Home Diet Plus

Diet Plus

[rev_slider alias=”ad-slider-1″]

কঁঠালৰ গুটি পেলাই নিদিব ? জানক ইয়াৰ উপকাৰিতা

বতৰৰ ফল কঁঠাল খাবলৈ সকলোৱে পচন্দ কৰে৷ অম্বুবাচীৰ সময়ত কঁঠাল খোৱাটো এটা নিয়মৰ লেখীয়া৷ অতি সুমিষ্ট ফল কঁঠাল পকাই খোৱাৰ উপৰি কেঁচায়ো...

মাছ খোৱাৰ অভ্যাসে ষ্ট্ৰ’কৰ পৰা বচাব পাৰে

মাছ আমিষভোজী লোকৰ বাবে এবিধ প্ৰিয় খাদ্য৷ অতি সহজে পোৱা মাছৰ পৰা সুস্বাদু ব্যঞ্জন প্ৰস্তুত কৰা হয়৷ মাছ স্বাস্থ্য বাবে উপকাৰী৷ মাছত...

ভাল টোপনি বিচাৰে নেকি ? তেন্তে এইবোৰ খাওক

সু-স্বাস্থ্যৰ বাবে ভাল টোপনি অহাটো খুবেই প্ৰয়োজন৷ ভাল টোপনিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰি বিভিন্ন ৰোগৰ লগত মোকাবিলা কৰিবৰ বাবে আপোনাৰ শৰীৰটোক...

সাৱধান : ঠাণ্ডা চাহ পুনৰ গৰম কৰি নাখাব

সমগ্ৰ বিশ্বতে চাহৰ যথেষ্ট সমাদৰ আছে৷ পুৱা শুই উঠিয়েই চাহকাপ নাপালে শৰীৰটোৱে যেন শক্তিয়ে নাপায়৷ অৰ্থাৎ পুৱাৰ চাহকাপে আমাক দিনটোৰ কাৰণে সক্ৰিয়...

হাই প্ৰেছাৰত ধন্বন্তৰি : খাওক এই ছুপাৰফুড

হাই ব্লাড প্ৰেছাৰ বা হাইপাৰ টেনশ্যন বা উচ্চ ৰক্তচাপ মূলতঃ লাইফষ্টাইল সংক্ৰান্তীয় অসুখ৷ এই ৰোগত ঔষধৰ লগতে ডায়েট...

সাৱধান : তিয়ঁহৰ সৈতে এইবোৰ কেতিয়াও নাখাব

তিয়ঁহ এবিধ পুষ্টিকৰ খাদ্য৷ ইয়াত যথেষ্ট পানী পোৱা যায় বাবে তিযঁþহ খালে শৰীৰে লাগতিয়াল পানী পায়৷ কিন্তু কিছুমান বস্তুৰ সৈতে তিয়ঁহ খালে...

কেশৰ তিওৱা পানী খাওক : ভাবিব নোৱাৰিব লাভালাভ

পুষ্টিবিদে কোৱা মতে কেশৰৰ বিশেষত্ব হ’ল ইয়াৰ ৰং৷ ৰন্ধনত কেশৰ দিলে ইয়াৰ সোৱাদেই সুকীয়া হয়৷ কেশৰৰ পুষ্টিগুণ জানিলে আপুনি হয়তো আচৰিত হৈ...

আপোনাৰ কি ওজন বাঢ়িছে ? এইকেইবিধ খাওক

বৰ্তমান সময়ত শৰীৰৰ ওজন বৃদ্ধিৰ সমস্যাই গা কৰি উঠিছে৷ মূলতঃ শাৰীৰিক পৰিশ্ৰম নোহোৱা, বিলাসিতা জীৱন পচন্দ, জাংক ফুডৰ প্ৰতি আকৰ্ষণ, দৈনিক খাদ্য...

