[rev_slider alias=”ad-slider-1″]
এইবোৰ খাদ্যইশিশুৰ স্মৃতিশক্তি বঢ়ায়
Health Plus - 0
শিশু অৱস্থা বা শিশুকালত আপোনাৰ সন্তানক পুষ্টিকৰ খাদ্য খুওৱাটো অত্যন্ত দৰকাৰ৷ কিয়নো এই সময়খিনিত শিশু এটিৰ পুষ্টিকৰ খাদ্য যিমান প্ৰয়োজন, শিশুটিৰ মানসিক,...
ঘৰুৱা পদ্ধতিৰে কিদৰে পাইলছৰ সমস্যা নিৰাময় কৰিব ?
Health Plus - 0
পাইলছ এনে এটা সমস্যা, য’ত মলত্যাগৰ সময়ত মলদ্বাৰৰ অভ্যন্তৰীণ অথবা বাহ্যিক উভয় অংশই ফুটি উঠে৷ যাৰ কাৰণে প্ৰচণ্ড বিষ অনুভৱ হয় আৰু...
হাঁহ, মুৰ্গী নে কোয়েলকিহৰ কণী বেছি উপকাৰী
Health Plus - 0
কণী আমাৰ শৰীৰৰ বাবে উত্তম খাদ্য৷ প্ৰ’টিনেৰে ভৰপূৰ কণীয়ে শৰীৰৰ নানা উপকাৰ সাধন কৰে৷ হাঁহ, মুৰ্গীৰ পৰা আমি এই কণী পাওঁ৷ এতিয়া...
কেঞ্চাৰ প্ৰতিৰোধ কৰিবপাৰে এইবিধ শাকে
Health Plus - 0
বাৰ্গাৰৰ পৰা আৰম্ভ কৰি ছালাড কিম্বা ছেণ্ডউইচ সকলোতে লেটুছ শাকে আধিপত্য বিস্তাৰ কৰি আহিছে৷ সেউজীয়া তথা ৰঙা ৰঙৰ এই শাকবিধ খাবলৈ যেনেকৈ...
মধুৰিআমৰ উপকাৰিতাৰবিষয়ে জানো আহক
Health Plus - 0
মধুৰিআম খাই ভাল নোপোৱা মানুহ চাগে নোলাব৷ অত্যন্ত সুস্বাদু ফল দিয়া মধুৰিআমৰ গছ গাঁৱৰ প্ৰতিঘৰৰ পদূলিতে এজোপা থকাটো এটা নিয়মৰ লেখীয়া৷ আগতে...
কনজাংটিভাইটিছৰ সংক্ৰমণৰোধৰ বাবে এইবোৰ খাদ্য খাওক
Health Plus - 0
কনজাংটিভাইটিছ চকুৰ এক সংক্ৰমণজনিত ৰোগ৷ গ্ৰীষ্মকালত এই ৰোগবিধৰ প্ৰাদুৰ্ভাৱ বেছি হয়৷ এই ৰোগ হ’লে চকু ৰঙা পৰে, চকু উখহি উঠে, চকু ফুটি...
তামৰ পাত্ৰত পানী খাওকপাব আশ্চৰ্যকৰ ফল
Health Plus - 0
অসমীয়া সমাজত জলপান খোৱাৰ তামৰ পাত্ৰৰ ব্যৱহাৰ বহু আগৰে পৰা চলি আহিছে৷ প্ৰাচীন কালত ঋষি-মুনিসকলে খাদ্য ৰন্ধা, খোৱাত...
Black salt-এ শৰীৰৰকিদৰে উপকাৰ কৰে
Health Plus - 0
নিমখ বা লোণ– দৈনন্দিন জীৱনত প্ৰায় প্ৰতিবিধ খাদ্যতে ব্যৱহৃত সামগ্ৰীবিধ হৈছে লোণ৷ সাগৰতলিৰ পৰা যি নিমখ আমি উৎপাদন কৰোঁ, সেইবিধেই হৈছে সাধাৰণ...
