Home Diet Plus

Diet Plus

[rev_slider alias=”ad-slider-1″]

খোজ কঢ়াটো উত্তম যদিওএই ভুলবোৰ কেতিয়াও নকৰিব

খোজকঢ়াটো শৰীৰৰ বাবে খুব উপকাৰী৷ এই কথাটো আমি সকলোৱে জানো৷ সেয়ে বহুতেই স্বাস্থ্য ৰক্ষাৰ নিয়ম হিচাপে পুৱা-গধূলি খোজ কঢ়াটো নিয়মত পৰিণত কৰে৷...

কাহ, চৰ্দি আদি নিমিষতে দূৰহ’বলৈ ঘৰুৱাভাৱে এই উপায়

শীতকালৰ আগমনৰ লগে লগে ঠাণ্ডাৰ লগতে সৰু ল’ৰা-ছোৱালীকে ধৰি প্ৰাপ্তবয়স্কসকলৰো কাহ, চৰ্দি আদি হ’বলৈ ধৰে৷ বতৰৰ পৰিৱৰ্তনৰ বাবেই এইদৰে কাহ, চৰ্দি আদিয়ে...

সন্তানৰ উচ্চতা বঢ়াবলৈ এইবোৰ খাদ্য খাবলৈ দিয়ক

বয়স অনুপাতে সন্তানৰ উচ্ছতা ঠিকমতে নাবাঢ়িলে মাক-দেউতাকৰ চিন্তাৰ কাৰণ হৈ পৰে৷ অৱশ্যে বিভিন্ন ক্ষেত্ৰত শিশুৰ শৰীৰৰ উচ্ছতা বৃদ্ধিৰ কাৰকটো জিনগত কাৰণৰ বাবেও...

৫০-তো দেখিব ২০ বছৰীয়া!মাশ্বৰূমত লুকাই আছে অমৰত্বৰ বীজ

মাশ্বৰূম বা কাঠফুলা এক প্ৰাচীন কালৰ পৰা ব্যৱহৃত পাচলি৷ খুব কম পাচলিতহে এনেধৰণৰ সোৱাদ তথা স্বাস্থ্যগুণ থাকে, যি মাশ্বৰূমত পোৱা যায়৷ গৱেষকে...

ফুলকবিয়ে ওজন হ্ৰাসৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে

শীতকালৰ পাচলিবোৰৰ ভিতৰত ফুলকবিও অন্যতম৷ ফুলকবি বন্ধা অৰু ওলকবিৰ পৰিয়ালৰে৷ ভাৰতলৈ ফুলকবিৰ আগমন ঘটিছিল ব্ৰিটিছৰ শাসনৰ সময়ত৷ নিজৰ গুণৰ বলত এতিয়া ফুলকবি...

প্ৰতিদিনে নেমু খালেশৰীৰৰ কি ঘটিব পাৰে

সুস্বাদু, ৰসাল তথা ভিটামিন-চিসমৃদ্ধ নেমুক ছুপাৰ ফুড হিচাপে বিবেচনা কৰা হয়, যি বিভিন্ন ধৰণে শৰীৰৰ উপকাৰ সাধন কৰে৷ এই চাইট্ৰিক ফলবিধ বিশ্বৰ...

শাৰীৰিক কি কি সমস্যাতসৰিয়হ শাক হয় বিষৰ সমান

শীতকাল মানেই নানাবিধ শাক খোৱাৰ সময়৷ কিয়নো শীতকালতেই সকলো প্ৰকাৰৰ শাক উৎপন্ন হয় আৰু খোৱাৰ উপযোগী হৈ উঠে৷ পালেং, মূলা, লাই, লফা,...

ৰঙালাও-এ মানসিক চাপপ্ৰৌঢ়তা প্ৰতিৰোধ কৰে

ৰঙালাও এবিধ অতি প্ৰাচীন পাচলি আৰু ইয়াৰ খেতি সমগ্ৰ বিশ্বতে কৰা হয়৷ ৰঙালাওৰ বিভিন্ন ধৰণৰ সুস্বাদু ব্যঞ্জন ৰন্ধা হয়৷ ৰঙালাও পুষ্টিকৰ দ্ৰব্যৰে...

