[rev_slider alias=”ad-slider-1″]
চুলি স্বাস্থ্যৰ বাবে এই যোগাসন কৰক
Health Plus - 0
যোগব্যায়াম হ’ল বিভিন্ন সম্ভাব্য শাৰীৰিক তথা মানসিক স্বাস্থ্য সুবিধাসহ এটা প্ৰাচীন অনুশাসন৷ চুলিৰ বৃদ্ধি, চুলি সৰা সমস্যা তথা চুলিৰ স্বাস্থ্যৰ উপায় হিচাপে...
চুলি পাতল হৈছে নেকি ? লওক এটা মাত্ৰ সমাধান
Health Plus - 0
চুলি সৰা সমস্যাটো আজিকালি প্ৰায় সকলো লোকৰ ক্ষেত্ৰতে দেখা যায়৷ আপুনি জানি আচৰিত হ’ব যে চুলি সৰাৰ একমাত্ৰ সমাধান কণীয়ে কৰিব পাৰে৷...
উফি নিৰাময়ৰ বাবে এইকেইটা টিপছ লওক
Health Plus - 0
উফিৰ সমস্যাত নোভোগা মানুহ নায়েই৷ ই বিশেষ একো অসুবিধাৰ সৃষ্টি নকৰে যদিও সৌন্দৰ্যৰ দৃষ্টিৰে চাবলৈ গ’লে চুলিৰ মাজত বগা বগা উফিবোৰ দেখিলে...
গৰ্ভাৱস্থাত সঘনাই ভাত খোৱাৰ অভ্যাস উচিতনে ?
Health Plus - 0
গৰ্ভাৱস্থা মহিলাসকলৰ জীৱনৰ অত্যন্ত বিশেষ এটা অধ্যায়৷ এই সময়খিনি সন্তান সম্ভৱা মাতৃগৰাকীয়ে সকলো দিশতে যথেষ্ট সাৱধানতা অৱলম্বন কৰা দৰকাৰ৷ এগৰাকী গৰ্ভৱতী মহিলাই...
মহিলাৰ অনিয়মীয়া মাহেকীয়াৰ পৰিত্ৰাণৰ ঘৰুৱা উপায়
Health Plus - 0
মহিলাসকলে সন্মুখীন হোৱা শাৰীৰিক সমস্যাসমূহৰ ভিতৰত অন্যতম হৈছে মাহেকীয়া অনিয়মীয়া হোৱা৷ মাহেকীয়া ঋতুস্ৰাৱ সময়মতে নোহোৱা বা একেৰাহে হৈ থাকিলে, ঋতু আৰম্ভ হোৱাৰ...
মহিলাসকলৰ গভীৰ ঘনিষ্ঠতাৰ ইচ্ছা জাগে এই বয়সত
Health Plus - 0
যৌৱন কালত নহয়, মহিলাসকলৰ গভীৰ ঘনিষ্ঠতাৰ ইচ্ছা কিছুমান নিৰ্দিষ্ট বয়সত বেছিকৈ জাগে৷ এই তথ্য সদৰী কৰিছে বিশেষজ্ঞই৷ নাৰী-পুৰুষৰ মাজৰ সম্পৰ্ক অভিন্ন৷ জীৱনত...
ভৰিৰ নখৰ যত্ন ল’বলৈ এইবিধ সহজ টিপ্ছ
Health Plus - 0
আমি মুখ আৰু ছালৰ যিদৰে যতন লওঁ৷ কিন্তু ভৰিৰ যত্নৰ ক্ষেত্ৰত অৱহেলা কৰোঁ৷ ভৰিৰ যতনৰ লগতে ভৰিৰ নখৰ কোনো যত্নৰ চেষ্টা নকৰোঁ৷...
ষষ্ঠ ইন্দ্ৰিয়ৰে বিপদ সংকেত ধৰাত পুৰুষ নে মহিলা আগত
Health Plus - 0
ষষ্ঠ ইন্দ্ৰিয়– Sixth sense, অৰ্থাৎ চকু, কাণ, নাক, জিভা আৰু ছাল মানে আমাৰ পঞ্চ ইন্দ্ৰিয় বুজা যায়৷ পঞ্চ ইন্দ্ৰিয়ৰ ব্যতিৰেকে যি ইন্দ্ৰিয়ৰ...
