[rev_slider alias=”ad-slider-1″]
শৰীৰৰ ভংগী সদায় ফিট ৰাখিবলৈ এই আসন কৰক
Health Plus - 0
শৰীৰ সুস্থ-সবল তথা সুস্বাস্থ্যৰ অধিকাৰী হ’বলৈ নিয়মিতভাৱে শৰীৰচৰ্চা কৰা অতি আৱশ্যক৷ এই ক্ষেত্ৰত দৈনিক শৰীৰচৰ্চা কৰাৰ পৰামৰ্শ দিয়ে চিকিৎসকে৷ আজিকালি কৰ্মব্যস্ত মানুহৰ...
গোটেই দিনটো কাৰ্যক্ষম হৈ থাকিবলৈ এই যোগাসন কৰক
Health Plus - 0
পুৱাৰ ভাগত যোগব্যায়াম কৰাৰ অভ্যাস ভাল বুলি সকলোৱে জানে৷ যোগাসনৰ কিছুমান আসন আছে, যিকেইটা পুৱাই কৰিলে গোটেই দিনটো শৰীৰত শক্তিৰ অভাৱ নহয়৷...
ছুগাৰ নিয়ন্ত্ৰণত অত্যন্ত উপকাৰী পশ্চিমোত্তাসন
Health Plus - 0
ছুগাৰ বা ডায়েবেটিছ ৰোগ যাক ছাইলেণ্ট কিলাৰ বুলি কয়, দিনক দিনে এই ৰোগৰ বিস্তাৰ বিশ্বজুৰি অভাৱনীয়ভাৱে বৃদ্ধি পাইছে৷ মানৱ দেহৰ সুস্বাস্থ্যৰ বাবে...
একো কামতে মন বহুৱাব পৰা নাই : শীৰ্ষাসন কৰক
Health Plus - 0
কেতিয়াবা আপোনাৰো এনেকুৱা নহয়নে বাৰু যে কোনো কমাতে সঠিকভাৱে মন বহুৱাব পৰা নাই৷ মনটো কিবা অশান্তিত আছে, মনটো সুস্থিৰ নাথাকি কিবা উল্টা-পুল্টা...
শৰীৰৰ ক্ষয়প্ৰাপ্ত গঠনৰ পৰিৱৰ্তন হ’বলৈ এই আসন
Health Plus - 0
শৰীৰ ফিট ৰাখিবলৈ হাতত জিম যোৱাৰ সময় নাথাকে৷ কিন্তু সকলো চম্ভালাৰ মাজতে শাৰীৰিক ক্ষেত্ৰতো নজৰ দিয়াটো প্ৰধান কৰ্তব্য৷ সেয়ে কামৰ মাজতে আধা...
হাঁপানিৰ সমস্যাৰ পৰা মুুক্তি পাবলৈ উষ্ট্ৰাসন কৰক
Health Plus - 0
শৰীৰ সুস্থ তথা সক্ষম কৰি ৰাখিবলৈ খাদ্যবস্তু লগতে নিয়মিতভাৱে যোগব্যায়াম কৰাৰ অভ্যাস কৰা ভাল৷ শৰীৰৰ সুস্থতাইহে আপোনাক কাম কৰাৰ প্ৰতি আগ্ৰহ জন্মায়৷...
কোনো কামতে সঠিকভাৱে মন লগাব পৰা নাই : বৃক্ষাসন কৰক
Health Plus - 0
আপুনি কিবা কথাত যথেষ্ট অশান্তিত আছে, অথবা ক’ব নোৱৰাকৈয়ে আপোনাৰ মনটো খুব বেয়া লাগি আছে৷ দিনত আপুনি কৰা একো এটা কামতে মনটো...
পুৱা পেটটো চাফা কৰি ৰাখিবলৈ কৰক এই আসন
Health Plus - 0
আজিকালি ভুল খাদ্যাভ্যাস তথা অসন্তুলন, অস্বাভাৱিক জীৱন যাত্ৰাৰ কাৰণে বেছিভাগ মানুহৰে কোষ্ঠকাঠিন্যকে ধৰি পেটৰ নানা সমস্যাত ভোগা দেখা যায়৷ অতিৰিক্ত জাংকফুড গ্ৰহণ,...
