Home Diet Plus

Diet Plus

[rev_slider alias=”ad-slider-1″]

কেঁচা বুটৰ উপকাৰিতাজানিলে আচৰিত হ’ব

বুট আমাৰ সকলোৰে পৰিচিত এবিধ খাদ্য৷ অসমীয়া সমাজত বুটৰ সমাদৰ যথেষ্ট৷ কিয়নো মাংগলিক কাৰ্যত বুটৰ প্ৰসাদ নহ’লে সকলো অসম্পূৰ্ণ৷ বুট প্ৰধানকৈ কেঁচাই...

শীতকালত মূলা খোৱা কিয়আৱশ্যক জানো আহক

শীতকালৰ পাচলিসমূহ ভিতৰত মূলা অন্যতম৷ চবজি বনাই, চালাড বা কেঁচাই মূলা খোৱা হয়৷ মূলাৰ পুষ্টিকৰ উপাদানৰ অভাৱ নাই৷ মূলাত ভিটামিন-এ, ভিটামিন-বি. আইৰন,...

ব্লাড ছুগাৰ নিয়ন্ত্ৰণত ব্ৰহ্মাস্ত্ৰৰদৰে কাম কৰে নহৰুৱে

বৰ্তমান সময়ত ব্লাড ছুগাৰৰ সমস্যা এক ভয়াৱহ ব্যাধি হিচাপে দেখা দিছে৷ প্ৰায়ভাগ লোকে এই ৰোগৰ চিকাৰ হৈছে৷ বিভিন্ন...

কি আটাৰ ৰুটী খালে ব্লাড ছুগাৰ নিয়ন্ত্ৰণত থাকিব ?

ডায়েবেটিছ এনে ৰোগ, যি ৰোগত ৰোগীৰ তেজত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণত ৰখাটো অত্যন্ত দৰকাৰী৷ ব্লাড ছুগাৰত অগ্নাশয়ে ইনছুলিন প্ৰস্তুত...

শীতকালি ছালখনৰ সুৰক্ষাৰ বাবেএইকেইবিধ ছুপাৰ ফুড খাওক

শীত হ’ল ৰুক্ষ ঋতু৷ বায়ুত আদ্ৰৰ্তাৰ পৰিমাণ কমি যোৱা হেতু শীতকালত ছালখন শুকান আৰু ৰক্ষ হৈ পৰে৷ ছালখন প্ৰাণহীন হৈ পৰে৷ কিছু...

ইউৰিক এচিডৰ সমস্যা থাকিলেএইবোৰ খোৱাৰ পৰা বিৰত থাকক

প্ৰয়োজনতকৈ অতিৰিক্ত প্ৰ’টিনজাতীয় খাদ্য খোৱাৰ ফলত তেজত ইউৰিক এচিডৰ পৰিমাণ বাঢ়ে৷ ইয়াৰ ফলত ভৰিৰ বিষ, গোৰোহাত ফুটি উঠা...

কলেষ্টৰেল, কেঞ্চাৰ প্ৰতিৰোধৰবাবে এইবিধ শাক খাওক

সকলো প্ৰকাৰৰ শাকে পুষ্টিগুণেৰে ভৰপূৰ৷ ইয়াৰ ভিতৰত সৰিয়হ শাকো অন্যতম৷ ঔষধি গুণসম্পন্ন সৰিয়হ শাকত নানা উপযোগী দ্ৰব্য, ভিটামিন-কে...

শৰীৰৰ এইবোৰ সমস্যাথাকিলে ফুলকবি নাখাব

শীতকালত উপলব্ধ ফুলকবি এবিধ পুষ্টিকৰ খাদ্য৷ ইয়াত কেলচিয়াম, ফ্লোৰাইড আদি শৰীৰৰ লাগতিয়াল উপাদান পোৱা যায়, যিয়ে হাড় তথা...

দ্ৰুতভাৱে ওজন হ্ৰাস কৰিবলৈএইকেইবিধ নিয়মিতভাৱে খাওক

প্ৰায়ভাগ লোকৰে ক্ষেত্ৰত শৰীৰৰ ওজন বৃদ্ধি সমস্যাই ভয়াৱহভাৱে দেখা দিছে৷ কৰ্মবিমুখতা, এলাহ,...

এইবোৰ অসুবিধা থাকিলেফটা মগু দাইল একেবাৰে নাখাব

দাইল প্ৰ’টিনৰ ভাল উৎস৷ দাইলত বিভিন্ন পুষ্টিগুণ থাকে৷ সেয়েহে দাইল শৰীৰৰ বাবে অতি উপকাৰী৷ যিসকল নিৰামিষভোজী, তেওঁলোকে প্ৰ’টিনৰ...

আদা দিয়া গাখীৰ খালে কিদৰে উপকাৰ সাধে ?

আদা দিয়া চাহ আপুনি নি(য় খাই পাইছে৷ মূৰৰ বিষত, জ্বৰ, কাহ, চৰ্দি আদিত আদা...

নিয়মিতৰূপে গাজৰ খাওকপাব আচৰিত লাভ

গাজৰ এবিধ পুষ্টিদায়ক খাদ্য৷ ইয়াক কেঁচাই চাটনি কৰি খোৱাৰ উপৰি তৰকাৰী, ভাজি আদি বনাই খোৱা হয়৷ গাজৰৰ পৰা...

Most Read

ফ্ৰোজেন শোল্ডাৰৰ সমস্যা নিৰাময়ৰ বাবে ৰজ্জু কৰ্ষাণাসন কৰক

মন আৰু শৰীৰ উভয়ৰ সুস্বাস্থ্য অটুট ৰাখিবলৈ নিয়মিতভাৱে যোগব্যায়াম কৰাৰ অভ্যাস কৰিব পাৰে৷ কাৰণ শৰীৰ আৰু মন উভয়ৰে বাবে যোগাসন অপৰিহাৰ্য আৰু...

নীৰৱ মৃত্যুৰ কাৰক নিমখ আৰু ট্ৰান্সফেট

অস্বাস্থ্যকৰ খাদ্যাভ্যাস বিশেষকৈ মাত্ৰাধিক পৰিমাণে ট্ৰান্সফেট আৰু নিমখ গ্ৰহণৰ কাৰণে জনগণৰ মাজত উচ্চ ৰক্তচাপজনিত বিভিন্ন অসংক্ৰামক ৰোগৰ সম্ভাৱনা তথা মৃত্যুৰ ক্ৰমবৰ্ধমান হাৰ...

এইবোৰ সমস্যাত বাদাম খোৱা উচিত নহয়

সাধাৰণতে স্বাস্থ্যৰ ক্ষেত্ৰত বাদামে উল্লেখযোগ্য ভূমিকা পালন কৰে৷ শুকান ফলৰ ৰজা হিচাপে বাদামক জনা যায়þ৷ তথাপি আপুনি জানেনে যে বাদাম সকলোৰে বাবে...

পেকেটজাত গাখীৰ গৰম কৰাৰ প্ৰয়োজনীয়তা আছেনে ?

পেকেটজাত গাখীৰ গৰম কৰাৰ প্ৰয়োজনীয়তা আছে নেকি? এই কথাটো হয়তো বহুতেই অৱগত নহয় যে পেকেটজাত গাখীৰ মানেইতো পাস্তুৰাইজড৷ অৰ্থাৎ ইয়াক জীৱাণুমুক্ত কৰা৷...