ঋতুস্ৰাৱৰ আগেয়ে বেয়া মন-মেজাজ ভাল কৰাৰ উপায়
Health Plus - 0
কিছুমান মহিলাৰ মাজত প্ৰি মেন্সট্ৰয়েল ছিণ্ড্ৰম ইমান ভয়াৱহ হয় যে দৈনন্দিন কাম-কাজ কৰাত অসুবিধা হৈ পৰে৷ পিৰিয়ড আৰম্ভ হোৱাৰ লগে লগে এইবোৰ...
পুৰুষ নে মহিলা বুদ্ধিত প্ৰখৰ কোন ?
Health Plus - 0
বুদ্ধিত কোন বেছি প্ৰখৰ তথা পুৰুষ নে মহিলা কোন বেছি বুদ্ধিমান এই লৈ নানা প্ৰশ্নৰ উদয় হয়৷ ইয়াৰ উত্তৰত হয়তো কোনেও হাৰ...
বন্ধ্যাত্বৰ আঁৰত থাকে নেকি যৌন সংক্ৰামক ৰোগ?
Health Plus - 0
বন্ধ্যাত্ব কেৱল দুৰ্ভাগ্যজনকে নহয়, বিভিন্ন ক্ষেত্ৰত ই সামাজিক জীৱনতো বাধাপ্ৰাপ্তিৰ প্ৰাচীৰ হিচাপে থিয় দিয়ে৷ সমাজৰ বিভিন্ন স্তৰৰ লোকে এনে দম্পতীক সন্দেহৰ চকুৰে...
গৰ্ভপাত বা মিছকাৰেজ কিয় হয় নহ’বলৈ কিদৰে সতৰ্ক হ’ব
Health Plus - 0
বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুযায়ী মাতৃগৰ্ভত শিশু পৰিপূৰ্ণ হৈ উঠাৰ আগতে মিছকাৰেজ বা গৰ্ভপাত হোৱাটো বৰ্তমান সময়ত খুব এটা সাধাৰণ ঘটনা হৈছে৷...
Most Read
বিজ্ঞানীৰ নতুন সম্ভাৱনাময় বাসযোগ্য গ্ৰহৰ সন্ধান
সম্প্ৰতি ইউৰোপিয়ান ছাউডাৰ্ন অবজাভেটৰি ভেৰি লাৰ্জ টেলিস্কোপৰ সহায়ত বিজ্ঞানীয়ে নতুন এক সম্ভাৱনাময় বাসযোগ্য গ্ৰহৰ সন্ধান লাভ কৰিছে৷ পৃথিৱীৰ পৰা আনুমানিক ৫.৯৬ আলোকবৰ্ষ...
WHO-ৰ ঘোষণা : ভাৰতত নিৰ্মূল হ’ল ট্ৰাকোমা
বিশ্ব স্বাস্থ্য সংস্থা চমুকৈ WHO-এ ঘোষণা কৰিছে যে এই বছৰ ভাৰতে ৰাজহুৱা স্বাস্থ্য সমস্যা হিচাপে চকুৰ ৰোগ ট্ৰাকোমা নিৰ্মূল কৰিলে৷ ইয়াৰ লগে...
মাতৃ হোৱাৰ স্বপ্ন পূৰণ কৰিবলৈ মালাসন কৰক
মাতৃত্বৰ গৌৰৱেৱে গৌৰৱান্বিত হ’বলৈ প্ৰতিগৰাকী মহিলাই কামনা কৰে৷ মাতৃত্ব হোৱাটোৱেই যেন প্ৰতিগৰাকী মহিলাৰ একমাত্ৰ ইচ্ছা তথা জীৱন চৰ্যা৷ এগৰাকী মহিলাই মাতৃ হোৱাৰ...
শিশুৰ ভোক বৃদ্ধিৰ কেইটামান উপায়
যেতিয়া আপোনাৰ সন্তানটিয়ে খাবলৈ ইচ্ছা নকৰে বা ভালকৈ খোৱা-বোৱা নকৰে, তেন্তে নি(য় আপোনাৰ চিন্তা হয় যে হঠাৎ আপোনাৰ শিশুটিৰ ভোক নাইকিয়া কিয়...