পুৱাই এগিলাচ কুহুমীয়া পানী সেৱন কৰক : পাব আচৰিত লাভ
Health Plus - 0
আপুনি যদি সুস্থ থাকিব বিচাৰে, তেন্তে প্ৰতিদিনে পুৱা টোপনিৰ পৰা উঠিয়েই এগিলাচ পানী সেৱন কৰক৷ ডক্তৰেও খালী পেটত...
ছুগাৰ নিয়ন্ত্ৰণ আৰু ওজনহ্ৰাসৰ বাবে নীলা চাহ খাওক
Health Plus - 0
পুৱা শুই উঠিয়েই চাহকাপ খোৱাৰ সকলোৰে এটা অভ্যাস৷ সকলোৱে প্ৰতিদিনে একাপ হ’লেও চাহ খায়৷ আজিকালি হাৰ্বেল চাহৰ প্ৰচুৰ চাহিদা বাঢ়িছে৷ বিভিন্ন প্ৰকাৰে...
কোনবোৰ উপসৰ্গই দেখা দিলেবুজিব শৰীৰক ডিটক্সৰ প্ৰয়োজন
Health Plus - 0
দৈনন্দিন জীৱনত একেটা কামকে কৰি কৰি যিদৰে আমাৰ ক্লান্তি বা এলাহ অনুভৱ হয়, একেদৰে আমাৰ শৰীৰৰ অংগ-প্ৰত্যংগবোৰে প্ৰতিনিয়ত কাম কৰি ভাগৰি পৰে৷...
মুখৰ বলিৰেখাৰ সমস্যাৰ বাবেঘৰুৱাভাৱে এলোভেৰাৰ নাইট ক্ৰিম
Health Plus - 0
বয়স বঢ়াৰ লগে লগে চুলি পকিবলৈ ধৰে, মুখত বাৰ্ধক্যৰ চিন ফুটি উঠে৷ কিন্তু বয়সৰ আগতে যদি মুখত বাৰ্ধক্যৰ চাপ পৰে, তেনেহ’লে ব্যৱস্থা...
Most Read
দ্ৰুতগতিত বৃদ্ধি মগজু, কিডনী বাবে বিপজ্জনক এইবিধ ভেঁকুৰ
এছপাৰগিলাছ ফুমিগেটাছ নামৰ ভেঁকুৰবিধৰ দ্ৰুতগতিত বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে৷ যাৰ বাবে ক্ৰমশঃ অসুস্থ হৈছে মানুহ৷ বতাহত সহজে ভাহি আহি আক্ৰমণ কৰিছে মানুহক৷...
আম অকল সুস্বাদুইনে? জানক ইয়াৰ উপকাৰিতা
আম এবিধ অতি সুস্বাদু ফল৷ গ্ৰীষ্মকালত পোৱা ফলসমূহৰ ভিতৰত আম সকলোতকৈ আকৰ্ষণীয় আৰু এবিধ পুষ্টিকৰ ফল৷ আমত প্ৰচুৰ পৰিমাণে ভিটামিন-এ আৰু...
সন্তানৰ বুদ্ধিৰ ধাৰ বৃদ্ধিত এই আসন শিকাওক
সন্তানৰ মস্তিষ্কৰ শ্ৰীবৃদ্ধি তথা বৃদ্ধিৰ কাৰণে সৰুৰে পৰা যত্ন লোৱা উচিত৷ সৰুতে শিশুৱে সকলোখিনি আয়ত্ত কৰি লয়৷ এই ক্ষেত্ৰত সঠিক পথ...
একেবাৰে নিৰ্মূল হ’ব পাৰ্কিনশ্যন! স্নায়ুৰ ৰোগৰ নতুন আশাৰ পোহৰ
বয়স বৃদ্ধিৰ লগে লগে যিবোৰ ৰোগ হোৱাৰ সম্ভাৱনা থাকে, তাৰ ভিতৰত পাৰ্কিনশ্যন অন্যতম৷ বিশ্বব্যাপী লাখ লাখ মানুহ পাৰ্কিনশ্যনত আক্ৰান্ত হয়৷ মূলতঃ...