Home Diet Plus

Diet Plus

[rev_slider alias=”ad-slider-1″]

ডায়েটিচিয়ান টিপছ : বয়স অনুযায়ী দিনে কিমানখন ৰুটী খাব?

বয়স অনুযায়ী দৈনিক কিমানখনকৈ ৰুটী খোৱা উচিত, বিশেষকৈ ডায়েবেটিছ আক্ৰান্ত ৰোগীসকলে, এই সম্পৰ্কে কি কয় ডায়েটিচিয়ানে সেই বিষয়ে অলপ জানো আহক৷ বৰ্তমান...

উফি নিৰাময়ৰ বাবে এইকেইটা টিপছ লওক

উফিৰ সমস্যাত নোভোগা মানুহ নায়েই৷ ই বিশেষ একো অসুবিধাৰ সৃষ্টি নকৰে যদিও সৌন্দৰ্যৰ দৃষ্টিৰে চাবলৈ গ’লে চুলিৰ মাজত বগা বগা উফিবোৰ দেখিলে...

এফোটা হ’লেও বতৰৰ ফল কঁঠাল খাওক

বতৰৰ ফল কঁঠাল পুষ্টিগুণেৰে ভৰপূৰ৷ মানৱ দেহত যিমান পুষ্টিৰ প্ৰয়োজন, তাৰ প্ৰায়ভাগ পুষ্টি কঁঠালত পোৱা যায়৷ পকা কঁঠালৰ স্বাদ আৰু সুঘ্ৰাণ অতুলনীয়৷...

ছয়াবিন তেলৰ উপকাৰিতাৰ বিষয়ে জানো আহক

উদ্ভিজ প্ৰ’টিনৰ উপাদানবোৰৰ অন্যতম এবিধ ছয়াবিন৷ এ সম্ভৱ হৈছে ছয়াবিনত বিদ্যমান প্ৰ’টিন, নানা ভিটামিন আৰু পুষ্টিগুণৰ কাৰণে৷ ছয়াবিনে শৰীৰৰ ক্ষতিকাৰক কলেষ্টৰেল কমোৱাত...

ৰাতি দেৰিকৈ খোৱাৰ অভ্যাস আজিয়েই পৰিত্যাগ কৰক

গৱেষণা অনুসৰি জনা গৈছে যে আপুনি যদি প্ৰতিদিনে ৰাতি এটা নিৰ্দিষ্ট সময়ত খাদ্য গ্ৰহণ কৰে, তেন্তে ই স্বাস্থ্যকৰ জীৱনধাৰা প্ৰস্তুত কৰাত সহায়...

দৈনিক অংকুৰিত মগু খালে পাব আচৰিত লাভ

মগু বা বুট পানীত তিয়াই থৈ পাছত পানীৰ পৰা উঠাই বাচন এটা ৰাখিলেই তাৰ পৰা গজালি বাহিৰ হয়৷ এইধৰণে গজালি ওলোৱা মগু...

ছুগাৰত ভোগাসকলে দিনে কিমানবাৰ খোৱা উচিত

ডায়েবেটিছ এবিধ খাদ্য তথা জীৱনধাৰা সম্পৰ্কিত ৰোগ৷ ডায়েবেটিছ হ’লে শৰীৰত ৰক্ত শৰ্কৰাৰ মাত্ৰা বাঢ়ি যায়৷ সঠিক জীৱনধাৰা আৰু স্বাস্থ্যসন্মত নিয়ম পালনৰ দ্বাৰাহে...

আপুনি সাংঘাতিক ভোকত আছে নেকি : তেনেহ’লে এইবোৰ নাখাব

আজিকালি ব্যস্ততাপূৰ্ণ জীৱনত প্ৰায়ভাগ লোকৰে পুৱাৰ খাদ্য খাবলৈ সময় নাথাকে৷ এনে ক্ষেত্ৰত দুপৰীয়াৰ সময়ত যেতিয়া অত্যধিক ভোক লাগে, তেতিয়া তেওঁলোকে এনেকুৱা কিছুমান...

