[rev_slider alias=”ad-slider-1″]
জানিবলৈ মন যায়নে? মহাকাশত নভোচাৰীয়ে কি কি খাদ্য খায় ?
Health Plus - 0
মহাকাশত থাকি বছৰৰ পাছত বছৰ গৱেষণা কৰা মহাকাশচাৰীয়ে মহাকাশ থকাৰ সময়ত বিভিন্ন প্ৰতিকূলতাৰ মাজেৰে জীৱন নিৰ্বাহ কৰিবলগীয়া হয়৷ মহাকাশচাৰীৰ গৱেষণাৰ জৰিয়তে আমি...
কাঠবাদামৰ উপকাৰিতাজানি থওঁ আহক
Health Plus - 0
পুষ্টিকৰ বিভিন্ন ড্ৰাই ফ্ৰুইচৰ মাজত বাদাম হ’ল অন্যতম তথা ইয়াৰ মাজত কাদবাদাম হ’ল সকলোতকৈ জনপ্ৰিয় তথা পুষ্টিকৰ সামগ্ৰী৷ এই কাঠবাদামত ভিটামিন-ই, মেগনেচিয়াম,...
মুৰী খোৱাৰ আগতে জানকইয়াৰ উপকাৰিতাৰ বিষয়ে
Health Plus - 0
মুৰী এনে এবিধ খাদ্য, যি খাবলৈ কম-বেছি সকলোৱে পচন্দ কৰে৷ সন্ধিয়া আড্ডাত, ৰে’ল যাত্ৰা কৰাৰ সময়ত বেপাৰীয়ে অনা জালমুৰীৰ সোৱাদ ল’বলৈ বহুতৰে...
বিণৰ ঔষধি গুণৰবিষয়ে জানো আহক
Health Plus - 0
শীতকালত সহজলভ্য পাচলিবোৰৰ ভিতৰত বিন অন্যতম৷ শীতকালত মানুহে অধিক পচন্দ কৰা পাচলিসমূহ ভিতৰত বিনো আছে৷ বিন কেৱল পাচলিয়েই নহয়, ইয়াত ভালেমান পোষক...
ধনিয়া পাতৰ আছেভালেমান উপকাৰী গুণ
Health Plus - 0
প্ৰায়বোৰ ভাৰতীয় ব্যঞ্জনত ব্যৱহাৰ কৰা হয় ধনিয়া পাত৷ ইয়াৰ সুগন্ধিয়ে সকলোকে আকৰ্ষিত কৰে৷ সোৱাদ বৃদ্ধিৰ বাবে ব্যৱহাৰ কৰা ধনিয়াৰ ভালেমান উপকাৰী গুণ...
অকল কমলাই নহয়, ইয়াৰবাকলিৰ গুণ জানিলে আচৰিত হ’ব
Health Plus - 0
শীতৰ দিনকেইটাত স্থানীয়ভাৱে উৎপাদন হোৱা লগতে দেশৰ ভিন্ন প্ৰান্তৰ পৰা অহা কমলা টেঙাৰে বজাৰ ভৰি পৰিছে৷ শীতকালি কমলা টেঙা খোৱাটো সকলোৱে পচন্দ...
জিৰাৰ স্বাস্থ্যৰ বাবেভালেমান উপকাৰী গুণ
Health Plus - 0
সকলোৰে পাকঘৰত পোৱা এবিধ মছলা হ’ল জিৰা৷ খাদ্য সুস্বাদু কৰিবলৈ জিৰা ব্যৱহাৰ কৰা হয় যদিও জিৰাৰ স্বাস্থ্যৰ বাবে ভালেমান উপকাৰী গুণ আছে৷...
নৰসিংহৰ পাতঔষধি গুণেৰে ভৰপূৰ
Health Plus - 0
খাদ্যৰসিক ভাৰতীয়সকলৰ পাকঘৰত সততে পোৱা যায় নৰসিংহৰ পাত৷ বিভিন্ন ধৰণৰ খাদ্য-সামগ্ৰী ৰান্ধোতে নৰসিংহৰ পাত ব্যৱহাৰ কৰা হয়৷ নৰসিংহৰ পাতে ব্যঞ্জনৰ সোৱাদ বৃদ্ধি...
