Home Health Naturally

Health Naturally

[rev_slider alias=”ad-slider-1″]

প্ৰসিদ্ধ ইউৰ’লজিষ্ট ডাঃ অৰূপ কুমাৰ নাথৰ নেতৃত্বত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ

বৰ্তমান কিডনীজনিত সমস্যাই সমগ্ৰ বিশ্বতে ভয়াৱহ ৰূপ ধাৰণ কৰি আহিছে৷ ইয়াৰ অন্তৰালত বিভিন্ন কাৰণসমূহৰ ভিতৰত আমাৰ জীৱনশৈলীৰ পৰিৱৰ্তনে মুখ্য বুলি ধৰা হয়৷...

ইফটাৰৰ কাৰণে কোনবিধ পানীয় বেছ উপকাৰী

পৱিত্ৰ ৰমজান মাহত ৰোজা পালনৰ ইফটাৰৰ আৰম্ভ হয় চৰবত, ডাবৰ পানী. ফলৰ ৰস আদি বিভিন্ন ৰকমৰ পানীয়ৰে৷ কিছুমানে সাধাৰণ পানীও গ্ৰহণ কৰে৷...

এইবোৰ লক্ষণ দেখিলে আজিয়েই ব্লাড ছুগাৰ পৰীক্ষা কৰাওক

বৰ্তমান বিশ্বত ভয়াৱহভাৱে ডায়েবেটিছ ৰোগীৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে৷ প্ৰত্যেকদিনে অগণন লোক এই ৰোগৰ চিকাৰ হৈছে৷ ভয়ংকৰ ব্যাধিৰূপে দেখা দিছে৷ এইবিধ...

প্ৰস্ৰাৱ কৰাৰ পাছতেই পানী সেৱন কৰাটো উচিত নে অনুচিত

পানীয়ে এশ ৰোগৰ সমাধান কৰিব পাৰে৷ শৰীৰ সুস্থ সবল ৰাখিবলৈ পৰিমিত পৰিমাণৰ পানী সেৱন কৰাৰ পৰামৰ্শ দিয়ে চিকিৎসকে৷ শৰীৰৰ প্ৰতিটো অংগৰ সঠিক...

পেচাব জ্বলা-পোৰা সমস্যাৰ পৰা কিদৰে পৰিত্ৰাণ পাব?

গৰমৰ দিনত প্ৰায়ভাগ লোকৰে হোৱা এটা অসুবিধা হ’ল পেচাব জ্বলা-পোৰা কৰা৷ অত্যধিক গৰমৰ ফলত ৰ’দত ঘূৰি ফুৰা কাম কৰিলে সাধাৰণতে পেচাব...

আপুনি জানেনে? মহানগৰৰ মাছ-মাংস কিমান স্বাস্থ্যসন্মত?

মহানগৰত মাছ-মাংসৰ ব্যৱসায় কৰা অধিকাংশ ব্যৱসায়ীয়েই অজ্ঞ৷ স্বাস্থ্যসন্মতভাৱে মাছ-মাংস বিক্ৰী কৰাৰ ক্ষেত্ৰত ইও একপ্ৰকাৰ সমস্যা হৈ পৰিছে৷ গুৱাহাটী মহানগৰত প্ৰতিদিনে বিক্ৰী...

দিছপুৰ প্ৰেছ ক্লাবত কিডনী হস্পিটেল iUKDৰ বিনামূলীয়া স্বাস্থ্য শিবিৰ

গুৱাহাটীৰ সোণাপুৰস্থিত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ কিডনী হস্পিটেল ইন্‌ষ্টিটিউট অব্‌ ইউৰ’লজি এণ্ড কিডনী ডিজিজেজ চমুকৈ আই ইউ কে ডিৰ ৯১ সংখ্যক...

পুষ্টিগুণেৰে সমৃদ্ধ কেৰেলাৰ আছে কিছুমান পাৰ্শ্বক্ৰিয়াও

তিতা কেৰেলাৰ সোৱাদ তিতা হ’লেও এই পাচলি স্বাস্থ্যৰ কাৰণে খুবেই উপকাৰী৷ কেৰেলাৰ বিভিন্ন ঔষধি গুণ আছে, যি ঔষধৰ লেখীয়া কাম কৰে৷...

