Home Diet Plus

Diet Plus

[rev_slider alias=”ad-slider-1″]

বেঙেনা খালে পাব এইসাতটা শাৰীৰিক উপকাৰ

কেতিয়াবা বেঙেনা ভাজি, কেতিয়াবা বেঙেনা পোৰা অথবা ৰুটী খোৱাৰ সময়ত তৰকাৰী নহ’লে বেঙেনাকে ভৰসা কৰা হয়৷ এইদৰে বিভিন্ন পদ্ধতিৰে খোৱাৰ বেঙেনাৰ খাদ্য...

মুখৰ সৌন্দৰ্য বৃদ্ধিৰ বাবেশোৱাৰ আগতে এইবোৰ লগাওক

বৰ্তমান কৰ্মব্যস্তৰ যুগত মানুহৰ হাতত সময় খুব কম৷ কাৰোপক্ষে সকলো সময়তে নিয়ম কৰি নিজৰ যতন লোৱা সম্ভৱ নহয়৷ সেয়ে এইদৰে সময় উলিয়াব...

মাছৰ কাঁইট খালে শৰীৰৰ কি হয় জানেনে ?

প্ৰ’টিনেৰে সমৃদ্ধ মাছ আটাইতকৈ পুষ্টিকৰ খাদ্য হিচাপে ধৰা হয়৷ মাছ ভাল নোপোৱা মানুহ চাগে নোলাব৷ মাছৰ বিভিন্ন ব্যঞ্জনে ভাতসাঁজৰ তৃপ্তি প্ৰদান কৰে৷...

প্ৰচণ্ড শীতকালত পুৱা খোজকঢ়াটো স্বাস্থ্যকৰনে ?

দোকমোকালিতে উঠি খোজ কঢ়াটো স্বাস্থ্যৰ পক্ষে কিমান উপকাৰী, সেই বিষয়ে কাকো নতুনকৈ কোৱাৰ প্ৰয়োজন নাই৷ পুৱা খোজকঢ়াটো আটাইতকৈ শ্ৰেষ্ঠ ব্যায়াম হিচাপে ধৰা...

মাটিৰ কলহত থোৱা পানীখোৱাটো স্বাস্থ্যৰ পক্ষে কিমান উপকাৰী

মানুহে গৰমৰ দিনত মাটিৰ কলহত থোৱা পানী খোৱাৰ অভ্যাস বহু পুৰণি৷ ফ্ৰীজ তথা বিভিন্ন ধৰণৰ ফিল্টাৰ বজাৰলৈ অহাৰ পাছত আমাৰ মাজৰ পৰা...

নৰসিংহৰ পাতঔষধি গুণেৰে ভৰপূৰ

খাদ্যৰসিক ভাৰতীয়সকলৰ পাকঘৰত সততে পোৱা যায় নৰসিংহৰ পাত৷ বিভিন্ন ধৰণৰ খাদ্য-সামগ্ৰী ৰান্ধোতে নৰসিংহৰ পাত ব্যৱহাৰ কৰা হয়৷ নৰসিংহৰ পাতে ব্যঞ্জনৰ সোৱাদ বৃদ্ধি...

বেঙেনা খালে পাব এইসাতটা শাৰীৰিক উপকাৰ

কেতিয়াবা বেঙেনা ভাজি, কেতিয়াবা বেঙেনা পোৰা অথবা ৰুটী খোৱাৰ সময়ত তৰকাৰী নহ’লে বেঙেনাকে ভৰসা কৰা হয়৷ এইদৰে বিভিন্ন পদ্ধতিৰে খোৱাৰ বেঙেনাৰ খাদ্য...

গাৰ দুৰ্গন্ধ নোহোৱা কৰিবলৈ কি কৰিব ?

শৰীৰ বা গাৰ পৰা দুৰ্গন্ধ ওলোৱাটোত একো অস্বাভাৱিকতা নাই৷ কিন্তু এই গাৰ গোন্ধ মাত্ৰাধিক হ’লে আনৰ বাবে বিৰক্তি তথা অসহ্যৰ কাৰণ হৈ...

