[rev_slider alias=”ad-slider-1″]
খাদ্য হিচাপে নহয়, আলুৰ ব্যৱহাৰ সৰ্বদিশতে
Health Plus - 0
পাচলিৰ ভিতৰত আলুক ৰজা বুলি কোৱা হয়৷ কাৰণ সকলো পাচলিৰ সৈতে আলু খাব পাৰি৷ সুষম পুষ্টিকৰ খাদ্যৰ ভিতৰত আলু অন্যতম৷ শৰীৰৰ শক্তি...
শৰীৰৰ সুস্থতাৰ বাবে এইবোৰ খাদ্য এৰাই চলক
Health Plus - 0
আমি দিনটোৰ সৰহভাগ সময়ত বাছ-বিচাৰ নোহোৱাকৈ নানাধৰণৰ খাদ্য গ্ৰহণ কৰোঁ৷ এই সকলোবোৰ খাদ্যই যে আমাৰ উপকাৰ সাধন কৰে, তেনে নহয়৷ ইয়াৰে কিছুমানে...
মহিলাৰ মাহেকীয়াৰ যন্ত্ৰণা নিৰাময়ৰ বাবে ত্ৰিকোনাসন কৰক
Health Plus - 0
শৰীৰ আৰু মনৰ স্বাস্থ্য অটুট ৰাখিবলৈ আমি দৈনন্দিন পুৱা বা গধূলি কিছু আসন কৰাটো অতি জৰুৰী৷ অকল শাৰীৰিক স্বাস্থ্যৰ বাবেই নহয়, মনৰ...
চকলেটে কিদৰে ছালৰ সৌন্দৰ্য ধৰি ৰাখে ?
Health Plus - 0
চকলেট খাই ভাল নোপোৱা মানুহ নাই বুলি ক’ব পাৰি৷ সৰু ল’ৰা-ছোৱালীৰ আটাইতকৈ বেছি পচন্দৰ বস্তুবিধেই হৈছে চকলেট৷ চকলেট দেখুৱাই এনেকুৱা ল’ৰা-ছোৱালীৰ পৰা...
উৰহীৰ আছে এইবোৰ উপকাৰী গুণাগুণ
Health Plus - 0
শীতকাল পৰাৰ লগে লগে নানা তৰহৰ শাক-পাচলিৰে বজাৰ ভৰি পৰে৷ তাৰ ভিতৰত এবিধ হ’ল উৰহী৷ সাধাৰণতে উৰহী ভাজি, মাছেৰে আঞ্জা বনাই বা...
হজমৰ সমস্যাত ভুগিছে যদি দৈনিক বজ্ৰাসন কৰিবলৈ শিকক
Health Plus - 0
যোগ সাধনাই শৰীৰ সুস্থ তথা সবল কৰি ৰখাত সহায় কৰে৷ বিভিন্ন প্ৰকাৰৰ যোগ তথা প্ৰাণায়ামে আমাক নিৰোগী কৰাৰ লগতে শাৰীৰিক তথা মানসিক...
জিংকৰ উৎস এইবোৰ খাদ্য নিয়মিতভাৱে খাওক
Health Plus - 0
আইৰন, কেলচিয়াম আৰু কপাৰৰ দৰে জিংক আমাৰ শৰীৰৰ বাবে এক অত্যন্ত লাগতিয়াল খনিজ পদাৰ্থ৷ এজন ব্যক্তিক দৈনিক ১১ মিলিগ্ৰাম জিংকৰ প্ৰয়োজন হয়৷...
মনোযোগ বৃদ্ধিৰ বাবে বৃক্ষাসন কৰক
Health Plus - 0
শৰীৰৰ লগত মনৰ অভিন্ন সম্পৰ্ক আছে৷ শৰীৰ সুস্থ থকা মানে মনটোও সু্স্থ হৈ থাকে৷ মানসিক স্বাস্থ্যই বিভিন্ন ক্ষেত্ৰত শৰীৰৰ লগত যুক্ত হৈ...