কণীতকৈও বেছি প্ৰ’টিন থাকে এইবোৰ পাচলিত

দৈনন্দিন খাদ্য তালিকাত সাধাৰণতে কণা ৰখাৰ পৰামৰ্শ দিয়ে পুষ্টিবিদে৷ কাৰণ কণীক প্ৰ’টিনৰ অন্যতম উৎস হিচাপে গণ্য কৰা হয়৷ এটা কণীত প্ৰায়...

অত্যধিক আনাৰস সেৱনে আনিব পাৰে বিপদ

ৰসাল সুমিষ্ট ফলৰ ভিতৰত আনাৰস অন্যতম৷ আনাৰসৰ টেঙা-মিঠা সোৱাদ সকলোৰে প্ৰিয়৷ গৰম কালি পকী থকা আনাৰস এটা দেখিলে জিভাৰ পানী নপৰা...

সুখাসন কৰিলে কি কি সুফল পাব পাৰে

গ্ৰীকসকলে কৈছিল, সুস্থ দেহতহে সুস্থ মনৰ সৃষ্টি হয়৷ হয়, আমাৰ মন ভালে থাকিবলৈ হ’লে আমাক এটা সুস্থ আৰু নিৰোগী জীৱন-যাপনৰ প্ৰয়োজন৷...

বয়স অনুযায়ী ফাষ্টিং ছুগাৰ কিমান হোৱা উচিত?

ডায়েবেটিছ এনে এটা ৰোগ, যি কেৱল চিকিৎসাৰ জৰিয়তেহে নিয়ন্ত্ৰণ কৰা যায় অথবা স্থায়ীভাৱে ইয়াক নিয়ন্ত্ৰণ কৰাও সম্ভৱ নহয়৷ এনে পৰিস্থিতিত তেজত...

Most Read

কলেষ্টৰেল কমাবলৈ, হৃদৰোগৰ সম্ভাৱনা হ্ৰাসৰ নতুন ঔষধ

কলেষ্টৰেল যদি নিয়ন্ত্ৰণত নাথাকে, তেনেহ’লে তাৰ পৰা বিভিন্ন সমস্যা হ’ব পাৰে৷ মাত্ৰাতিৰিক্ত কলেষ্টৰেলে হাৰ্ট এটেকৰ কাৰণো হ’ব পাৰে৷ সেয়ে কলেষ্টৰেল নিয়ন্ত্ৰণত ৰাখিবলৈ...

আপুনি মিঠাইপ্ৰিয় নেকি?দোকানৰ মিঠাই খাওঁতে দহবাৰ ভাবক

আপুনি মিঠাই খাই ভাল পায় নেকি? মিঠাইৰ প্ৰতি আপোনাৰ দুৰ্বাৰ আকৰ্ষণ আছে নেকি? তেন্তে আজিৰ পৰাই মিঠাই খাওঁতে সাৱধান হওক৷ কিয়নো মহানগৰীত...

টেপেৰে ঠিকমতে পানী নসৰকাত এচামুচ তেলেই মেজিকৰ কাম কৰিব

কেতিয়াবা ঘৰৰ পানীৰ টেপৰ পৰা টোপটোপকৈ পানী সৰে৷ টেপত আৱৰ্জনা তথা ময়লা জমা হৈ স্তৰৰ সৃষ্টি কৰি পানী অহাত বাধা দিয়ে, যাৰ...

হাতৰ জৰিয়তে জানিব পাৰি ছুগাৰ বঢ়াৰ লক্ষণ

বৰ্তমান সময়ত ডায়েবেটিছ এক জটিল ৰোগ৷ এই ৰোগত আক্ৰান্ত হ’লে মানুহৰ নানাধৰণৰ সমস্যাই দেখা দিয়ে৷ ভাৰতত এই ৰোগত আক্ৰান্তৰ সংখ্যা নিতৌ...