শিশুৰ স্বাস্থ্যকৰ খাদ্যাভ্যাস প্ৰস্তুতৰ কেইটামান টিপছ

স্কুলগামী বা বাঢ়ন্ত বয়সৰ বা উঠি অহাৰ এটি শিশুৰ মানসিক আৰু শাৰীৰিক বৃদ্ধি খুব গুৰুত্বপূৰ্ণ৷ এই সময়খিনিত শিশুসকলৰ স্বাস্থ্যকৰ খাদ্যাভ্যাসত অভ্যস্ত কৰিবলৈ...

পুৰুষৰ বাবে দুৰ্দান্ত উপকাৰী : ৯৯%ই নাজানে পিঁয়াজ খোৱাৰ নিয়ম

পিঁয়াজ অবিহনে কোনো ব্যঞ্জনেই সম্পূৰ্ণ নহয়৷ ৰন্ধন কাৰ্যত পিঁয়াজ আদৰ উচ্চ তথা অন্যতম সামগ্ৰী৷ আমিষ ৰন্ধন প্ৰণালীতো পিঁয়াজ নোহোৱাকৈ একেবাৰে অসম্ভৱ৷ পিঁয়াজে...

মনৰ সুস্থতাৰ বাবে মাইণ্ড ডায়েট

আমি সুস্থ-সবল হৈ থাকিবলৈ শৰীৰ আৰু মন দুয়োটাৰে ভূমিকা অনস্বীকাৰ্য৷ আমি ভালে থাকিবলৈ হ’লে শাৰীৰিক আৰু মানসিক উভয়ৰ ক্ষেত্ৰতে সচেতন থাকিব লাগিব৷...

আয়ুৰ্বেদৰ মতে এইকেইটা কাম নিয়মিতভাৱে কৰক

আমি প্ৰত্যেকেই পুৱা উঠাৰ পৰা ৰাতি শোৱালৈকে বিভিন্ন কাম কৰোঁ৷ কামৰ পৰা যেন আহৰিয়েই নাই৷ লগতে খোৱা-লোৱাৰ সঠিক সময় নোহোৱা, ব্যস্ততা, স্ত্ৰেচ...

Most Read

পেকেটজাত গাখীৰ গৰম কৰাৰ প্ৰয়োজনীয়তা আছেনে ?

পেকেটজাত গাখীৰ গৰম কৰাৰ প্ৰয়োজনীয়তা আছে নেকি? এই কথাটো হয়তো বহুতেই অৱগত নহয় যে পেকেটজাত গাখীৰ মানেইতো পাস্তুৰাইজড৷ অৰ্থাৎ ইয়াক জীৱাণুমুক্ত কৰা৷...

হজমৰ সমস্যা সমাধানৰ বাবে মৎস্যাসন কৰক

শৰীৰৰ স্বাস্থ্য উন্নত তথা নিৰোগী কৰি ৰাখিবলৈ যোগাসন কৰাৰ প্ৰয়োজনীয়তা আছে৷ নিয়মিতভাৱে কৰা যোগ অভ্যাসে এজন লোকক বিভিন্ন...

পুৱাই কৰা কি ভুলৰ বাবে দ্ৰুতভাৱে ওজন বৃদ্ধি হ’ব পাৰে

পুৱাই যিমানেই ভাল অভ্যাস গঢ় দিব, সিমানে শৰীৰক ভালে ৰখাত সহায় কৰে৷ পুৱাৰ ভাগৰ কিছুমান বদঅভ্যাসে হোৰাহোৰে বঢ়াব পাৰে শৰীৰৰ ওজন৷ কথাতে...

বিজ্ঞানীৰ নতুন সম্ভাৱনাময় বাসযোগ্য গ্ৰহৰ সন্ধান

সম্প্ৰতি ইউৰোপিয়ান ছাউডাৰ্ন অবজাভেটৰি ভেৰি লাৰ্জ টেলিস্কোপৰ সহায়ত বিজ্ঞানীয়ে নতুন এক সম্ভাৱনাময় বাসযোগ্য গ্ৰহৰ সন্ধান লাভ কৰিছে৷ পৃথিৱীৰ পৰা আনুমানিক ৫.৯৬ আলোকবৰ্ষ...