[rev_slider alias=”ad-slider-1″]
এই ঘৰুৱা উপায়েৰে ইউৰিকএচিডৰ সমস্যাৰ পৰা চিৰমুক্তি পাওক
Health Plus - 0
ইউৰিক এচিড হ’ল তেজত উপস্থিত থকা একপ্ৰকাৰ বৰ্জ্য পদাৰ্থ৷ পিউৰিন নামৰ যৌগৰ বিপাকৰ মাধ্যমেৰে ইউৰিক এচিড তৈয়াৰ হয়৷ সাধাৰণ অৱস্থাত ইউৰিক এচিড...
মাছৰ তেলে হাৰ্ট সুস্থ ৰাখে কি কয় পুষ্টিবিদে ?
Health Plus - 0
মাছৰ লগতে মাছৰ তেলো খাবলৈ বহুতেই পচন্দ কৰে৷ মাছৰ লগতে ইয়াৰ তেলো খাদ্যগুণেৰে ভৰপূৰ৷ মাছৰ তেল নিয়মিতভাৱে খালে হাৰ্টৰ স্বাস্থ্যৰ ক্ষেত্ৰত উপকাৰীনে,...
অমিতা স্বাস্থ্যৰ বাবেকিমান উপকাৰী জানেনে?
Health Plus - 0
কেঁচাই হওক বা পকা অমিতা খাবলৈ সকলোৱে পচন্দ কৰে৷ ইয়াৰ স্বাদো সুস্বাদু৷ অতি সহজে পোৱা এইবিধ ফল নিৰোগী বুলি গণ্য কৰা হয়৷...
বিবাহিত জীৱনত সুখীথাকিবলৈ এইবোৰ সহজ উপায়
Health Plus - 0
সকলো ল’ৰা-ছোৱালীৰে জীৱনক লৈ এটা সপোন থাকে৷ পঢ়া-শুনা কৰি ডাঙৰ মানুহ হোৱাৰ, পৰৱৰ্তী সময়ত বিয়া-বাৰু কৰাই এখন সুখী-সুন্দৰ ঘৰৰ গৰাকী হৈ জীৱনটো...
পেটৰ পৰা হাড়লৈকে সুস্থতাতসহযোগী যোদ্ধা এই শাকবিধ
Health Plus - 0
মেথি শাক চিনি নোপোৱা মানুহ কম আছে৷ একাধিক গুণেৰে সমৃদ্ধ এই শাকবিধে পেটৰ সমস্যাৰ পৰা আৰম্ভ কৰি হাড়লৈকে সুস্থ-সবল ৰাখিবলৈ সহযোগী যোদ্ধা...
দ্ৰুতভাৱে পেটৰ চৰ্বি কমাবলৈ কি কৰিব ?
Health Plus - 0
আজিকালি প্ৰায়ভাগ লোকৰে এটা প্ৰধান সমস্যাটো হ’ল পেটত চৰ্বি জমা হোৱাটো৷ এটা নিৰ্দিষ্ট বয়সত পেটত চৰ্বি হোৱাটো যে প্ৰথাগত নিয়মত পৰিণত হৈছে৷...
Hypothyroidism-ৰ সমস্যাতএইবোৰ খাদ্য এৰাই চলক
Health Plus - 0
থাইৰয়েড বিশ্বজুৰি এক পৰিচিত ৰোগ৷ য’ত নেকি আপোনাৰ থাইৰয়েডৰ এই গুৰুত্বপূৰ্ণ হৰমনবোৰ খুব বেছি বা খুব কম উৎপাদন কৰে৷ থাইৰয়েডৰ হাইপাৰথাইৰয়েডিজম, থাইৰয়েডাইটিছ...
কিডনীৰ সুস্বাস্থ্যৰ বাবেএই ফলকেইবিধ উপকাৰী
Health Plus - 0
কিডনী আমাৰ শৰীৰৰ বাবে এটা অবিচ্ছেদ্য অংগ৷ আমাৰ শৰীৰৰ পৰা বৰ্জ্য পদাৰ্থ বাহিৰ কৰি দিয়াই কিডনীৰ প্ৰধান কাম৷ কম পানী খোৱা, দীঘলীয়া...
