Home Diet Plus

Diet Plus

[rev_slider alias=”ad-slider-1″]

ভেঁকুৰী তিতাৰ উপকাৰিতাৰ বিষয়ে জানো আহক

আমাৰ খাদ্যৰ সৈতে টেঙা, তিতা, খাৰ আদি খোৱাটো প্ৰয়োজন৷ বিশেষকৈ স্বাস্থ্য ভালে ৰাখিবলৈ হ’লে খাদ্যৰ সৈতে তিতা খোৱাটো খুবেই জৰুৰী৷ তেনে...

বেলৰ চৰবতত লুকাই আছে বহুতো যাদুকৰী গুণ

বৰ্তমান সময়খিনি বেলৰ জুচ বা চৰবত খোৱাৰ বতৰ৷ স্বাস্থ্য সচেতন মানুহে এই সময়ত প্ৰথম পচন্দ হিচাপে বেলত জুচ খায়৷ নিয়মিতভাৱে বেলৰ...

দুপৰীয়াৰ সাঁজ খায়েই ভাতঘুমটি মৰাৰ অভ্যাস ভালনে?

দুপৰীয়াৰ ভাতসাঁজ খাই বহুতৰে শোৱা অভ্যাস আছে৷ কিছুমানৰ ক্ষেত্ৰততো ভাতকেইগৰাহ পেটত পৰিল কি নাই, বিছনালৈ গ’লেই৷ ভাতকেইটা পেটত লৈয়ে চিধাই টোপনিত লালকাল...

৩০ বছৰ গৱেষণাৰ পাছত বিশেষ ডায়েটৰ ৰহস্য প্ৰকাশ

হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ গৱেষকে এনে এখন ডায়েটৰ তালিকা কথা উল্লেখ কৰিছে, যিখন খাদ্য তালিকা মানি চলিলে ওজন কমাৰ লগতে শৰীৰ নিৰোগী হিচাপে জীয়াই...

এই সৰু মাছবিধ প্ৰ’টিনৰ ‘পাৱাৰহাউছ’

মাছ আমাৰ সকলোৰে প্ৰিয় খাদ্য৷ প্ৰ’টিনেৰে সমৃদ্ধ মাছ ভাতৰ লগত পালেই বহুতৰে মুখত হাহি বিৰিঙি উঠে৷ মাছ প্ৰিয়সকলে দুবেলাৰ পাতত মাছ...

হাই ব্লাড প্ৰেছাৰ থাকিলে বিলাহীৰ ৰস খাওক

বৰ্তমান সময়ত সমগ্ৰ বিশ্বতে হাই ব্লাড প্ৰেছাৰ এক ভয়ংকৰ ব্যাধি হিচাপে দেখা দিছে৷ সাধাৰণতে হাই ব্লাড প্ৰেছাৰ ৰোগবিধে ভিতৰি ভিতৰি আমাক...

মুখশুদ্ধি হিচাপে এইবিধ মছলা উত্তম

ভাৰতবৰ্ষত খাদ্য খোৱাৰ পাছত পৰম্পৰাগতভাৱে মুখশুদ্ধিৰ খোৱাৰ প্ৰচলন বহু আগৰে পৰা চলি আহিছে৷ ইয়াৰ ভিতৰত পাণ-তামোল, পাণ মছলা, গুৱামুৰী, মিছৰি, ইলাচি, লং,...

শৰীৰৰ ভিতৰৰ তাপমাত্ৰা নিয়ন্ত্ৰণত ৰাখে এইবিধ মছলাই

অতি সুঘ্ৰাণ তথা বিভিন্ন গুণসম্পন্ন মছলা হ’ল ইলাচি৷ ইলাচিয়ে আমাৰ শৰীৰৰ বিভিন্ন উপকাৰ সাধন কৰে৷ মছলা হিচাপে ইলাচিৰ ভূমিকা অপৰিসীম৷ শৰীৰৰ...

