধিক Green tea সেৱন কৰিলে ই আপোনাৰ শৰীৰৰ হিতে বিপৰীত কৰিব পাৰে৷

(১) যিহেতু Green Tea-ত কেফেইন থাকে, সেয়েহে অত্যধিক Green Tea সেৱন কৰিলে মূৰৰ বিষ, অনিদ্ৰা, বুকু জ্বলা-পোৰা কৰা, anxiety আদি সমস্যাই দেখা দিব পাৰে৷

Headaches at night: Causes and treatment


(২) Green Tea-ত Tannin নামৰ পলিফেনল থাকে, যিয়ে পেটৰ এচিডৰ পৰিমাণ বৃদ্ধি কৰে৷ ফলত পেটৰ বিষ, বমি, গেছ আনকি কোষ্ঠকাঠিন্যও হ’ব পাৰে৷

4 Causes of Projectile Vomiting | Buoy Health


(৩) Green Tea-ত Catechin থাকে, যিয়ে মেটাবলিজম বৃদ্ধি কৰি ওজন হ্ৰাস কৰাত সহায় কৰে৷ কিন্তু ইয়াক অত্যধিক সেৱন কৰিলে শৰীৰৰ আইৰন শোষণৰ পৰিমাণ হ্ৰাস পায়৷


(8) আপুনি যদি কোনো বিশেষ ৰোগ যেনে– এজমা বা যিকোনো ৰোগৰ ঔষধ গ্ৰহণ কৰি আছে, তেন্তে Green Tea নাখাব৷ কিয়নো এণ্টিবায়’টিকৰ লগত Green Tea-ৰ সংমিশ্ৰণে আপোনাৰ লিভাৰ নষ্ট কৰিব পাৰে৷


(৫) অত্যধিক Green Tea খোৱাৰ পাছত সঘনাই প্ৰস্ৰাৱ হয়৷ যাৰ ফলত ডিহাইড্ৰেশ্যন হ’ব পাৰে৷

What is Dehydration? Causes, Signs and Symptoms, Diagnosis and Treatment. - YouTube

LEAVE A REPLY

Please enter your comment!
Please enter your name here