[rev_slider alias=”ad-slider-1″]
কিডনী আৰু লিভাৰৰ সুস্থতাৰ বাবে এইবোৰ কৰক
Health Plus - 0
বৰ্তমান সময়ত কিডনী তথা লিভাৰ সম্বন্ধীয় ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ ইয়াৰ বিভিন্ন কাৰণ আছে যদিও সৰহভাগ কাৰকৰ বাবে আমিয়েই দায়ী৷...
মাকৈ খোৱাটো কিমান স্বাস্থ্য উপকাৰী জানেনে ?
Health Plus - 0
ষ্টাৰ্টাৰ হিচাপে চুইট কৰ্ন বা ক্ৰিচপি চিলি বেবী কৰ্ন সকলোৰে প্ৰিয়৷ মাকৈৰ দ্বাৰা উৎপাদিত হালধীয়া বৰণৰ এনে সৰু দানাবোৰ দেখিলেই লোভ সামৰিব...
কোন সময়ত ছিয়া চিড খালে বেছি উপকাৰ পাব
Health Plus - 0
ছিয়া চিড দেখাত সৰু হ’লেও ইয়াত আছে প্ৰচুৰ পৰিমাণে ফাইবাৰ, ওমেগা থ্ৰি ফেটি এচিড, এণ্টিঅক্সিডেণ্ট আদি৷ ছিয়া চিড স্বাস্থ্য উপকাৰী হোৱাৰ লগতে...
ছানবাৰ্নৰ প্ৰতিকাৰ স্বৰূপ নাৰিকল তেল
Health Plus - 0
ঔষধি গুণবিশিষ্ট নাৰিকল তেলৰ বিষয়ে আমি সকলোৱে জানো৷ ইয়াৰ ৰন্ধন প্ৰক্ৰিয়াত ব্যৱহাৰ কৰাৰ উপৰি বিভিন্ন কাৰ্যত ব্যৱহাৰ কৰা হয়৷ অৱশ্যে অসমৰ তুলনাত...
প্ৰখ্যাত ইউৰ’লজিষ্ট ডাঃ অৰূপ কুমাৰ নাথৰ নেতৃত্বত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ
Health Plus - 0
গুৱাহাটীৰ সোণাপুৰস্থিত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ কিডনী হস্পিটেল ইন্ষ্টিটিউট অব্ কিডনী ডিজিজেজ চমুকৈ আই ইউ কে ডিৰ ৯৬ সংখ্যক বিনামূলীয়া চিকিৎসা শিবিৰটো...
ছুগাৰ থকা লোকে কুঁহিয়াৰৰ ৰস সেৱন কৰা উচিতনে?
Health Plus - 0
গৰমৰ দিনত প্ৰচণ্ড ৰ’দৰ পৰা সকাহ পাবলৈ কুঁহিয়াৰৰ ৰস সেৱন কৰা হয়৷ এগিলাচ কুঁহিয়াৰৰ ৰসে যেন প্ৰচণ্ড সূৰ্যৰ তাপৰ পৰা বচাই ৰাখে৷...
বৃক্ষাসন কেনেকৈ কৰিব জানো আহক
Health Plus - 0
বৰ্তমান সময়ত হাজাৰ ব্যস্ততাৰ মাজৰ পুৱা শুই উঠি ব্যায়াম কৰাৰ কাৰো সময় নাথাকে৷ তাৰ মাজতে যদি পুৱা আধা ঘণ্টা অকণমান সময় উলিয়াই...
এইকেইটা বদঅভ্যাসে কিডনী বিকল কৰিব পাৰে
Health Plus - 0
কিডনী বা বৃক্ক হৈছে আমাৰ শৰীৰৰ প্ৰধান অংশ৷ দেহৰ অতিৰিক্ত পানী, বিপাক ক্ৰিয়াৰ ফলত সৃষ্টি হোৱা অপ্ৰয়োজনীয় আৰু ক্ষতিকাৰক জৈৱ আৰু...