কোন সময়ত খোজ কাঢ়িলে ওজন সহজে কমে

খোজকঢ়াৰ অভ্যাস স্বাস্থ্যৰ পক্ষে উপকাৰী৷ প্ৰায়ভাগ লোকেই পুৱা বা গধূলি যিকোনো এটা সময়ত খোজ কঢ়াটো অভ্যাস কৰি লয়৷ আজিকালি ডায়েবেটিছ, উচ্চ ৰক্তচাপৰ...

নিশাৰ ভাগত ৰুটী খোৱাটো স্বাস্থ্যসন্মতনে ?

বহুতেই ৰাতি ভাতৰ সলনি ৰুটী খায়৷ আকৌ কিছুমানৰ ব্ৰেকফাষ্টত ৰুটী-ভাজি নহ’লে নচলেই৷ বহুতেই বিশ্বাস কৰে যে ভাতৰ পৰিৱৰ্তে ৰাতি ৰুটী খালে শৰীৰ...

অকালতে অহা বৃদ্ধাৱস্থা দূৰ কৰিবলৈ কুঁহিয়াৰৰ ৰস খাওক

কুঁহিয়াৰ এবিধ তৃণজাতীয় শস্য৷ ইংৰাজীত ইয়াক ছুগাৰকেন বোলা হয়৷ অতি ৰসাল আৰু মিঠা স্বাদযুক্ত এইবিধ শস্য পৃথিৱীৰ মুঠ উৎপাদনৰ চাৰিভাগৰ...

তৰমুজৰ বগা অংশ খালে কি হয় জানো আহক

বিভিন্ন পুষ্টিগুণেৰে ভৰপূৰ তৰমুজ৷ অতধিক পানীৰে সমৃদ্ধ এই ফলবিধত আছে প্ৰচুৰ পৰিমাণে ভিটামিন-এ, ভিটামিন-চি, পটাচিয়াম, মেগনেচিয়াম আৰু অন্যান্য পুষ্টিগুণ৷ অকল এয়েই...

Most Read

মাইগ্ৰেনৰ পৰা উপশমৰ বাবে এইবোৰ ঘৰুৱা উপায়

মাইগ্ৰেনৰ যন্ত্ৰণা কিমান কষ্টদায়ক হ’ব পাৰে, সেয়া কেৱল ভুক্তভোগীজনেহে উপলব্ধি কৰিব পাৰে৷ কিন্তু ইয়াৰ আঁৰৰ কাৰণ কি? সেই বিষয়ে আজিও নিশ্চিত...

তাৰুণ্য ধৰি ৰাখিবলৈ এই পাঁচধৰণৰ খাদ্য খাওক

এনে বহু লোক আছে, যিসকলৰ অকালতে বাৰ্ধক্যৰ চাপ পৰে৷ জীৱনধাৰা বিভিন্ন দিশ ইয়াৰ বাবে মূলতঃ দায়ী বুলি কোৱা হয়৷ তাৰুণ্য ধৰি...

দাঁতৰ হালধীয়া দাগ কিদৰে নোহোৱা কৰিব?

আধুনিক পদ্ধতিৰে দাঁতৰ হালধীয়া দাগ নোহোৱা কৰি দাঁত উজ্জ্বল আৰু চিকচিকীয়া কৰিব পাৰি৷ কিন্তু একেবাৰে সহজ ঘৰুৱা উপায়েৰে, কম খৰচতে দাঁত...

দাঁতৰ এই লক্ষণে বুজাই দিয়ে আপুনি ফেটি লিভাৰত আক্ৰান্ত

লিভাৰ আমাৰ শৰীৰৰ এটা অন্যতম গুৰুত্বপূৰ্ণ অংগ৷ লিভাৰে পৰিপাকতন্ত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে৷ আমি খোৱাৰ খাদ্যত ফেটৰ পৰিমাণ বেছি হ’লে লিভাৰত নিজৰ...