[rev_slider alias=”ad-slider-1″]
কোন সময়ত খোজ কাঢ়িলে ওজন সহজে কমে
Health Plus - 0
খোজকঢ়াৰ অভ্যাস স্বাস্থ্যৰ পক্ষে উপকাৰী৷ প্ৰায়ভাগ লোকেই পুৱা বা গধূলি যিকোনো এটা সময়ত খোজ কঢ়াটো অভ্যাস কৰি লয়৷ আজিকালি ডায়েবেটিছ, উচ্চ ৰক্তচাপৰ...
ঘৰতে তৈয়াৰ কৰক হালধিৰ ট’নাৰ
Health Plus - 0
ছালখনৰ সুৰক্ষাৰ বাবে স্কীন কেয়াৰ ৰুটিন অনুসৰণ কৰাটো খুবেই প্ৰয়োজন৷ এই স্কীন কেয়াৰ ৰুটিনৰ অন্যতম হৈছে ট’নিং৷ ট’নাৰে ছালখন চাফা কৰাৰ...
ভৰিৰ পেশী সবলৰ বাবে উৎকটাসন কৰক
Health Plus - 0
ভৰিৰ বিষত হায়ৰান৷ শীতকালত এই বিষৰ প্ৰকোপ আৰু বৃদ্ধি পায়৷ এইধৰণৰ সমস্যাৰ পৰা মুক্তি পাবলৈ যোগাসনৰ ওপৰত নিৰ্ভৰ কৰিব পাৰে৷ অতিৰিক্তভাৱে...
গৰমৰ দিনত গা ধোৱা পানীত এইবিধ বস্তু মিহলাওক
Health Plus - 0
গৰমৰ দিনকেইটাত গা ধোৱাৰ সময়ত এইবিধ বস্তু পানীখিনিত মিহলাই গা ধুলে গোটেই দিন শৰীৰৰ ইয়াৰ সুগন্ধি থাকি যায়৷ সুগন্ধ সকলোৰে প্ৰিয়৷...
নিশাৰ ভাগত ৰুটী খোৱাটো স্বাস্থ্যসন্মতনে ?
Health Plus - 0
বহুতেই ৰাতি ভাতৰ সলনি ৰুটী খায়৷ আকৌ কিছুমানৰ ব্ৰেকফাষ্টত ৰুটী-ভাজি নহ’লে নচলেই৷ বহুতেই বিশ্বাস কৰে যে ভাতৰ পৰিৱৰ্তে ৰাতি ৰুটী খালে শৰীৰ...
অকালতে অহা বৃদ্ধাৱস্থা দূৰ কৰিবলৈ কুঁহিয়াৰৰ ৰস খাওক
Health Plus - 0
কুঁহিয়াৰ এবিধ তৃণজাতীয় শস্য৷ ইংৰাজীত ইয়াক ছুগাৰকেন বোলা হয়৷ অতি ৰসাল আৰু মিঠা স্বাদযুক্ত এইবিধ শস্য পৃথিৱীৰ মুঠ উৎপাদনৰ চাৰিভাগৰ...
তৰমুজৰ বগা অংশ খালে কি হয় জানো আহক
Health Plus - 0
বিভিন্ন পুষ্টিগুণেৰে ভৰপূৰ তৰমুজ৷ অতধিক পানীৰে সমৃদ্ধ এই ফলবিধত আছে প্ৰচুৰ পৰিমাণে ভিটামিন-এ, ভিটামিন-চি, পটাচিয়াম, মেগনেচিয়াম আৰু অন্যান্য পুষ্টিগুণ৷ অকল এয়েই...
ৰুটী নে ব্ৰাউন ব্ৰেড কোনবিধ স্বাস্থ্যৰ পক্ষে উপকাৰী ?
Health Plus - 0
আধুনিক ডায়েটত গুৰুত্বপূৰ্ণ ঠাই দখল কৰিছে ব্ৰাউন ব্ৰেডে৷ যিসকলে ডায়েটিং কৰে, তেওঁলোকৰ বহুতেই লাঞ্চ বা ডীনাৰত ব্ৰাউন ব্ৰেড ব্যৱহাৰ কৰে৷ কম কেলৰিযুক্ত...