বতৰৰ ফল বগৰীৰ উপকাৰিতাজানিলে অবাক হ’ব

এতিয়া বগৰী খোৱাৰ বতৰ৷ গছত পকি হালধীয়া-ৰঙা হৈ থকা বগৰী দেখিলে সকলোৰে খাবৰ মন যায়৷ টেঙা-মিঠা বগৰীৰ গুণ বহুতো৷ আচলতে বগৰীত ভালেমান...

স্মৃতিশক্তি বৃদ্ধিকৰে বাদামে

নিজৰ মগজু তথা স্মৃতিশক্তিক সকলোৱে অধিক শক্তিশালী তথা ক্ষিপ্ৰ কৰিবলৈ বিচাৰে৷ কিন্তু স্মৃতিশক্তি শক্তিশালী কৰি ৰখাত বাদামে যে সহায় কৰে, সেই কথা...

ক’লা কিচমিচৰ স্বাস্থ্য উপকাৰী গুণ জানেনে ?

ক’লা কিচমিচ– ইয়াক মূলতঃ আঙুৰ শুকাই প্ৰস্তুত কৰা হয়৷ এই ক’লা কিচমিচত আছে বিভিন্ন ধৰণৰ স্বাস্থ্য উপকাৰী গুণ ক’লা কিচমিচত পটাচিয়াম আৰু...

বতৰৰ ফল বগৰীৰ উপকাৰিতাজানিলে অবাক হ’ব

এতিয়া বগৰী খোৱাৰ বতৰ৷ গছত পকি হালধীয়া-ৰঙা হৈ থকা বগৰী দেখিলে সকলোৰে খাবৰ মন যায়৷ টেঙা-মিঠা বগৰীৰ গুণ বহুতো৷ আচলতে বগৰীত ভালেমান...

Most Read

ফ্ৰোজেন শোল্ডাৰৰ সমস্যা নিৰাময়ৰ বাবে ৰজ্জু কৰ্ষাণাসন কৰক

মন আৰু শৰীৰ উভয়ৰ সুস্বাস্থ্য অটুট ৰাখিবলৈ নিয়মিতভাৱে যোগব্যায়াম কৰাৰ অভ্যাস কৰিব পাৰে৷ কাৰণ শৰীৰ আৰু মন উভয়ৰে বাবে যোগাসন অপৰিহাৰ্য আৰু...

নীৰৱ মৃত্যুৰ কাৰক নিমখ আৰু ট্ৰান্সফেট

অস্বাস্থ্যকৰ খাদ্যাভ্যাস বিশেষকৈ মাত্ৰাধিক পৰিমাণে ট্ৰান্সফেট আৰু নিমখ গ্ৰহণৰ কাৰণে জনগণৰ মাজত উচ্চ ৰক্তচাপজনিত বিভিন্ন অসংক্ৰামক ৰোগৰ সম্ভাৱনা তথা মৃত্যুৰ ক্ৰমবৰ্ধমান হাৰ...

এইবোৰ সমস্যাত বাদাম খোৱা উচিত নহয়

সাধাৰণতে স্বাস্থ্যৰ ক্ষেত্ৰত বাদামে উল্লেখযোগ্য ভূমিকা পালন কৰে৷ শুকান ফলৰ ৰজা হিচাপে বাদামক জনা যায়þ৷ তথাপি আপুনি জানেনে যে বাদাম সকলোৰে বাবে...

পেকেটজাত গাখীৰ গৰম কৰাৰ প্ৰয়োজনীয়তা আছেনে ?

পেকেটজাত গাখীৰ গৰম কৰাৰ প্ৰয়োজনীয়তা আছে নেকি? এই কথাটো হয়তো বহুতেই অৱগত নহয় যে পেকেটজাত গাখীৰ মানেইতো পাস্তুৰাইজড৷ অৰ্থাৎ ইয়াক জীৱাণুমুক্ত কৰা৷...