গৰমৰ দিনত গৰম বস্তুহে খাওক : কাৰণ জানক

আমি সকলোৱে গৰমৰ দিনত গা শাঁত পৰিবলৈ ঠাণ্ডা বস্তু খাওঁ৷ সাধাৰণতে গৰমৰ দিনকেইটাত ঠাণ্ডা বস্তু খালে আমাৰ দেহ, মন জুৰ পৰি যায়৷...

দুৰ্দান্ত উপকাৰৰ বাবে খালী পেটত খাওক এফোটা নহৰু

আমিষ খাদ্যৰ বাবে এবিধ অন্যতম লাগতিয়াল উপাদান হ’ল নহৰু৷ ৰন্ধন প্ৰকৰণত নহৰুৰ ব্যৱহাৰ তথা ব্যঞ্জনত নহৰু দিলে খাদ্যখনৰ সোৱাদেই সুকীয়া হয়৷ অকল...

এইবোৰ খাদ্য ডায়েবেটিছত ৰামবাণ

ডায়েবেটিছ বৰ্তমান ঘৰে ঘৰে, অৰ্থাৎ এনেকুৱা এখন ঘৰ নাই, যি ঘৰত ডায়েবেটিছত আক্ৰান্ত লোকৰ সংখ্যা নোলাব৷ বৰ্তমান সময়ত ডায়েবেটিছে ভয়াৱহ ৰূপ পৰিগ্ৰহ...

এইবোৰ হাই ব্লাড প্ৰেছাৰৰ কাৰণ হ’ব পাৰে

হাই ব্লাড প্ৰেছাৰ বা উচ্ছ ৰক্তচাপক ছাইলেণ্ট কিলাৰ বুলি কোৱা হয়৷ কিয়নো প্ৰথমাৱস্থাত ই কোনো ধৰণৰ লক্ষণ দেখা নিদিয়াকৈয়ে ভিতৰি ভিতৰি এজন...

Most Read

ব্লাড কেঞ্চাৰ নিয়ন্ত্ৰণৰ বাবে ‘ট্ৰ’জান হৰ্ছ’ থেৰাপী

ব্লাড কেঞ্চাৰ ধৰা পৰিলে ৰোগীৰ আতংকৰ শেষ নাথাকে৷ মৃত্যু ভয়ৰ গ্ৰাসে সকলো সময়তে খেদি ফুৰে৷ ব্লাড কেঞ্চাৰ ইমান দ্ৰুতভাৱে সংক্ৰমিত হয় যে...

গাৰ বৰণৰ ওপৰত নিৰ্ভৰ কৰে সূৰ্যালোকত ভিটামিন-ডি শোষণ

ঘণ্টাৰ পাছত ঘণ্টা ধৰি ৰ’দৰ পোহৰ ৰশ্মি বা পোহৰ লগালে ভিটামিন-ডি প্ৰস্তুত হয়নে? উত্তৰত– মুঠেও নহয়৷ ওলোটাই সূৰ্যৰ ৰশ্মিয়ে ছালখনৰ ক্ষতিসাধন কৰি...

ঘৰতে আছে ওঁঠৰ ক’লা দাগ দূৰ কৰাৰ উপায়

ওঁঠ ক’লা পৰা সমস্যাৰ পৰা সমাধান পাবলৈ আপোনাৰ ৰান্ধনী ঘৰৰ লুকাই আছে সমাধানৰ উপায়৷ বহু সময়ত লক্ষ্য কৰা যায় যে ওঁঠযুৰি ক্ৰমে...

গাখীৰতকৈও এইবোৰ খাদ্যত বেছি কেলচিয়াম পোৱা যায়

স্বাস্থ্য ভালে ৰাখিবলৈ ভিটামিন, মিনাৰেলত লগতে কেলচিয়ামৰো প্ৰয়োজন হয়৷ গাখীৰতকৈও এইবোৰ খাদ্যত বেছি পৰিমাণে কেলচিয়াম পোৱা যায়৷ শৰীৰত কেলচিয়ামৰ অভাৱ হ’লে সকলোতকৈ...