ফ্ৰোজেন শোল্ডাৰৰ সমস্যা নিৰাময়ৰ বাবে এই আসন কৰক
Health Plus - 0
দিনটোৰ বাৰ ঘণ্টাই অফিচত চকীত বহি লেপটপ বা কম্পিউটাৰত কাম কৰি অভ্যাস বহুতৰে আছে৷ এইদৰে বহি বহিয়েই কাম কৰাৰ ফলত এটা সময়ত...
মুখৰ সৌন্দৰ্য বৃদ্ধিত সহায়ক এইবিধ ভিটামিন
Health Plus - 0
নাৰীৰ ওচৰত তেওঁলোকৰ গৌৰৱ আৰু আত্মবিশ্বাসৰ বিষয় হৈছে তেওঁলোকৰ সৌন্দৰ্য৷ নাৰীয়ে বিশেষকৈ মুখৰ সৌন্দৰ্য বৃদ্ধিৰ বাবে যে কি কি নকৰে? দৈনিক বিউটি...
বদহজমৰ সমস্যা নিৰাময়ৰ কিছুমান উপায়
Health Plus - 0
আজিকালি সকলো লোকৰে বদহজম হোৱা দেখা পাওঁ৷ কৰ্মময় ব্যস্ত জীৱনত আমাৰ খাদ্য গ্ৰহণৰ ক্ষেত্ৰত যথেষ্ট তাৰতম্যই দেখা দিয়ে৷ অনিয়মিত খাদ্য তালিকাৰ বাবে...
ছুগাৰ থাকিলে বিটৰ ৰস খোৱাটো উচিতনে ?
Health Plus - 0
বিট এবিধ স্বাস্থ্য উপকাৰী পাচলি৷ সাধাৰণতে আমি বিট চালাড বনাই, ভাজি অথবা ইয়াৰ ৰস উলিয়াই সেৱন কৰে৷ বিটৰ ৰস বিভিন্ন পুষ্টিকৰ উপাদান...
Most Read
হাৰ্টৰ ব্লকেজ হোৱা-নোহোৱা জানিবলৈ এই তিনি উপায়
মূৰটো ৰিমঝিম কৰা, চকুৰে অন্ধকাৰ দেখা তাৰ পাছত জ্ঞানশূন্য হৈ পৰা, আধা মিনিটৰ পাছত পুনৰ জ্ঞান ফিৰি আহি স্বাভাৱিক অৱস্থা৷ এবাৰ...
উজ্জ্বল-সতেজ ছালৰ অধিকাৰী হ’বলৈ এই ফেচপেক
এখন উজ্জ্বল, সতেজ ছালৰ অধিকাৰী হ’বলৈ সকলোৱে বাঞ্ছা কৰে৷ ছালখন যত্নৰ বাবে কোনেও অকণো অৱহেলা নকৰে৷ ছোৱালীবোৰে ছালৰ যত্নৰ বাবে দৈনিক...
১০ মিনিটৰ এই ব্যায়াম দৌৰাতকৈও ৬৮ শতাংশ কাৰ্যকৰী
আপোনাৰ যদি সময়ত অভাৱ, অথবা দৌৰিবলৈ ইতস্ততঃ বোধ হয়, তেনেহ’লে ১০ মিনিটৰ বাবে এই ব্যায়াম কৰিব পাৰে, যি ব্যায়াম শৰীৰৰ বাবে দৌৰাতকৈও...
মূৰৰ এই যন্ত্ৰণা ব্ৰেইন টিউমাৰৰ লক্ষণ
ব্ৰেইন টিউমাৰ মানেই আতংক, ভয়াৱহতা৷ ভবা হয়, জীৱনৰ শেষ সময়কণ যেন সমাগত৷ এই ধাৰণা সঁচা নে? সকলো ব্ৰেইন টিউমাৰেই কেঞ্চাৰৰ দিশে...