হাৰ্টৰ অসুখৰ সম্ভাৱনা কমাবলৈ গোমুখাসন কৰক
Health Plus - 0
বৰ্তমান সময়ত হাৰ্ট সমস্যাত ভোগা লোকৰ সংখ্যা অভাৱনীয়ভাৱে বৃদ্ধি পাইছে৷ বছৰি কম বয়সতে হাৰ্ট এটেক হৈ হঠাতে এই বিশ্বৰ পৰা বহু মানুহ...
পিতৃ-মাতৃ হোৱাৰ পৰিকল্পনা কৰিছে যদি শশাংগসন কৰক
Health Plus - 0
পিতৃ-মাতৃ হোৱাৰ বাসনা সকলো মানুহৰে থাকে৷ এজন পুৰষ অথবা এগৰাকী মহিলাৰ ক্ষেত্ৰত বিবাহৰ পাছত তেওঁলোকে পিতৃত্ব তথা মাতৃত্বৰ গৌৰৱেৰে গৌৰৱান্বিত হোৱাটো মূল...
বিপাক ক্ৰিয়া বৃদ্ধি কৰিবলৈ মৎস্যাসন কৰক
Health Plus - 0
আজিকালি গেছ-এচিডিটিৰ সমস্যা নথকা মানুহ নোলাব৷ যিজনকেই সোধে আন শাৰীৰিক সমস্যাৰ পৰা মুক্ত হ’লেও তেওঁলোকৰ গেছৰ সমস্যা আছে৷ আনহাতে বহুদিন ধৰি শৰীৰত...
ৰক্তচাপ হঠাতে বাঢ়ি গৈছে ! সেতুবন্ধাসন কৰক
Health Plus - 0
আজিকালি উচ্চ ৰক্তচাপৰ সমস্যা প্ৰতিগৰাকী ব্যক্তিৰ ক্ষেত্ৰতে দেখা যায়৷ উঠি অহা যুৱক-যুৱতীয়েও এই ৰোগত চিকাৰ হৈছে সৰ্বাধিকভাৱে৷ উচ্চ ৰক্তচাপক নীৰৱ ঘাতক বোলা...
Most Read
ডায়েবেটিছ ৰোগীয়ে প্ৰতিবছৰে চকু পৰীক্ষা কৰোৱা কিয় জৰুৰী
আপোনাৰ ডায়েবেটিছ ৰোগ থাকিলে ৰেটিনা গুৰুতৰ ক্ষতিগ্ৰস্ত হ’ব পাৰে৷ যিয়ে ডায়েবেটিক ৰেটিনোপেথিৰ দৰে গুৰুতৰ ৰোগ হ’ব পাৰে৷ জনা দৰকাৰ যে ডায়েবেটিছ থাকিলে...
মস্তিষ্কৰ ক্ষতি কৰিছে ChatGPT-এ চাৰ্ছ কৰাৰ আগতে ভাবক
আগতে আছিল গুগল৷ এতিয়া আহিছে চাটজিপিটি৷ কোনো প্ৰশ্নৰ উত্তৰ জানিবলৈ ইয়াৰ সহায় লোৱা হয়৷ নিজে মূৰ ঘমোৱাৰ প্ৰয়োজন নাই৷ যিকোনো বিষয় জানিবলৈ...
পিঁয়াজ সৰহকৈ খালেও হ’ব পাৰে এইবোৰ বিপদ
যিমানে উপকাৰিতা নাথাকক কিয় প্ৰয়োজনতকৈ অধিক সেৱন কৰাটো যিকোনো বস্তুৱেই বেয়া৷ অত্যধিক সেৱনে ঘিউ-মৌও বিষলৈ পৰিণত হ’ব পাৰে৷ ঠিক একেদৰে পিঁয়াজ...
নিয়মিত ছচ্মা ব্যৱহাৰ কৰিলে চকুৰ দৃষ্টিশক্তি ঠিক হয়নে?
ছচ্মা আচলতে কিয় প্ৰয়োজন, কোনসকলৰ দৰকাৰ৷ কিছুদিন ব্যৱহাৰ কৰাৰ পাছত কি ছচ্মাৰ পৰা মুক্তি পাব পাৰি– এইধৰণৰ বিভিন্ন প্ৰশ্ন আমাৰ মনত...