[rev_slider alias=”ad-slider-1″]
হৰমনৰ সন্তুলন বৰ্তাই ৰাখিবলৈ উত্থানপদাসন কৰক
Health Plus - 0
শৰীৰ আৰু মনৰ স্বাস্থ্যৰ বাবে যোগব্যায়ামৰ বিকল্প আন একো নাই৷ মনত ৰাখিব যোগাসনেহে আপোনাৰ সু্স্বাস্থ্য অটুট ৰাখিব পাৰে৷ আনহাতে যোগাসন কৰিবলৈ হ’লে...
অকল হাঁওফাঁওৰে নহয়, মগজুৰো ক্ষতি কৰে ধূমপানে
Health Plus - 0
ধূমপানে কেৱল হৎপিণ্ড আৰু হাওঁফাওঁৰে ক্ষতি নকৰে, মানুহৰ মগজুৰো ক্ষতি কৰে৷ শেহতীয়াকৈ কৰা এটা অধ্যয়নৰ পৰা এই কথা জানিব পৰা গৈছে৷ বায়’লজিকেল...
চেলিব্ৰিটিসকলে খোৱা ক’লা পানীৰ ৰহস্য জানেনে?
Health Plus - 0
বলিউডৰ তাৰকাসকলৰ হাতত প্ৰায়ে এটা ক’লা পানীৰ বটল আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে৷ পিছে কি এই ক’লা পানীৰ ৰহস্য৷ আচলতে এই ক’লা পানী...
স্নায়ুতন্ত্ৰৰ সুস্থতাৰ বাবে বালাসন কৰক
Health Plus - 0
শৰীৰ তথা মন ভালে ৰখাৰ একমাত্ৰ মাধ্যমটোৱে হৈছে যোগাসন৷ যোগাসনে শৰীৰৰ বিভিন্ন ৰোগ নিৰ্মূল কৰাৰ লগতে মনটোও প্ৰফুল্লিত কৰি ৰাখে৷ অৰ্থাৎ আধ্যাত্মিক...
আয়ুৰ্বেদত মহৌষধ ক’লা হালধিৰ উপকাৰিতা
Health Plus - 0
বিভিন্ন ঔষধি গুণৰ ভাণ্ডাৰ ক’লা হালধি কৃষিকাৰ্যত অত্যন্ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে৷ ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধিকাৰী, এণ্টিকাৰ্চিনোজেনিক বৈশিষ্ট্যসহ বিভিন্ন গুণৰ অধিকাৰী...
এটা সম্পূৰ্ণ আধ্যাত্মিক প্ৰক্ৰিয়া ‘সূৰ্য ক্ৰিয়া’ৰ উপকাৰিতা
Health Plus - 0
সূৰ্য ক্ৰিয়া হ’ল অসাধাৰণ প্ৰাচীনত্বৰ এটি শক্তিশালী যোগৰ অনুশীলন, যিয়ে স্বাস্থ্য, সুস্থতা তথা সম্পূৰ্ণ অভ্যন্তৰীণ— সুস্থতাৰ কাৰণে এক সামগ্ৰিক প্ৰক্ৰিয়া হিচাপে গণ্য...
অধিক দামী আখৰোট-আলমণ্ডৰ পৰিৱৰ্তে সহজলভ্য এইবিধ খাওক
Health Plus - 0
বহুতেই পুৱাই ৰাতি তিয়াই থোৱা আলমণ্ড, আখৰোট আদি খোৱাৰ অভ্যাস কৰে৷ এইবোৰ খাদ্য পুৱা এইদৰে খালে স্বাস্থ্য ৰক্ষা তথা স্বাস্থ্য উপযোগী হিচাপে...
পুৰুষসকলে বেছিকৈ তেঁতেলী খালে কি হয় ?
Health Plus - 0
তেঁতেলী এবিধ অতি সুস্বাদু তথা স্বাস্থ্য উপকাৰী ফল৷ তেঁতেলীৰ সোৱাদ সকলোৰে লৈছে ৷ বহুতৰে তেঁতেলীৰ নাম শুনিলেই আপোনা আপুনি জিভাৰ পানী সৰকি...