পালেং শাকে দেহক সতেজকৰি ৰখাত সহায় কৰে

সেউজীয়া শাক-পাচলিৰ নাম ল’লেই সকলোৰে আগত স্থান পায় পালেং শাকে৷ পালেং শাকৰ বিভিন্ন সুস্বাদু ব্যঞ্জন তৈয়াৰ কৰা হয়৷ পালেং শাকত প্ৰচুৰ মাত্ৰাত...

মনৰ স্বাস্থ্য ভালে ৰাখিবলৈ কিদৰে হৰমনৰ ভাৰসাম্য বজাই ৰাখিব ?

মানসিক স্বাস্থ্য ভালে ৰাখিবলৈ হ’লে শৰীৰৰ হৰমনৰ ভাৰসাম্য বজাই ৰখাটো জৰুৰী৷ আৱেগ-অনুভূতি নিয়ন্ত্ৰণত ৰাখিবলৈ ফিল গুড ৰাসায়নিকবোৰে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে৷ আপোনাৰ...

এই তিনি খাদ্য বাদ নিদিলেকম বয়সতে বুঢ়া দেখিব

ছালখন ভালে ৰাখিবলৈ সকলোতকৈ আগতে কি কৰা প্ৰয়োজন জানেনে? আটাইতকৈ প্ৰয়োজনীয়টোৱে হ’ল নিজৰ প্ৰতি যত্নশীল হোৱা৷ ইয়াৰ বাবে নিজৰ জীৱন যাপনৰ দিশত...

বতৰৰ পাচলি ওলকবিৰ গুণাগুণ সম্পৰ্কে জানেনে ?

লাহে লাহে শীত আহিছে৷ ইয়াৰ লগে লগে বজাৰ বিভিন্ন ধৰণৰ শাক-পাচলিৰে উভৈনদী হৈ পৰিবলৈ লৈছে৷ ইয়াৰ ভিতৰত বিভিন্ন ধৰণৰ কবিও আছে৷ প্ৰতিবিধ...

Most Read

ফ্ৰোজেন শোল্ডাৰৰ সমস্যা নিৰাময়ৰ বাবে ৰজ্জু কৰ্ষাণাসন কৰক

মন আৰু শৰীৰ উভয়ৰ সুস্বাস্থ্য অটুট ৰাখিবলৈ নিয়মিতভাৱে যোগব্যায়াম কৰাৰ অভ্যাস কৰিব পাৰে৷ কাৰণ শৰীৰ আৰু মন উভয়ৰে বাবে যোগাসন অপৰিহাৰ্য আৰু...

নীৰৱ মৃত্যুৰ কাৰক নিমখ আৰু ট্ৰান্সফেট

অস্বাস্থ্যকৰ খাদ্যাভ্যাস বিশেষকৈ মাত্ৰাধিক পৰিমাণে ট্ৰান্সফেট আৰু নিমখ গ্ৰহণৰ কাৰণে জনগণৰ মাজত উচ্চ ৰক্তচাপজনিত বিভিন্ন অসংক্ৰামক ৰোগৰ সম্ভাৱনা তথা মৃত্যুৰ ক্ৰমবৰ্ধমান হাৰ...

এইবোৰ সমস্যাত বাদাম খোৱা উচিত নহয়

সাধাৰণতে স্বাস্থ্যৰ ক্ষেত্ৰত বাদামে উল্লেখযোগ্য ভূমিকা পালন কৰে৷ শুকান ফলৰ ৰজা হিচাপে বাদামক জনা যায়þ৷ তথাপি আপুনি জানেনে যে বাদাম সকলোৰে বাবে...

পেকেটজাত গাখীৰ গৰম কৰাৰ প্ৰয়োজনীয়তা আছেনে ?

পেকেটজাত গাখীৰ গৰম কৰাৰ প্ৰয়োজনীয়তা আছে নেকি? এই কথাটো হয়তো বহুতেই অৱগত নহয় যে পেকেটজাত গাখীৰ মানেইতো পাস্তুৰাইজড৷ অৰ্থাৎ ইয়াক জীৱাণুমুক্ত কৰা৷...