Home Diet Plus

Diet Plus

[rev_slider alias=”ad-slider-1″]

উপকাৰিতাতো সকলোৱে জানেকমলাৰ ক্ষতিকাৰক দিশো আছে

শীতকাল মানেই কমলা টেঙা খোৱাৰ আমোজ৷ শীতকালত পোৱা এইবিধ ফলত চাহিদা তথা জনপ্ৰিয় ফলসমূহৰ ভিতৰত অন্যতম৷ অতি সুস্বাদু ৰসাল কমলা টেঙাৰ গুণাগুণ...

চুজিয়ে স্বাস্থ্যৰ যতনত মেজিকৰ দৰে কাম কৰে

পুৱাৰ জলপান অথবা আবেলি জিৰণিৰ সময়ত ফিকা চাহকাপৰ সৈতে খোৱা তথা মাকে ল’ৰা-ছোৱালীক স্কুলৰ টিফিনত দিবৰ বাবে বিবেচনা কৰা সুস্বাদু খাদ্যৰ ভিতৰত...

দেখিবলৈ অতিকে সুন্দৰ এইফুল যেন সৰ্বৰোগহাৰি

বসন্ত কাল আহিলে লগতে আহে পলাশ৷ পলাশৰ সুন্দৰতাই বসন্ত অহাৰ জাননী দিয়ে৷ এই পলাশ ফুলৰ মাজৰ ৰৈ পখীয়ে সুমধুৰ সংগীত জুৰে৷ প্ৰেমিক-প্ৰেমিকাই...

জিৰাৰ স্বাস্থ্যৰ বাবেভালেমান উপকাৰী গুণ

সকলোৰে পাকঘৰত পোৱা এবিধ মছলা হ’ল জিৰা৷ খাদ্য সুস্বাদু কৰিবলৈ জিৰা ব্যৱহাৰ কৰা হয় যদিও জিৰাৰ স্বাস্থ্যৰ বাবে ভালেমান উপকাৰী গুণ আছে৷...

কেঞ্চাৰ নিৰাময়ৰ সঞ্জীৱনী!ঔষধি গুণৰ ‘খনি’ এই ফুলবিধ

ফুলক সৌন্দৰ্যৰ আকৰ বুলি কোৱা হয়৷ এখন ঘৰ শুৱনি তথা ইয়াৰ সৌন্দৰ্যতা বৃদ্ধিৰ বাবে ঘৰৰ আগত বাগিচা পাতি পৰিপাটিকৈ ৰোৱা ফুলৰ শোভাই...

মুৰী খোৱাৰ আগতে জানকইয়াৰ উপকাৰিতাৰ বিষয়ে

মুৰী এনে এবিধ খাদ্য, যি খাবলৈ কম-বেছি সকলোৱে পচন্দ কৰে৷ সন্ধিয়া আড্ডাত, ৰে’ল যাত্ৰা কৰাৰ সময়ত বেপাৰীয়ে অনা জালমুৰীৰ সোৱাদ ল’বলৈ বহুতৰে...

এইবিধ ফলৰ পাতৰ গুণজানিলে আচৰিত হ’ব

আয়ুৰ্বেদত বিভিন্ন ধৰণৰ গছ অথবা গছৰ নানা অংশ যেনে কাণ্ড, ডাল, পাত, শিপা আদিৰ গুৰুত্ব অপৰিসীম৷ সেইবাবে আয়ুৰ্বেদিক ভেষজৰ কথা ক’লে প্ৰথমেই...

দুশ্চিন্তা দূৰ কৰাৰযাদুকৰী উপায়

মনলৈ দুশ্চিন্তা আহিবলৈ সময়ত প্ৰয়োজন নহয়৷ ইয়াৰ গতি ইমান দ্ৰুত যে মনলৈ অহা এনেধৰণৰ চিন্তা ভৰ সহিবলৈ কঠিন হৈ পৰে৷ আনকি দুশ্চিন্তাৰে...

শীতকালত দমকলৰ পানীগৰম হৈ থকাৰ কাৰণ জানেনে?