দৈনিক ৩৯৬৭ খোজমানুহৰ সু-স্বাস্থ্যৰ বাবে পৰ্যাপ্ত
Health Plus - 0
খোজকঢ়াটো মানুহৰ স্বাস্থ্যৰ কাৰণে উপকাৰী বুলি প্ৰায় সকলোৱে জানে৷ নিয়মীয়াকৈ খোজকাঢ়িলে হৃদৰোগ, উচ্চ ৰক্তচাপ, মেদবহুলতা, বহুমূত্ৰ ৰোগৰ পৰা হাত সাৰি থকাত সহায়...
জলবাহিত ৰোগ নিৰ্মূলৰবাবে লওক এই উপায়
Health Plus - 0
প্ৰতিবছৰে দেশৰ অগণন লোক জলবাহিত ৰোগত আক্ৰান্ত হয়৷ যাৰ সৈতে মোকাবিলা কৰা কঠিন হৈ পৰিছে৷ পানী প্ৰদূষিত হোৱাটোৱে এই জলবাহিত ৰোগৰ অন্যতম...
পুৱাই এগিলাচ কুহুমীয়া পানী সেৱন কৰক : পাব আচৰিত লাভ
Health Plus - 0
আপুনি যদি সুস্থ থাকিব বিচাৰে, তেন্তে প্ৰতিদিনে পুৱা টোপনিৰ পৰা উঠিয়েই এগিলাচ পানী সেৱন কৰক৷ ডক্তৰেও খালী পেটত...
এইবোৰ খাদ্যইশিশুৰ স্মৃতিশক্তি বঢ়ায়
Health Plus - 0
শিশু অৱস্থা বা শিশুকালত আপোনাৰ সন্তানক পুষ্টিকৰ খাদ্য খুওৱাটো অত্যন্ত দৰকাৰ৷ কিয়নো এই সময়খিনিত শিশু এটিৰ পুষ্টিকৰ খাদ্য যিমান প্ৰয়োজন, শিশুটিৰ মানসিক,...
Most Read
সন্তানৰ বুদ্ধিৰ ধাৰ বৃদ্ধিত এই আসন শিকাওক
সন্তানৰ মস্তিষ্কৰ শ্ৰীবৃদ্ধি তথা বৃদ্ধিৰ কাৰণে সৰুৰে পৰা যত্ন লোৱা উচিত৷ সৰুতে শিশুৱে সকলোখিনি আয়ত্ত কৰি লয়৷ এই ক্ষেত্ৰত সঠিক পথ...
একেবাৰে নিৰ্মূল হ’ব পাৰ্কিনশ্যন! স্নায়ুৰ ৰোগৰ নতুন আশাৰ পোহৰ
বয়স বৃদ্ধিৰ লগে লগে যিবোৰ ৰোগ হোৱাৰ সম্ভাৱনা থাকে, তাৰ ভিতৰত পাৰ্কিনশ্যন অন্যতম৷ বিশ্বব্যাপী লাখ লাখ মানুহ পাৰ্কিনশ্যনত আক্ৰান্ত হয়৷ মূলতঃ...
স্মৃতিশক্তি উন্নত কৰিবলৈ এইকেইটা সাধাৰণ টিপছ
আমাৰ বহুতৰে গুৰুত্বপূৰ্ণ বিষয়, সামগ্ৰী বা বস্তু ৰাখি থৈ পাছত পাহৰি যোৱাটো সকলোৰে ক্ষেত্ৰতে হয়৷ কোনো গুৰুত্বপূৰ্ণ নথি-পত্ৰ, অফিচিয়েলি ফাইল আদি...
মাংস মেৰিনেট কৰাৰ ফলত খাদ্যত কি ঘটিব পাৰে
ৰন্ধাৰ আগে আগে মাংসত নিমখ-হালধি সানি লোৱা হয়৷ যাতে মাংসৰ টুকুৰাৰ ভিতৰত ভালদৰে নিমখ সোমাই যাব পাৰে৷ ইয়াৰ লগতে ব্যঞ্জনৰ সোৱাদ বৃদ্ধিৰ...