Home Diet Plus

Diet Plus

[rev_slider alias=”ad-slider-1″]

নেমুৰ সৈতে ভুলতো এইবোৰ নাখাব

সাধাৰণতে আমি খোৱা খাদ্যৰ তালিকাত বিভিন্ন খাদ্য সামগ্ৰীৰ সংমিশ্ৰণ কৰোঁ৷ এই সংমিশ্ৰিত খাদ্যবোৰে আমাৰ পাচনতন্ত্ৰত বিভিন্ন ধৰণেৰে প্ৰভাৱ পেলায়৷ ইয়াৰে কিছুমান সংমিশ্ৰণে...

এইবোৰ শৰীৰত হোৱা পটেচিয়ামৰ অভাৱত লক্ষণ

সকলো পুষ্টিৰ ভাৰসাম্য অটুট থাকিলেহে শৰীৰৰ সুস্থ তথা নিৰোগী হৈ থাকে৷ ইয়াৰ কাৰণে ভিটামিনৰ যিমান প্ৰয়োজন, সিমানেই প্ৰয়োজন খনিজ তথা আন আন...

জন্মৰ ছমাহৰ পাছত শিশুৰ খাদ্য কেনে হোৱা উচিত

শিশুৰ জন্মৰ ছয় মাহ পৰ্যন্ত মাত্ৰ মাকৰ গাখীৰহে একমাত্ৰ খাদ্য৷ ইয়াৰ পাছৰ বয়সত মাতৃদুগ্ধৰ উপৰি আন আন সুষম আহাৰ খাবলৈ নিদিলে শিশুৰ...

গাখীৰৰ স’তে নিমখ একেলগে খোৱা উচিতনে?

গাখীৰ এবিধ পুষ্টিকৰ খাদ্য৷ প্ৰায় সকলোৱে কম-বেছি পৰিমাণে বিভিন্ন উপায়ৰে গাখীৰ খায় আৰু আমি সকলোৱে জানো গাখীৰৰ কেনেকৈ খাব লাগে৷ আনহাতে গাখীৰ...

পৰিমাণতকৈ বেছি হিং খাদ্যত দিলে কি হ’ব পাৰে?

হিঙৰ বিষয়ে নি(য় আপুনি জানে৷ খাদ্যৰ সোৱাদ বৃদ্ধিৰ লগতে মাংস সোনকালে সিজিবলৈ বা ইয়াৰ অকটা ভাব দূৰ কৰি খাদ্যৰ জুতি বৃদ্ধিৰ বাবে...

আদাৰ আছে আচৰিত ঔষধি গুণ

সচৰাচৰ আমাৰ সকলোৰে ৰান্ধনীঘৰত আদা থাকেই৷ আদাক খাদ্যৰ সুস্বাদু বঢ়াবলৈ মছলা হিচাপে ব্যৱহাৰ কৰা হয়৷ আদাৰ আছে বহুতো পুষ্টিগুণ৷ আদাই খাদ্যৰ সোৱাদ...

মুৰি নে মাখানা : কোনবিধ বেছি পুষ্টিকৰ

মানুহে স্বাস্থ্য সচেতন হৈ উঠিবলৈ তথা ক্ৰমাগত খাদ্যৰ প্ৰয়োজনৰ বাবে পুষ্টিকৰ খাদ্য গ্ৰহণ কৰাটো জৰুৰী৷ এটা সুস্থ তথা স্বাস্থ্যসন্মত শৰীৰ লাভ কৰিবলৈ...

আপোনাৰ হাত-ভৰি জিনজিনাব পাৰে এই ভিটামিনৰ অভাৱত

বহুতৰে বহু সময় একে ঠাইতে থিয় হৈ বহি থাকিলে ভৰি বা হাত জিনজিনাবলৈ ধৰে আৰু অলপ সময় লৰচৰ কৰিব নোৱাৰা হৈ পৰে৷...