মাছৰ কাঁইট খালেশৰীৰৰ কি হয় জানেনে?
Health Plus - 0
প্ৰ’টিনেৰে সমৃদ্ধ মাছ আটাইতকৈ পুষ্টিকৰ খাদ্য হিচাপে ধৰা হয়৷ মাছ ভাল নোপোৱা মানুহ চাগে নোলাব৷ মাছৰ বিভিন্ন ব্যঞ্জনে ভাতসাঁজৰ তৃপ্তি প্ৰদান কৰে৷...
শীতকালত পোৱা এই শাকবিধৰআছে স্বাস্থ্য উপকাৰী গুণ
Health Plus - 0
বছৰৰ বিভিন্ন সময়ত আমাৰ খাদ্যাভ্যাস সলনি হৈ থাকে৷ বিশেষকৈ শীতকালত বিভিন্ন ধৰণৰ শাক-পাচলি উৎপাদন হয় আৰু বজাৰ ভৰি পৰে৷ বজাৰত নানা তৰহৰ...
ডায়েবেটিছ ৰোগীৰ বাবে কমলা টেঙা উপকাৰীনে ?
Health Plus - 0
আমাৰ শৰীৰত ৰক্ত শৰ্কৰাৰ মাত্ৰা জানিবলৈ নিয়মিতভাৱে চেক কৰাটো অৱশ্যে কৰ্তব্য৷ আনহাতে শৰীৰৰ শৰ্কৰাৰ মাত্ৰা বৃদ্ধি পালে আন নিয়মসমূহ উপৰি খোৱাৰ খাদ্যৰ...
শীতত গাৰ ছাল শোতোৰানপৰিবলৈ কি কৰিব?
Health Plus - 0
ঠাণ্ডাৰ দিনত গাৰ ছাল শোতোৰা পৰাটো কোনো নতুন কথা নহয়৷ কিন্তু গাৰ ছাল শোতোৰা পৰিলে দেহৰ সৌন্দৰ্যত আঘাত লগাৰ লেখীয়া হয়৷ সাধাৰণতে...
Most Read
ফ্ৰোজেন শোল্ডাৰৰ সমস্যা নিৰাময়ৰ বাবে ৰজ্জু কৰ্ষাণাসন কৰক
মন আৰু শৰীৰ উভয়ৰ সুস্বাস্থ্য অটুট ৰাখিবলৈ নিয়মিতভাৱে যোগব্যায়াম কৰাৰ অভ্যাস কৰিব পাৰে৷ কাৰণ শৰীৰ আৰু মন উভয়ৰে বাবে যোগাসন অপৰিহাৰ্য আৰু...
নীৰৱ মৃত্যুৰ কাৰক নিমখ আৰু ট্ৰান্সফেট
অস্বাস্থ্যকৰ খাদ্যাভ্যাস বিশেষকৈ মাত্ৰাধিক পৰিমাণে ট্ৰান্সফেট আৰু নিমখ গ্ৰহণৰ কাৰণে জনগণৰ মাজত উচ্চ ৰক্তচাপজনিত বিভিন্ন অসংক্ৰামক ৰোগৰ সম্ভাৱনা তথা মৃত্যুৰ ক্ৰমবৰ্ধমান হাৰ...
এইবোৰ সমস্যাত বাদাম খোৱা উচিত নহয়
সাধাৰণতে স্বাস্থ্যৰ ক্ষেত্ৰত বাদামে উল্লেখযোগ্য ভূমিকা পালন কৰে৷ শুকান ফলৰ ৰজা হিচাপে বাদামক জনা যায়þ৷ তথাপি আপুনি জানেনে যে বাদাম সকলোৰে বাবে...
পেকেটজাত গাখীৰ গৰম কৰাৰ প্ৰয়োজনীয়তা আছেনে ?
পেকেটজাত গাখীৰ গৰম কৰাৰ প্ৰয়োজনীয়তা আছে নেকি? এই কথাটো হয়তো বহুতেই অৱগত নহয় যে পেকেটজাত গাখীৰ মানেইতো পাস্তুৰাইজড৷ অৰ্থাৎ ইয়াক জীৱাণুমুক্ত কৰা৷...