Home Yoga Health

Yoga Health

[rev_slider alias=”ad-slider-1″]

স্মৃতিশক্তি, মনঃসংযোগ বঢ়াবলৈ এই আসন

দৈনন্দিন কমব্যস্ত জীৱনত দিনটোৰ বিভিন্ন কামৰ তাগিদাত বহুতো সৰু-সুৰা কথা পাহৰি থকা যায়৷ কেতিয়াবা অফিচৰ কামত ইমানেই ব্যস্ততা বাঢ়ে যে ঘৰুৱা গুৰত্বপূৰ্ণ...

যোগাসনৰ সময়ত এই ভুলবোৰ এৰাই চলক

বয়স বঢ়াৰ লগে লগে ক’ব নোৱৰাকৈয়ে শৰীৰলৈ বিভিন্ন ৰোগ-ব্যাধিৰ আগমন ঘটে৷ কঁকালৰ বিষ, ভৰিৰ বিষ, হজমৰ সমস্যা, অনিদ্ৰাৰ সমস্যা আদি সকলোখিনিয়ে আগুৰি...

চুলি স্বাস্থ্যৰ বাবে এই যোগাসন কৰক

যোগব্যায়াম হ’ল বিভিন্ন সম্ভাব্য শাৰীৰিক তথা মানসিক স্বাস্থ্য সুবিধাসহ এটা প্ৰাচীন অনুশাসন৷ চুলিৰ বৃদ্ধি, চুলি সৰা সমস্যা তথা চুলিৰ স্বাস্থ্যৰ উপায় হিচাপে...

টেনশ্যনমুক্ত হৈ ভাল টোপনি আহিবলৈ এই সান্ধ্য যোগব্যায়াম

আজিকালি ব্যস্ততাপূৰ্ণ জীৱনশৈলীৰ কাৰণে ব্যায়াম আৰু যোগব্যায়াম কৰাৰ বাবে মানুহৰ হাতত সময়ৰ অভাৱ৷ বিশেষকৈ পুৱা শোৱা উঠাৰে পৰা অফিচ-কাছাৰী, স্কুল-কলেজ আদিলৈ সময়মতে...

শোৱাৰ আগতে চকুৰ তলত নাৰিকল তেলেৰে মালিচ কৰক

চুলিৰ যত্নত নাৰিকল তেলৰ বিকল্প আন নাই বুলিয়েই ভবা হয়৷ চুলি দীঘল হোৱা তথা চুলি মজবুত কৰি ৰাখিবলৈ নাৰিকল তেল যথেষ্ট কাৰ্যকৰী৷...

ছালখন সোণৰ দৰে জিলিকি থাকিবলৈ এই আসন কৰক

স্বাস্থ্য মানে অকল শৰীৰৰ স্বাস্থ্যই নহয়, মনৰ স্বাস্থ্যও ভালে ৰখা সমানে জৰুৰী৷ আৰু শৰীৰ আৰু মন একে সময়তে সুস্থ তথা শান্ত কৰি...

অনিয়মীয়া পিৰিয়ডৰ সমস্যা সমাধানৰ বাবে এই আসন

আজিকালি বহুতো মহিলাই অনিয়মীয়া ঋতুস্ৰাৱৰ সমস্যাত ভোগা দেখা যায়৷ ইয়াৰ আঁৰত বহুতো কথা থাকিব পাৰে৷ মানসিক চাপ, অসন্তুলন খাদ্যাভ্যাস, হৰমনৰ ভাৰসাম্যহীনতা, অস্বাস্থ্যকৰ...

যোগাসনৰ এই পদ্ধতিয়ে উন্নত কৰে দৃষ্টিশক্তি

শৰীৰ সুস্থ কৰি ৰখাৰ বাবে যিধৰণৰ ব্যায়াম আছে, ঠিক একদৰে চকুৰ সুৰক্ষাৰ কাৰণেও যোগৰ কিছুমান পদ্ধতি আছে৷ এনে কিছুমান আসন আছে, যি...

