[rev_slider alias=”ad-slider-1″]
ফ্ৰোজেন শোল্ডাৰৰ সমস্যা নিৰাময়ৰ বাবে এই আসন কৰক
Health Plus - 0
দিনটোৰ বাৰ ঘণ্টাই অফিচত চকীত বহি লেপটপ বা কম্পিউটাৰত কাম কৰি অভ্যাস বহুতৰে আছে৷ এইদৰে বহি বহিয়েই কাম কৰাৰ ফলত এটা সময়ত...
মুখৰ সৌন্দৰ্য বৃদ্ধিত সহায়ক এইবিধ ভিটামিন
Health Plus - 0
নাৰীৰ ওচৰত তেওঁলোকৰ গৌৰৱ আৰু আত্মবিশ্বাসৰ বিষয় হৈছে তেওঁলোকৰ সৌন্দৰ্য৷ নাৰীয়ে বিশেষকৈ মুখৰ সৌন্দৰ্য বৃদ্ধিৰ বাবে যে কি কি নকৰে? দৈনিক বিউটি...
কেঁচা জলকীয়া খালে শৰীৰৰ কি লাভ হয়
Health Plus - 0
আঞ্জাৰ সোৱাদ বঢ়াবলৈ কেঁচা জলকীয়াৰ বিকল্প নাই৷ যিমানে সোৱাদ নহওক কিয়, খোৱাৰ সময়ত ব্যঞ্জনখনত জ্বলা নহ’লে বহুতৰে ভাতগৰাহ যেন ভিতৰলৈকে নোসোমায়৷...
বদহজমৰ সমস্যা নিৰাময়ৰ কিছুমান উপায়
Health Plus - 0
আজিকালি সকলো লোকৰে বদহজম হোৱা দেখা পাওঁ৷ কৰ্মময় ব্যস্ত জীৱনত আমাৰ খাদ্য গ্ৰহণৰ ক্ষেত্ৰত যথেষ্ট তাৰতম্যই দেখা দিয়ে৷ অনিয়মিত খাদ্য তালিকাৰ বাবে...
ছুগাৰ থাকিলে বিটৰ ৰস খোৱাটো উচিতনে ?
Health Plus - 0
বিট এবিধ স্বাস্থ্য উপকাৰী পাচলি৷ সাধাৰণতে আমি বিট চালাড বনাই, ভাজি অথবা ইয়াৰ ৰস উলিয়াই সেৱন কৰে৷ বিটৰ ৰস বিভিন্ন পুষ্টিকৰ উপাদান...
কিডনী আৰু লিভাৰৰ সুস্থতাৰ বাবে এইবোৰ কৰক
Health Plus - 0
বৰ্তমান সময়ত কিডনী তথা লিভাৰ সম্বন্ধীয় ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ ইয়াৰ বিভিন্ন কাৰণ আছে যদিও সৰহভাগ কাৰকৰ বাবে আমিয়েই দায়ী৷...
মাকৈ খোৱাটো কিমান স্বাস্থ্য উপকাৰী জানেনে ?
Health Plus - 0
ষ্টাৰ্টাৰ হিচাপে চুইট কৰ্ন বা ক্ৰিচপি চিলি বেবী কৰ্ন সকলোৰে প্ৰিয়৷ মাকৈৰ দ্বাৰা উৎপাদিত হালধীয়া বৰণৰ এনে সৰু দানাবোৰ দেখিলেই লোভ সামৰিব...
কোন সময়ত ছিয়া চিড খালে বেছি উপকাৰ পাব
Health Plus - 0
ছিয়া চিড দেখাত সৰু হ’লেও ইয়াত আছে প্ৰচুৰ পৰিমাণে ফাইবাৰ, ওমেগা থ্ৰি ফেটি এচিড, এণ্টিঅক্সিডেণ্ট আদি৷ ছিয়া চিড স্বাস্থ্য উপকাৰী হোৱাৰ লগতে...