ছয়াবিনে কিদৰে হৃদপিণ্ড ভালে ৰখাত সহায় কৰে
Health Plus - 0
দৈনন্দিন খাদ্য তালিকাত ছয়াবিন এবিধ লেখত ল’বলগীয়া খাদ্য৷ ইয়াৰ বৈজ্ঞানিক নাম হৈছে গ্লাইচিন মেক্স৷ ইয়াৰ সাধাৰণতে নিৰামিষ খাদ্য হিচাপে ধৰা হয়৷...
লিপেডেমাত ভুগিছে ভাৰতীয় মহিলা কি এই সমস্যা, কিয় হয় ?
Health Plus - 0
বৰ্তমান সময়ত প্ৰায়সংখ্যক ভাৰতীয় মহিলাই লিপেডেমাৰ চিকাৰ হৈছে৷ কিন্তু মহিলাসকলৰ কি এই সমস্যা আৰু এই সমস্যা হোৱাৰ কাৰণ কি এই বিষয়ে অলপ...
কম বয়সতে হাতৰ ছাল শোতৰিছে : লওক এই ব্যৱস্থা
Health Plus - 0
আমি মুখৰ ছালখন ভালে ৰাখিবলৈ অশেষ যত্ন কৰোঁ৷ বিভিন্ন ধৰণৰ প্ৰসাধন সামগ্ৰী, স্ত্ৰাবিং কৰা, উন্নত ব্ৰেণ্ডৰ ক্ৰিম লগোৱা আদি নানা পৰিচৰ্যা কৰোঁ৷...
ব্লেক ৱাটাৰৰ জনপ্ৰিয়তা তথা গুণাগুণ জানেনে?
Health Plus - 0
পানীয়েই জীৱৰ প্ৰাণ বুলি কোৱা হয়৷ পানী অবিহনে কোনেও জীয়াই থাকিব নোৱাৰে৷ এজন সুস্থ মানুহে দিনটোৰ ভিতৰত কমেও আঢ়ৌ- তিনি লিটাৰ পানী...
Most Read
নখ বেঁকা হৈ আগলৈ হাউলি গৈছে নেপথ্যত থাকিব পাৰে আন কাৰণ
নখৰ ৰং, আকাৰ-আকৃতি কেৱল সাজসজ্জাৰ অংগ নহয়, বৰং নখৰ ৰং, আকৃতি সলনি আদিয়ে দেহৰ ভিতৰৰ অৱস্থাৰ ইংগিত দিয়ে৷ সেয়ে ভৰি অথবা...
ড্ৰেগন ফল কিদৰে খালে বেছি উপকাৰ পাব
বিদেশী ফল হ’লেও ড্ৰেগন ফলৰ উপকাৰিতা কেইবাগুণো আছে৷ দৈনিক খাদ্য তালিকাৰ বৈশিষ্ট্য আনিব পাৰে এই ড্ৰেগন ফলে৷ পুষ্টিগুণসমৃদ্ধ এইবিধ ফলৰ এতিয়া বজাৰ...
পুৱা দাঁত ব্ৰাছ কৰাৰ আগেয়ে পানী সেৱন কৰক
এটা সুস্থ জীৱনৰ বাবে দৈনিক জ্জ-জ্জ্ব লিটাৰ পানীৰ আৱশ্যক হয়৷ এই পৰিমাণৰ পানী শৰীৰে নাপালে নানা বিসংগতিয়ে দেখা দিব পাৰে৷ আনহাতে...
কোলন কেঞ্চাৰ প্ৰতিৰোধৰ বাবে এইবোৰ খাদ্য এৰাই চলক
বৰ্তমান কোলন কেঞ্চাৰত আক্ৰান্ত মানুহৰ সংখ্যা অভাৱনীয়ভাৱে বৃদ্ধি পাইছে৷ কেঞ্চাৰৰ এইধৰণৰ সমস্যাৰ সৈতে আছে খাদ্যাভ্যাসৰ এটা ওত্পৰোত সম্পৰ্ক৷ গৱেষণাৰ পৰা জনা...