কলেষ্টৰেল বাঢ়িলে এইবোৰ কেতিয়াও নাখাব
Health Plus - 0
আমি সকলোৱে জানো যে বেয়া কলেষ্টৰেল হাৰ্টৰ কাৰণে বিপজ্জনক৷ ইয়াৰ পৰাই হূদৰোগৰ আৰম্ভণি হয়৷ আমাৰ বেছিভাগেই জানো যে হজম শক্তিয়ে আমাৰ দেহৰ...
এইবোৰ খাদ্য ভুলতো কুকাৰত সিদ্ধ নকৰিব
Health Plus - 0
আজিকালি ৰন্ধন কাৰ্যত প্ৰেছাৰৰ কুকাৰ ব্যৱহাৰ কৰা হয়৷ ৰন্ধন প্ৰণালীত প্ৰেছাৰ কুকাৰ এক এবাৰ নোৱৰা সামগ্ৰী হৈ পৰিছে৷ কম সময়তে ভাত, দাইল...
অত্যধিক গ্ৰীন টী সেৱনেও মাতিব পাৰে বিপদ
Health Plus - 0
ওজন হ্ৰাস তথা ছালৰ উজ্জ্বলতা বৃদ্ধিত গ্ৰীন টী কিমান উপকাৰী আমি সকলোৱে জানো৷ কিন্তু এদিনত তিনি কাপতকৈ অধিক গ্ৰীন টী সেৱন কৰিলে...
জিম কৰাৰ আগত ফিচ অইল গ্ৰহণ কৰা কিয় ভাল
Health Plus - 0
ফিচ অইল হৈছে একপ্ৰকাৰৰ তেল, যাক মাছৰ তিছুৰ পৰা সংগ্ৰহ কৰা হয়৷ ইয়াক বিশেষকৈ তেলাল মাছৰ পৰা সংগ্ৰহ কৰা হয়৷ ইয়াৰ প্ৰচুৰ...
Most Read
পেকেটজাত গাখীৰ গৰম কৰাৰ প্ৰয়োজনীয়তা আছেনে ?
পেকেটজাত গাখীৰ গৰম কৰাৰ প্ৰয়োজনীয়তা আছে নেকি? এই কথাটো হয়তো বহুতেই অৱগত নহয় যে পেকেটজাত গাখীৰ মানেইতো পাস্তুৰাইজড৷ অৰ্থাৎ ইয়াক জীৱাণুমুক্ত কৰা৷...
হজমৰ সমস্যা সমাধানৰ বাবে মৎস্যাসন কৰক
শৰীৰৰ স্বাস্থ্য উন্নত তথা নিৰোগী কৰি ৰাখিবলৈ যোগাসন কৰাৰ প্ৰয়োজনীয়তা আছে৷ নিয়মিতভাৱে কৰা যোগ অভ্যাসে এজন লোকক বিভিন্ন...
পুৱাই কৰা কি ভুলৰ বাবে দ্ৰুতভাৱে ওজন বৃদ্ধি হ’ব পাৰে
পুৱাই যিমানেই ভাল অভ্যাস গঢ় দিব, সিমানে শৰীৰক ভালে ৰখাত সহায় কৰে৷ পুৱাৰ ভাগৰ কিছুমান বদঅভ্যাসে হোৰাহোৰে বঢ়াব পাৰে শৰীৰৰ ওজন৷ কথাতে...
বিজ্ঞানীৰ নতুন সম্ভাৱনাময় বাসযোগ্য গ্ৰহৰ সন্ধান
সম্প্ৰতি ইউৰোপিয়ান ছাউডাৰ্ন অবজাভেটৰি ভেৰি লাৰ্জ টেলিস্কোপৰ সহায়ত বিজ্ঞানীয়ে নতুন এক সম্ভাৱনাময় বাসযোগ্য গ্ৰহৰ সন্ধান লাভ কৰিছে৷ পৃথিৱীৰ পৰা আনুমানিক ৫.৯৬ আলোকবৰ্ষ...