ছানবাৰ্নৰ প্ৰতিকাৰ স্বৰূপ নাৰিকল তেল
Health Plus - 0
ঔষধি গুণবিশিষ্ট নাৰিকল তেলৰ বিষয়ে আমি সকলোৱে জানো৷ ইয়াৰ ৰন্ধন প্ৰক্ৰিয়াত ব্যৱহাৰ কৰাৰ উপৰি বিভিন্ন কাৰ্যত ব্যৱহাৰ কৰা হয়৷ অৱশ্যে অসমৰ তুলনাত...
প্ৰখ্যাত ইউৰ’লজিষ্ট ডাঃ অৰূপ কুমাৰ নাথৰ নেতৃত্বত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ
Health Plus - 0
গুৱাহাটীৰ সোণাপুৰস্থিত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ কিডনী হস্পিটেল ইন্ষ্টিটিউট অব্ কিডনী ডিজিজেজ চমুকৈ আই ইউ কে ডিৰ ৯৬ সংখ্যক বিনামূলীয়া চিকিৎসা শিবিৰটো...
ছুগাৰ থকা লোকে কুঁহিয়াৰৰ ৰস সেৱন কৰা উচিতনে?
Health Plus - 0
গৰমৰ দিনত প্ৰচণ্ড ৰ’দৰ পৰা সকাহ পাবলৈ কুঁহিয়াৰৰ ৰস সেৱন কৰা হয়৷ এগিলাচ কুঁহিয়াৰৰ ৰসে যেন প্ৰচণ্ড সূৰ্যৰ তাপৰ পৰা বচাই ৰাখে৷...
বৃক্ষাসন কেনেকৈ কৰিব জানো আহক
Health Plus - 0
বৰ্তমান সময়ত হাজাৰ ব্যস্ততাৰ মাজৰ পুৱা শুই উঠি ব্যায়াম কৰাৰ কাৰো সময় নাথাকে৷ তাৰ মাজতে যদি পুৱা আধা ঘণ্টা অকণমান সময় উলিয়াই...
Most Read
টেপেৰে ঠিকমতে পানী নসৰকাত এচামুচ তেলেই মেজিকৰ কাম কৰিব
কেতিয়াবা ঘৰৰ পানীৰ টেপৰ পৰা টোপটোপকৈ পানী সৰে৷ টেপত আৱৰ্জনা তথা ময়লা জমা হৈ স্তৰৰ সৃষ্টি কৰি পানী অহাত বাধা দিয়ে, যাৰ...
হাতৰ জৰিয়তে জানিব পাৰি ছুগাৰ বঢ়াৰ লক্ষণ
বৰ্তমান সময়ত ডায়েবেটিছ এক জটিল ৰোগ৷ এই ৰোগত আক্ৰান্ত হ’লে মানুহৰ নানাধৰণৰ সমস্যাই দেখা দিয়ে৷ ভাৰতত এই ৰোগত আক্ৰান্তৰ সংখ্যা নিতৌ...
ব্লাড কেঞ্চাৰ নিয়ন্ত্ৰণৰ বাবে ‘ট্ৰ’জান হৰ্ছ’ থেৰাপী
ব্লাড কেঞ্চাৰ ধৰা পৰিলে ৰোগীৰ আতংকৰ শেষ নাথাকে৷ মৃত্যু ভয়ৰ গ্ৰাসে সকলো সময়তে খেদি ফুৰে৷ ব্লাড কেঞ্চাৰ ইমান দ্ৰুতভাৱে সংক্ৰমিত হয় যে...
গাৰ বৰণৰ ওপৰত নিৰ্ভৰ কৰে সূৰ্যালোকত ভিটামিন-ডি শোষণ
ঘণ্টাৰ পাছত ঘণ্টা ধৰি ৰ’দৰ পোহৰ ৰশ্মি বা পোহৰ লগালে ভিটামিন-ডি প্ৰস্তুত হয়নে? উত্তৰত– মুঠেও নহয়৷ ওলোটাই সূৰ্যৰ ৰশ্মিয়ে ছালখনৰ ক্ষতিসাধন কৰি...