Home Yoga Health

Yoga Health

[rev_slider alias=”ad-slider-1″]

স্পণ্ডিলাইটিছত ভুগিছে ? নিৰাময়ৰ বাবে জ্যেষ্ঠিকাসন কৰক

শৰীৰ সুস্থ তথা সবল কৰি ৰাখিবলৈ দৈনন্দিন জীৱন যাত্ৰাত যোগব্যায়াম কৰিবলৈ অভ্যাস কৰাটো অতি জৰুৰী৷ শৰীৰ ফিট ৰাখিবলৈ শৰীৰচৰ্চাৰ বিকল্প একো নাই৷...

ফ্ৰোজেন শোল্ডাৰৰ সমস্যা নিৰাময়ৰ বাবে ৰজ্জু কৰ্ষাণাসন কৰক

মন আৰু শৰীৰ উভয়ৰ সুস্বাস্থ্য অটুট ৰাখিবলৈ নিয়মিতভাৱে যোগব্যায়াম কৰাৰ অভ্যাস কৰিব পাৰে৷ কাৰণ শৰীৰ আৰু মন উভয়ৰে বাবে যোগাসন অপৰিহাৰ্য আৰু...

হজমৰ সমস্যা সমাধানৰ বাবে মৎস্যাসন কৰক

শৰীৰৰ স্বাস্থ্য উন্নত তথা নিৰোগী কৰি ৰাখিবলৈ যোগাসন কৰাৰ প্ৰয়োজনীয়তা আছে৷ নিয়মিতভাৱে কৰা যোগ অভ্যাসে এজন লোকক বিভিন্ন...

মাতৃ হোৱাৰ স্বপ্ন পূৰণ কৰিবলৈ মালাসন কৰক

মাতৃত্বৰ গৌৰৱেৱে গৌৰৱান্বিত হ’বলৈ প্ৰতিগৰাকী মহিলাই কামনা কৰে৷ মাতৃত্ব হোৱাটোৱেই যেন প্ৰতিগৰাকী মহিলাৰ একমাত্ৰ ইচ্ছা তথা জীৱন চৰ্যা৷ এগৰাকী মহিলাই মাতৃ হোৱাৰ...

অতিৰিক্ত পৰিশ্ৰমৰ পাছত ক্লান্তি দূৰ কৰিবলৈ পাৰ্শ্ব সুখাসন কৰক

যোগাসনে আমাৰ তন-মন উৎফুল্ল কৰি ৰখাত সহায় কৰে৷ ঋষি-মুনিসকলৰ দিনৰে পৰা অতি পুৰণি এই যোগ সাধনাই সেই তাহানিৰ পৰাই গুৰত্ব লাভ কৰি...

শৰীৰৰ ৰক্ত প্ৰবাহ উন্নতিৰ বাবে ভুজংগাসন কৰক

ডায়েটিং কৰিও আপোনাৰ পেটৰ চৰ্বি কমা নাই৷ যাৰ কাৰণে আপুনি অশান্তিত দিন কটাইছে৷ ইয়াৰ লগতে মানসিক চাপ, টেনশ্যন বাঢ়িছে কঁকালৰ চৰ্বি বঢ়াক...

কঁকালৰ মেদ কমাবলৈ সঠিকভাৱে চক্ৰাসন কৰক

বয়স বৃদ্ধিৰ লগে লগে প্ৰেছক্ৰিপশ্যনৰ ঔষধৰ তালিকাও দীঘলীয়া হয়৷ ইয়াৰ অন্যথা আন বেলেগ উপায় নাথাকে৷ বহুতেই ঔষধকে সংগী কৰি লয় এনে সময়ত৷...

ছিৰিৰে বগোৱাৰ শক্তি নাইকিয়া হৈছে ? উত্থিত ললাসন কৰক

সঠিক নিয়ম মানি যোগাসন কৰিলে যথেষ্ট সুফল পোৱা যায়৷ শৰীৰ সুস্থ তথা সবল কৰি ৰাখিবলৈ সেয়ে নিয়মিতভাৱে যোগব্যায়াম কৰাটো জৰুৰী৷ অৱশ্যে আধুনিক...