হাড় কঁপোৱা শীতকালত পুৱা গা ধোৱাটো সাংঘাতিক কষ্ট কাম হয়৷ প্ৰবল শীতৰ দিনকেইটাত বহুতেই কম্বলৰ তলৰ পৰা বিছনাৰ পৰা উঠি অফিচলৈ হাত-ভৰি...

সাৱধান ! এইবোৰ মাছ গৰ্ভৱতী মাতৃৰ কাৰণে বিষৰ সমান

উচ্ছ প্ৰ’টিনযুক্ত খাদ্যৰ ভিতৰত মাছ অন্যতম সৰ্বোচ্চ৷ মাছত থকা উপাদানে আমাৰ শাৰীৰিক স্বাস্থ্যৰ বিভিন্ন ক্ষেত্ৰত অভূতপূৰ্ব অৰিহণা যোগায়৷ মাছ সকলোৰে প্ৰিয়৷ মাছ...

স্বাস্থ্য সুস্থ ৰাখিবলৈসপ্তাহত এবাৰ কান্দক

মানুহ যেতিয়া সুখত থাকে তেতিয়া মুখত অনৱৰতে হাঁহি বিৰিঙি থাকে৷ হাঁহি থকা মানুহ সদায় সুখী বুলি কোৱা হয়৷ ইয়াৰ লগতে মানুহে সুস্থতাৰ...

বয়সানুযায়ী শৰীৰৰ কিমান ওজনথাকিলে আপুনি ‘পাৰফেক্ট’

শৰীৰৰ আদৰ্শ ওজন কি? কিমান বয়সত শৰীৰৰ ওজন কিমান থকা জৰুৰী৷ বিশেষজ্ঞৰ পৰামৰ্শ অনুসৰি প্ৰতিজন ব্যক্তিৰ ক্ষেত্ৰত বয়স অনুযায়ী কিমান ওজন থকা...

Most Read

ফ্ৰোজেন শোল্ডাৰৰ সমস্যা নিৰাময়ৰ বাবে ৰজ্জু কৰ্ষাণাসন কৰক

মন আৰু শৰীৰ উভয়ৰ সুস্বাস্থ্য অটুট ৰাখিবলৈ নিয়মিতভাৱে যোগব্যায়াম কৰাৰ অভ্যাস কৰিব পাৰে৷ কাৰণ শৰীৰ আৰু মন উভয়ৰে বাবে যোগাসন অপৰিহাৰ্য আৰু...

নীৰৱ মৃত্যুৰ কাৰক নিমখ আৰু ট্ৰান্সফেট

অস্বাস্থ্যকৰ খাদ্যাভ্যাস বিশেষকৈ মাত্ৰাধিক পৰিমাণে ট্ৰান্সফেট আৰু নিমখ গ্ৰহণৰ কাৰণে জনগণৰ মাজত উচ্চ ৰক্তচাপজনিত বিভিন্ন অসংক্ৰামক ৰোগৰ সম্ভাৱনা তথা মৃত্যুৰ ক্ৰমবৰ্ধমান হাৰ...

এইবোৰ সমস্যাত বাদাম খোৱা উচিত নহয়

সাধাৰণতে স্বাস্থ্যৰ ক্ষেত্ৰত বাদামে উল্লেখযোগ্য ভূমিকা পালন কৰে৷ শুকান ফলৰ ৰজা হিচাপে বাদামক জনা যায়þ৷ তথাপি আপুনি জানেনে যে বাদাম সকলোৰে বাবে...

পেকেটজাত গাখীৰ গৰম কৰাৰ প্ৰয়োজনীয়তা আছেনে ?

পেকেটজাত গাখীৰ গৰম কৰাৰ প্ৰয়োজনীয়তা আছে নেকি? এই কথাটো হয়তো বহুতেই অৱগত নহয় যে পেকেটজাত গাখীৰ মানেইতো পাস্তুৰাইজড৷ অৰ্থাৎ ইয়াক জীৱাণুমুক্ত কৰা৷...