[rev_slider alias=”ad-slider-1″]
শৰীৰৰ ওজন হ্ৰাসৰ লগতেচকুৰ বাবে উপকাৰী গাজৰ
Health Plus - 0
শীতকালত পাচলিবোৰৰ ভিতৰত অন্যতম জনপ্ৰিয় তথা প্ৰিয় হ’ল গাজৰ৷ সাধাৰণতে গাজৰ চালাড, ভাজি বা চৰকাৰী আদি বিভিন্ন ধৰণে খোৱা হয়৷ আনহাতে গাজৰৰ...
নাভীত লগাওক এইবিধ তেলচিৰদিন চছ্মাক দিয়ক বাই বাই
Health Plus - 0
চকুযুৰি হৈছে আমাৰ অবিচ্ছেদ্য অংগ৷ যাৰ জৰিয়তে আমি প্ৰকৃতিৰ ৰূপ, সৌন্দৰ্য উপভোগ কৰিব পাৰে৷ ভগৱান দান চকুযুৰিৰ দ্বাৰা আমি ওচৰ নাইবা দূৰৰ...
ছাল আৰু চুলিৰ পৰা পেটৰ সমস্যালৈকে…বটৰ গুণ জানিলে আপুনি অবাক হ’ব
Health Plus - 0
.প্ৰকৃতিৰ বুকুত এনে বহুতো গছ-গছনি আছে, যি খুবেই গুৰুত্বপূৰ্ণ৷ ইয়াৰ ভিতৰত কিছুমান গছক মানুহে দেৱতা জ্ঞান কৰি পূজা-অৰ্চনা কৰাও দেখা যায়৷ এইসমূহ...
কুকুৰপ্ৰিয়সকলে কুকুৰৰ খাদ্যৰযতন কেনেকৈ ল’ব?
Health Plus - 0
আধুনিক সমাজখনত আজিকালি প্ৰায়ভাগ মানুহে কুকুৰ পোহাটো পৰিলক্ষিত হৈছে৷ সচৰাচৰ স্থানীয় কুকুৰৰ বাহিৰেও বহিৰাগত বিভিন্ন প্ৰজাতিৰ কুকুৰ মানুহে প্ৰতিপালন কৰি আহিছে৷ কুকুৰ...
সমীক্ষা : ডায়েবেটিছ ৰোগৰ অন্যতম কাৰণ বায়ু প্ৰদূষণ
Health Plus - 0
বৰ্তমান সমগ্ৰ বিশ্বতে ডায়েবেটিছ ৰোগে ভয়ানকভাৱে বিস্তাৰ লাভ কৰিছে৷ ডায়েবেটিছ ৰোগীৰ সংখ্যা অভাৱনীয়ভাৱে বৃদ্ধি পাবলৈ লৈছে৷ ইয়াৰ প্ৰধান কাৰণ হিচাপে খাদ্যবস্তুৰ ভেজালকৰণ,...
নিশাৰ আহাৰ গ্ৰহণ কৰিদহ মিনিট খোজ কাঢ়ক
Health Plus - 0
আধুনিক জীৱন শৈলীত মানুহে নিজৰ স্বাস্থ্যৰ প্ৰতি চকু দিবলৈও সময় নোহোৱা হৈছে৷ এতিয়া মানুহে খাদ্য খোৱাৰ পাছত দীঘলীয়া সময় বহি থাকে বা...
ভিটামিন-ই কেপছুলৰ আছেযৌৱন ধৰি ৰখাৰ মন্ত্ৰ
Health Plus - 0
সুন্দৰ হ’বলৈ কোনেনো হাবিয়াস নকৰে৷ সেয়ে সুন্দৰ, দেখনিয়াৰ হ’বলৈ বিশেষকৈ মুখৰ সৌন্দৰ্যতা বঢ়াবলৈ বিভিন্ন নামী-দামী প্ৰডাক্ট, ক্ৰিম আদি ব্যৱহাৰ কৰে৷ এইদৰে বহু...
ৰঙা মূলা স্বাস্থ্যৰ বাবেকিমান উপকাৰী জানেনে?
Health Plus - 0
এতিয়া শীতকালত সাধাৰণতে খোৱা শাক-পাচলিৰ দিন আৰম্ভ হৈছে৷ এই সময়ছোৱাত বজাৰত বিভিন্ন ধৰণৰ শাক-পাচলি পোৱা যায়৷ ইয়াৰ ভিতৰত অন্যতম হ’ল ৰঙা মূলা৷...