ষ্ট্ৰেচ কমাই মন শান্ত ৰাখে উত্তানাসনে

বৰ্তমান যান্ত্ৰিকতা যুগত সৰ্বসাধাৰণ লোকৰ মাজত সমাজত কোনো কিদৰে বৰ্তি থাকিব তাক লৈ প্ৰতিযোগিতা চলিছে৷ অফিচ-কাছাৰীৰ ঘড়ীৰ কাঁটাই সঠিক সয়ম মানি কৰ্ম...

পেটৰ অতিৰিক্ত মেদ কমাবলৈ কুম্ভকাসন কৰক

মেদবহুলতা সমস্যাই বৰ্তমান সময়ত সাংঘাতিক বৃদ্ধি পাইছে৷ বিশেষকৈ পেট বা কঁকালৰ তলৰ অংশত মেদ জমা হৈ বিভিন্ন ৰোগৰ প্ৰাদুৰ্ভাৱ বঢ়াই তোলে৷ আনহাতে...

গৰ্ভাৱস্থাত স্বাস্থ্য উপযোগী আসন পদবি উত্তোলন কৰক

আসন তথা যোগৰ অনুশীলনে শৰীৰ মন সুস্থ তথা নিৰোগী কৰি ৰখাত সহায় কৰে৷ নিয়মিতভাৱে পুৱা বা গধূলি যিকোনো সময়তে আমি যদি আধা...

ক্ষুদ্ৰান্ত আৰু বৃহদন্ত্ৰৰ কাৰ্যকাৰিতা বৃদ্ধিৰ বাবে বালাসন কৰক

শৰীৰ সুস্থ থকা মানে শৰীৰৰ সকলো অংগ-প্ৰত্যংগৰে স্বাস্থ্য ভালে থকা, অৰ্থাৎ শৰীৰৰ সকলো অংগই সম্পূৰ্ণ কাৰ্যক্ষম তথা সুস্বাস্থ্যৰ অধিকাৰী হৈ থকা৷ আমাৰ...

Most Read

ডায়েবেটিছ ৰোগীয়ে প্ৰতিবছৰে চকু পৰীক্ষা কৰোৱা কিয় জৰুৰী

আপোনাৰ ডায়েবেটিছ ৰোগ থাকিলে ৰেটিনা গুৰুতৰ ক্ষতিগ্ৰস্ত হ’ব পাৰে৷ যিয়ে ডায়েবেটিক ৰেটিনোপেথিৰ দৰে গুৰুতৰ ৰোগ হ’ব পাৰে৷ জনা দৰকাৰ যে ডায়েবেটিছ থাকিলে...

মস্তিষ্কৰ ক্ষতি কৰিছে ChatGPT-এ চাৰ্ছ কৰাৰ আগতে ভাবক

আগতে আছিল গুগল৷ এতিয়া আহিছে চাটজিপিটি৷ কোনো প্ৰশ্নৰ উত্তৰ জানিবলৈ ইয়াৰ সহায় লোৱা হয়৷ নিজে মূৰ ঘমোৱাৰ প্ৰয়োজন নাই৷ যিকোনো বিষয় জানিবলৈ...

পিঁয়াজ সৰহকৈ খালেও হ’ব পাৰে এইবোৰ বিপদ

যিমানে উপকাৰিতা নাথাকক কিয় প্ৰয়োজনতকৈ অধিক সেৱন কৰাটো যিকোনো বস্তুৱেই বেয়া৷ অত্যধিক সেৱনে ঘিউ-মৌও বিষলৈ পৰিণত হ’ব পাৰে৷ ঠিক একেদৰে পিঁয়াজ...

নিয়মিত ছচ্‌মা ব্যৱহাৰ কৰিলে চকুৰ দৃষ্টিশক্তি ঠিক হয়নে?

ছচ্‌মা আচলতে কিয় প্ৰয়োজন, কোনসকলৰ দৰকাৰ৷ কিছুদিন ব্যৱহাৰ কৰাৰ পাছত কি ছচ্‌মাৰ পৰা মুক্তি পাব পাৰি– এইধৰণৰ বিভিন্ন প্ৰশ্ন আমাৰ মনত...