Home Fitness Plus

Fitness Plus

[rev_slider alias=”ad-slider-1″]

কোলন টিউমাৰ বিপজ্জনক কি বিশেষ লক্ষণলৈ মন কৰিব?

মধ্য বয়সীয়া বা তাতকৈ বেছি বয়সিয়াল লোকৰ মাজত কোলন কেঞ্চাৰ সাধাৰণ কথা হ’লেও সাম্প্ৰতিক সময়ত এই ৰোগত আক্ৰান্ত তৰুণ ৰোগীৰ সংখ্যা কিন্তু...

টোপনিৰ সময়ত হঠাতে শৰীৰটো কঁপি উঠাৰ কাৰণ জানেনে?

বহুতৰে ক্ষেত্ৰত টোপনি যোৱাৰ সময়ত হঠাতে শৰীৰটো অকাৰণতে জোকাৰি দিয়ে বা কঁপি উঠে৷ অধিকাংশ মানুহৰ ক্ষেত্ৰতে এইধৰণৰ প্ৰতিক্ৰিয়া হয় যদিও এই বিষয়টো...

কেম’থেৰাপী বা ৰেডিয়েশ্যন অবিহনে কেঞ্চাৰৰ চিকিৎসা

কেঞ্চাৰক নিয়ন্ত্ৰণ কৰিবলৈ আধুনিক চিকিৎসা বিজ্ঞানে অহৰহ চেষ্টা অব্যাহত ৰাখিছে৷ ইয়াৰ অংশ হিচাপে এইবাৰ দক্ষিণ কোৰিয়াৰ এজন বিজ্ঞানীয়ে দাবী কৰিছে যে তেওঁ...

দ্ৰুতভাৱে পেটৰ চৰ্বি কমাবলৈ প্ৰতিদিনে ২০ মিনিট ভাৰোত্তোলন কৰক

বিশেষজ্ঞসকলে ঠাৱৰ কৰিছে যে পেটত অতিৰিক্ত চৰ্বি জমা হ’লে বিভিন্ন ৰোগৰ কাৰক হ’ব পাৰে৷ পেটত জমা হোৱা অতিৰিক্ত চৰ্বিয়ে যথেষ্ট সমস্যাৰ সৃষ্টি...

বয়সৰ আগেয়ে কমিছে কোলাজেন ইয়াৰ লক্ষণবোৰ কি কি ?

এই প্ৰক্ৰিয়াত সহকাৰী হিচাপে কাম কৰে ভিটামিন-চি, জিংক, কপাৰ আদি৷ কিন্তু ২০ বছৰৰ মাজৰ পৰা শৰীৰত এক শতাংশকৈ কোলাজেন উৎপাদন কমি আহে৷...

দৈনন্দিন এইধৰণৰ কামে সৰ্বনাশ কৰিব পাৰে মস্তিষ্কৰ

আধুনিক গৱেষণাত কোৱা হৈছে যে মানুহৰ বিভিন্ন কাম অথবা কিছুমান বস্তুৰ দৈনন্দিন ব্যৱহাৰে মস্তিষ্কৰ স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাইছে৷ সেই অভ্যাস...

পুৰুষৰ যৌনশক্তি বৃদ্ধিত কোমোৰাৰ গুটি

বহুতেই কোমোৰা বা ৰঙালাও কাটোতে ইয়াৰ গুটিবোৰে পেলাই দিয়ে৷ ইয়াক খোৱাৰ অনুপযোগী হিচাপে গণ্য কৰিয়েই পেলাই দিয়া হয়৷ আচলতে কোমোৰা বা...

ডায়েবেটিছ ৰোগীক উপবাসে কিদৰে সহায় কৰে

উপবাস একধৰণৰ শাৰীৰিক প্ৰক্ৰিয়া, য’ত শৰীৰটোৰ অংগসমূহৰ কাম কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণ ৰেহাই দিয়া হয়৷ আমাৰ শৰীৰটোৱে সকলো সময়তে ধান বনা মিলাৰ দৰে...