হালধি স্বাস্থ্যৰ বাবে কিমান উপকাৰী : কি কয় গৱেষকে
Health Plus - 0
ভাৰতত হালধিৰ গুৰুত্ব প্ৰায় সকলোৱে বুজি পায়৷ হালধিৰ ভালেমান ঔষি¸ধ গুণ থকা বুলিও বহুতে জানে৷ কিন্তু শেহতীয়াকৈ কৰা এটা অধ্যয়নে হালধিৰ ঔষধি...
এই ফলবিধ ডেংগুৰ মহৌষধ,আছে হজম শক্তি বঢ়োৱাৰ গুণ
Health Plus - 0
গ্ৰীষ্মপ্ৰধান দেশ হোৱাৰ কাৰণে ভাৰতবৰ্ষত নিৰ্দিষ্ট ঋতুৰ উপৰিও বেলেগ সময়তো ফ্লু তথা অন্যান্য ৰোগৰ সংক্ৰমণ দেখা যায়৷ এনে সময়ত ভিটামিন-চি সমৃদ্ধ কিউই...
Hypothyroidism-ৰ সমস্যাতএইবোৰ খাদ্য এৰাই চলক
Health Plus - 0
থাইৰয়েড বিশ্বজুৰি এক পৰিচিত ৰোগ৷ য’ত নেকি আপোনাৰ থাইৰয়েডৰ এই গুৰুত্বপূৰ্ণ হৰমনবোৰ খুব বেছি বা খুব কম উৎপাদন কৰে৷ থাইৰয়েডৰ হাইপাৰথাইৰয়েডিজম, থাইৰয়েডাইটিছ...
ৰান্ধনী ঘৰৰ বাচন-বৰ্তনপৰিষ্কাৰ কৰি ৰখাৰ সহজ উপায়
Health Plus - 0
ৰান্ধনী ঘৰত বিভিন্ন আকাৰ তথা প্ৰকাৰৰ বটল, বৈয়াম আগি ৰখাৰ প্ৰয়োজন হয়৷ কাৰণ সেইবোৰত চেনি, নিমখ, তেল, চাউল, দাইল, আটা, নানাপ্ৰকাৰৰ মছলাৰে...
Most Read
কলেষ্টৰেল কমাবলৈ, হৃদৰোগৰ সম্ভাৱনা হ্ৰাসৰ নতুন ঔষধ
কলেষ্টৰেল যদি নিয়ন্ত্ৰণত নাথাকে, তেনেহ’লে তাৰ পৰা বিভিন্ন সমস্যা হ’ব পাৰে৷ মাত্ৰাতিৰিক্ত কলেষ্টৰেলে হাৰ্ট এটেকৰ কাৰণো হ’ব পাৰে৷ সেয়ে কলেষ্টৰেল নিয়ন্ত্ৰণত ৰাখিবলৈ...
আপুনি মিঠাইপ্ৰিয় নেকি?দোকানৰ মিঠাই খাওঁতে দহবাৰ ভাবক
আপুনি মিঠাই খাই ভাল পায় নেকি? মিঠাইৰ প্ৰতি আপোনাৰ দুৰ্বাৰ আকৰ্ষণ আছে নেকি? তেন্তে আজিৰ পৰাই মিঠাই খাওঁতে সাৱধান হওক৷ কিয়নো মহানগৰীত...
টেপেৰে ঠিকমতে পানী নসৰকাত এচামুচ তেলেই মেজিকৰ কাম কৰিব
কেতিয়াবা ঘৰৰ পানীৰ টেপৰ পৰা টোপটোপকৈ পানী সৰে৷ টেপত আৱৰ্জনা তথা ময়লা জমা হৈ স্তৰৰ সৃষ্টি কৰি পানী অহাত বাধা দিয়ে, যাৰ...
হাতৰ জৰিয়তে জানিব পাৰি ছুগাৰ বঢ়াৰ লক্ষণ
বৰ্তমান সময়ত ডায়েবেটিছ এক জটিল ৰোগ৷ এই ৰোগত আক্ৰান্ত হ’লে মানুহৰ নানাধৰণৰ সমস্যাই দেখা দিয়ে৷ ভাৰতত এই ৰোগত আক্ৰান্তৰ সংখ্যা নিতৌ...