এইবোৰ কাৰণত সপ্তাহত অন্ততঃ তিনিদিন ছয়াবিন খাওক
Health Plus - 0
নিৰামিষ, কিন্তু প্ৰ’টিনেৰে ভৰপূৰ খাদ্য বুলি ক’লেই ছয়াবিনৰ নামেই প্ৰথমে মনলৈ আহে৷ সকলো বয়সৰ লোকৰ কাৰণে ছয়াবিন সমানে উপকাৰী৷ বিশেষকৈ ঋতুনিবৃত্তিৰ পাছত...
ছিৰি বগালেই ভাগৰ লাগে : সুফল পাবলৈ মকৰাসন কৰক
Health Plus - 0
আজিকালি বহুতেই অফিচৰ কামত ব্যস্ততা তথা সাংসাৰিক হাজাৰটা কাম চম্ভালাতে দিনটোৰ সময়খিনি পাৰ হয়৷ ইয়াৰ মাজতে শৰীৰৰ স্বাস্থ্য তথা শাৰীৰিক দিশত মন...
ছালৰ সৌন্দৰ্যত কেঁচা গাখীৰ কিদৰে ব্যৱহাৰ কৰিব ?
Health Plus - 0
সৌন্দৰ্যচৰ্চাত গাখীৰৰ ব্যৱহাৰ বিষয়ে আপোনালোকে নিশ্চয় জানে৷ হালধিৰ সৈতে গাখীৰ, বেচনৰ সৈতে গাখীৰ, মুলটানি মাটিৰ সৈতে গাখীৰ আদি বিভিন্ন ধৰণে গাখীৰক ছালত...
শৰীৰৰ ৰক্ত সঞ্চালন উন্নত কৰিবলৈ বদ্ধকোনাসন কৰক
Health Plus - 0
শৰীৰৰ সুস্বাস্থ্যৰ বাবে ব্যায়াম তথা যোগাসন অপৰিহাৰ্য৷ যোগ অবিহনে শৰীৰে বিভিন্ন সমস্যাই দেখা দিব পাৰে৷ বিষ-বেদনা, কোনো কাৰণ অবিহনে শাৰীৰিক অসুস্থতা, চকু,...
Most Read
হাৰ্টৰ ব্লকেজ হোৱা-নোহোৱা জানিবলৈ এই তিনি উপায়
মূৰটো ৰিমঝিম কৰা, চকুৰে অন্ধকাৰ দেখা তাৰ পাছত জ্ঞানশূন্য হৈ পৰা, আধা মিনিটৰ পাছত পুনৰ জ্ঞান ফিৰি আহি স্বাভাৱিক অৱস্থা৷ এবাৰ...
উজ্জ্বল-সতেজ ছালৰ অধিকাৰী হ’বলৈ এই ফেচপেক
এখন উজ্জ্বল, সতেজ ছালৰ অধিকাৰী হ’বলৈ সকলোৱে বাঞ্ছা কৰে৷ ছালখন যত্নৰ বাবে কোনেও অকণো অৱহেলা নকৰে৷ ছোৱালীবোৰে ছালৰ যত্নৰ বাবে দৈনিক...
১০ মিনিটৰ এই ব্যায়াম দৌৰাতকৈও ৬৮ শতাংশ কাৰ্যকৰী
আপোনাৰ যদি সময়ত অভাৱ, অথবা দৌৰিবলৈ ইতস্ততঃ বোধ হয়, তেনেহ’লে ১০ মিনিটৰ বাবে এই ব্যায়াম কৰিব পাৰে, যি ব্যায়াম শৰীৰৰ বাবে দৌৰাতকৈও...
মূৰৰ এই যন্ত্ৰণা ব্ৰেইন টিউমাৰৰ লক্ষণ
ব্ৰেইন টিউমাৰ মানেই আতংক, ভয়াৱহতা৷ ভবা হয়, জীৱনৰ শেষ সময়কণ যেন সমাগত৷ এই ধাৰণা সঁচা নে? সকলো ব্ৰেইন টিউমাৰেই কেঞ্চাৰৰ দিশে...