ৰক্তচাপ হঠাতে বাঢ়িছে বিপদ এৰাবলৈ কি কৰিব ?

ৰক্তচাপ বাঢ়ি যোৱাটো ভাল লক্ষণ নহয়৷ ইয়াৰ ফলত হাৰ্ট এটেকৰ সম্ভাৱনা যথেষ্ট থাকে৷ যদি বুকুৰ ঢপঢপনি, মূৰ ঘূৰোৱা, বমি বমি ভাব,...

মহিলাসকলৰ মাজত ষ্ট্ৰ’ক কিয় বেছি হয়?

মস্তিষ্কলৈ ৰক্ত চলাচল বাধাপ্ৰাপ্ত হ’লে অথবা ৰক্তনলী ফাটি গ’লে মস্তিষ্কৰ ভিতৰত ৰক্তপাত হ’লে ষ্ট্ৰ’ক হয়৷ তেজ চলাচল বিঘ্নিত হ’লে মস্তিষ্কৰ কিছু কোষ...

এইবোৰ সাধাৰণ লক্ষণ উপেক্ষা নকৰিব হ’ব পাৰে কিডনীৰ সংক্ৰমণ

কিডনী শৰীৰৰ সকলোতকৈ গুৰুত্বপূৰ্ণ অংগ৷ কিডনীয়ে শৰীৰৰ ফিল্টাৰ হিচাপে কাম কৰে৷ কিডনীয়ে সঠিকভাৱে কাম নকৰিলে শৰীৰৰ ভিতৰত টক্সিন জমা হ’বলৈ আৰম্ভ...

কেঁচা বুটে কিদৰে উপকাৰ কৰিব পাৰে

শীতেই হওক অথবা গ্ৰীষ্ম বহুতেই পুৱাই ৰাতি তিয়াই থোৱা বুট খোৱা দেখিবলৈ পোৱা যায়৷ কেঁচা বুটৰ উপকাৰৰ বিষয়ে সকলোৰে জ্ঞাত৷ কেঁচা বুট...

Most Read

এইবোৰ উপকাৰ জানিলে আপুনিও সাঁতুৰিবলৈ আৰম্ভ কৰিব

সহজ ব্যায়াম হিচাপে খোজকঢ়াটো বেছ জনপ্ৰিয়৷ আনহাতে গধুৰ. গুৰু ব্যায়াম কৰিবলৈ হ’লে জগিং, দৌৰা, ৱেইট লিফটিং আদি উল্লেখযোগ্য৷ আনহাতে কেৱল ব্যায়াম...

শীতকালত উচ্চ ৰক্তচাপৰ মাত্ৰা বেছি হোৱাৰ কাৰণ কি ?

শীতকালত পৰিৱেশৰ তাপমাত্ৰা কমি যোৱাৰ ফলত মানৱদেহৰ সিৰা আৰু ধমনীবোৰ সংকুচিত হৈ আহে৷ ইয়াৰ ফলত শৰীৰৰ উষ্ণতা বজাই ৰখা, ৰক্ত সঞ্চালন...

হাতৰ জলকীয়াৰ পোৰণিৰ পৰা কিদৰে উপশম পাব

জলকীয়াত কেপচাইচিন নামৰ এবিধ উপাদান থাকে৷ কেঁচা জলকীয়া বা পকা জলকীয়া কাটিলে বা পিচিলে এই উপাদান নিৰ্গত হয় আৰু হাত লাগিলে জ্বলন...

চকুৰ এই পাঁচ লক্ষণে দিয়ে কিডনীৰ সমস্যাৰ সংকেত

চকুৱে কেৱল দেখা ক্ষেত্ৰতে কাৰ্য সম্পাদন কৰে যদিও কেতিয়াবা কেতিয়াবা শৰীৰৰ অভ্যন্তৰীণ সমস্যাৰো আগজাননী দিয়ে৷ কিডনীৰ অসুখ তাৰ ভিতৰত অন্যতম৷ কিডনী...