বতৰৰ ফল লিচুৰ উপকাৰিতা জানো আহক

গ্ৰীষ্মকাল মানেই নানা ৰকমৰ ফলৰ সমাহাৰ৷ এই সময়খিনি ৰসাল, মিঠা বিভিন্ন ফল-মূলেৰে ভৰি থাকে ঘৰৰ বাৰী৷ আম, কঁঠাল, পনিয়ল, লিচু, মধুৰিআম, জাম...

ৰন্ধাৰ আগেয়ে মাছত হালধি নিমখ দিয়াৰ কাৰণ জানেনে?

বজাৰৰ পৰা মাছ কাটি অনাৰ পাছত ঘৰত ভালদৰে পৰিষ্কাৰ পানীৰে চাফা কৰি তাত হালধি আৰু নিমখ মিহলাই দি কিছু সময় ৰখা হয়৷...

ফ্ৰীজৰ ঠাণ্ডা পানী খালে ওজন বাঢ়ে নেকি ?

পানী হ’ল জীৱৰ প্ৰাণ৷ এই বিশ্বব্ৰহ্মাণ্ডত সকলো বস্তু থাকিলেও যদি পানী নাথাকে তেন্তে জীৱ জীয়াই থকাটো সম্ভৱপৰ নহয়৷ অৰ্থাৎ পানীয়েহে জীৱন লালন...

পুৱাই কফিৰ পৰিৱৰ্তে আপেল খোৱাৰ অভ্যাস কৰক

আমাৰ সকলোৰে সাধাৰণতে পুৱা শুই উঠিয়ে চাহ বা কফি খোৱাটো অভ্যাস৷ পুৱাৰ ভাগৰ কফি বা চাহকাপে আমাক গোটেই দিনটো সতেজ কৰি ৰাখে৷...

Most Read

ফ্ৰোজেন শোল্ডাৰৰ সমস্যা নিৰাময়ৰ বাবে ৰজ্জু কৰ্ষাণাসন কৰক

মন আৰু শৰীৰ উভয়ৰ সুস্বাস্থ্য অটুট ৰাখিবলৈ নিয়মিতভাৱে যোগব্যায়াম কৰাৰ অভ্যাস কৰিব পাৰে৷ কাৰণ শৰীৰ আৰু মন উভয়ৰে বাবে যোগাসন অপৰিহাৰ্য আৰু...

নীৰৱ মৃত্যুৰ কাৰক নিমখ আৰু ট্ৰান্সফেট

অস্বাস্থ্যকৰ খাদ্যাভ্যাস বিশেষকৈ মাত্ৰাধিক পৰিমাণে ট্ৰান্সফেট আৰু নিমখ গ্ৰহণৰ কাৰণে জনগণৰ মাজত উচ্চ ৰক্তচাপজনিত বিভিন্ন অসংক্ৰামক ৰোগৰ সম্ভাৱনা তথা মৃত্যুৰ ক্ৰমবৰ্ধমান হাৰ...

এইবোৰ সমস্যাত বাদাম খোৱা উচিত নহয়

সাধাৰণতে স্বাস্থ্যৰ ক্ষেত্ৰত বাদামে উল্লেখযোগ্য ভূমিকা পালন কৰে৷ শুকান ফলৰ ৰজা হিচাপে বাদামক জনা যায়þ৷ তথাপি আপুনি জানেনে যে বাদাম সকলোৰে বাবে...

পেকেটজাত গাখীৰ গৰম কৰাৰ প্ৰয়োজনীয়তা আছেনে ?

পেকেটজাত গাখীৰ গৰম কৰাৰ প্ৰয়োজনীয়তা আছে নেকি? এই কথাটো হয়তো বহুতেই অৱগত নহয় যে পেকেটজাত গাখীৰ মানেইতো পাস্তুৰাইজড৷ অৰ্থাৎ ইয়াক জীৱাণুমুক্ত কৰা৷...