সন্তান ধাৰণৰ পৰিকল্পনা সফল নহ’লে এই আসন কৰক

সন্তান ধাৰণৰ পৰিকল্পনা কৰিছে নেকি? শৰীৰৰ ওজন বৃদ্ধিৰ ফলত সেই পৰিকল্পনাত বাধাৰ সৃষ্টি কৰিব পাৰে৷ চিকিৎসকে কোৱা মতে ওজন বেছি হ’লে গৰ্ভধাৰণ...

মস্তিষ্ক সক্ৰিয়-প্ৰখৰ ৰাখিবলৈ এই আসন কৰক

যোগাসনে আমাৰ শৰীৰৰ বিভিন্ন সমস্যা সমাধান কৰিব পাৰে৷ মন-শৰীৰৰ ৰোগ-ব্যাধি দূৰ কৰিবলৈ যোগৰ বিকল্প আন নাই৷ মনক প্ৰফুল্লিত কৰি ৰাখিবলৈ নিয়মিতভাৱে যোগ...

যোগব্যায়ামৰ বিভিন্ন ধৰণ কিদৰে আৰম্ভ কৰিব

যোগব্যায়ামৰ বিভিন্ন ধৰণ আছে৷ মানুহে এইবোৰ ধৰণৰ কাৰ্যকাৰিতা জানি অথবা উপযোগিতা জানি কৰিলে সুফল পাব পাৰি৷ আপুনি যোগব্যায়ামৰ যিকোনো ধৰণ পচন্দ কৰিব...

বজ্ৰাসনৰ উপকাৰিতা আৰু কেনেকৈ কৰিব লাগে

যদি আপোনাৰ হাতত ৰাতিপুৱাৰ ভাগত মৰ্নিংৱাক কৰাৰ পৰ্যাপ্ত সময় নাই; তেন্তে বিশেষ চিন্তাৰ কোনো কাৰণ নাই৷ আপোনাৰ খোৱা খাদ্যবস্তু বহি বহিয়েই হজম...

Most Read

ফ্ৰোজেন শোল্ডাৰৰ সমস্যা নিৰাময়ৰ বাবে ৰজ্জু কৰ্ষাণাসন কৰক

মন আৰু শৰীৰ উভয়ৰ সুস্বাস্থ্য অটুট ৰাখিবলৈ নিয়মিতভাৱে যোগব্যায়াম কৰাৰ অভ্যাস কৰিব পাৰে৷ কাৰণ শৰীৰ আৰু মন উভয়ৰে বাবে যোগাসন অপৰিহাৰ্য আৰু...

নীৰৱ মৃত্যুৰ কাৰক নিমখ আৰু ট্ৰান্সফেট

অস্বাস্থ্যকৰ খাদ্যাভ্যাস বিশেষকৈ মাত্ৰাধিক পৰিমাণে ট্ৰান্সফেট আৰু নিমখ গ্ৰহণৰ কাৰণে জনগণৰ মাজত উচ্চ ৰক্তচাপজনিত বিভিন্ন অসংক্ৰামক ৰোগৰ সম্ভাৱনা তথা মৃত্যুৰ ক্ৰমবৰ্ধমান হাৰ...

এইবোৰ সমস্যাত বাদাম খোৱা উচিত নহয়

সাধাৰণতে স্বাস্থ্যৰ ক্ষেত্ৰত বাদামে উল্লেখযোগ্য ভূমিকা পালন কৰে৷ শুকান ফলৰ ৰজা হিচাপে বাদামক জনা যায়þ৷ তথাপি আপুনি জানেনে যে বাদাম সকলোৰে বাবে...

পেকেটজাত গাখীৰ গৰম কৰাৰ প্ৰয়োজনীয়তা আছেনে ?

পেকেটজাত গাখীৰ গৰম কৰাৰ প্ৰয়োজনীয়তা আছে নেকি? এই কথাটো হয়তো বহুতেই অৱগত নহয় যে পেকেটজাত গাখীৰ মানেইতো পাস্তুৰাইজড৷ অৰ্থাৎ ইয়াক জীৱাণুমুক্ত কৰা৷...