Home Daily news

Daily news

[rev_slider alias=”ad-slider-1″]

প্ৰসিদ্ধ ইউৰ’লজিষ্ট ডাঃ অৰূপ কুমাৰ নাথৰ নেতৃত্বত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ

বৰ্তমান কিডনীজনিত সমস্যাই সমগ্ৰ বিশ্বতে ভয়াৱহ ৰূপ ধাৰণ কৰি আহিছে৷ ইয়াৰ অন্তৰালত বিভিন্ন কাৰণসমূহৰ ভিতৰত আমাৰ জীৱনশৈলীৰ পৰিৱৰ্তনে মুখ্য বুলি ধৰা হয়৷...

বিশ্বৰ প্ৰতি ২৮ গৰাকী মহিলাৰ এগৰাকী স্তন কেঞ্চাৰত আক্ৰান্ত

সমগ্ৰ বিশ্বজুৰি কেঞ্চাৰত আক্ৰান্তৰ সংখ্যা দিনক দিনে অভাৱনীয়ভাৱে বৃদ্ধি হৈছে৷ সম্প্ৰতি বিশ্ব স্বাস্থ্য সংস্থা চমুকৈ ‘হু’ৰ এটা সমীক্ষাত এই কথা প্ৰকাশ পাইছে৷...

পেচাব জ্বলা-পোৰা সমস্যাৰ পৰা কিদৰে পৰিত্ৰাণ পাব?

গৰমৰ দিনত প্ৰায়ভাগ লোকৰে হোৱা এটা অসুবিধা হ’ল পেচাব জ্বলা-পোৰা কৰা৷ অত্যধিক গৰমৰ ফলত ৰ’দত ঘূৰি ফুৰা কাম কৰিলে সাধাৰণতে পেচাব...

অকল্পনীয় কিন্তু বাস্তৱ : মানুহৰ পাছত কোনে দখল কৰিব পৃথিৱী?

মানুহৰ পাছত এই বিশাল পৃথিৱী কোনে দখল কৰিব? কোনবিধ প্ৰাণীৰ দখললৈ যাব এই পৃথিৱী? ইয়াক লৈ বিজ্ঞানীয়ে যি কথা জানিবলৈ দিছে সেই...

আপুনি জানেনে? মহানগৰৰ মাছ-মাংস কিমান স্বাস্থ্যসন্মত?

মহানগৰত মাছ-মাংসৰ ব্যৱসায় কৰা অধিকাংশ ব্যৱসায়ীয়েই অজ্ঞ৷ স্বাস্থ্যসন্মতভাৱে মাছ-মাংস বিক্ৰী কৰাৰ ক্ষেত্ৰত ইও একপ্ৰকাৰ সমস্যা হৈ পৰিছে৷ গুৱাহাটী মহানগৰত প্ৰতিদিনে বিক্ৰী...

দিছপুৰ প্ৰেছ ক্লাবত কিডনী হস্পিটেল iUKDৰ বিনামূলীয়া স্বাস্থ্য শিবিৰ

গুৱাহাটীৰ সোণাপুৰস্থিত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ কিডনী হস্পিটেল ইন্‌ষ্টিটিউট অব্‌ ইউৰ’লজি এণ্ড কিডনী ডিজিজেজ চমুকৈ আই ইউ কে ডিৰ ৯১ সংখ্যক...

অত্যধিক আনাৰস সেৱনে আনিব পাৰে বিপদ

ৰসাল সুমিষ্ট ফলৰ ভিতৰত আনাৰস অন্যতম৷ আনাৰসৰ টেঙা-মিঠা সোৱাদ সকলোৰে প্ৰিয়৷ গৰম কালি পকী থকা আনাৰস এটা দেখিলে জিভাৰ পানী নপৰা...

সুখাসন কৰিলে কি কি সুফল পাব পাৰে

গ্ৰীকসকলে কৈছিল, সুস্থ দেহতহে সুস্থ মনৰ সৃষ্টি হয়৷ হয়, আমাৰ মন ভালে থাকিবলৈ হ’লে আমাক এটা সুস্থ আৰু নিৰোগী জীৱন-যাপনৰ প্ৰয়োজন৷...

প্ৰস্ৰাৱ অত্যধিক ফেনায় নেকি? এৰাই নচলিব এই সমস্যা

আপুনি প্ৰস্ৰাৱ কৰাৰ সময়ত কোমোড ফেনেৰে ভৰি পৰে নেকি? হালধীয়া, বুদবুদ ফেন হৈছে প্ৰস্ৰাৱৰ সময়ত৷ নিয়মিতভাৱে এইদৰে প্ৰস্ৰাৱৰ সময়ত ফেন ওলোৱা...

কোনবিধ ভিটামিন বেছিকৈ খালে কিডনীজনিত সমস্যা হ’ব পাৰে

শৰীৰত কোনবিধ ভিটামিন বাঢ়ি গ’লে কিডনীৰ সমস্যা হয়৷ এইবিধ ভিটামিন শৰীৰলৈ অধিক মাত্ৰাত গ’লে কিডনী ফেইলৰ পৰ্যন্ত হ’ব পাৰে৷ ইয়াৰ বিষয়ে...

কিডনী হস্পিটেল iUKDৰ ৯০ সংখ্যক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ

গুৱাহাটীৰ সোণাপুৰস্থিত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ কিডনী হস্পিটেল ইন্‌ষ্টিটিউট অব্‌ কিডনী ডিজিজেজ চমুকৈ আই ইউ কে ডিৰ ৯০ সংখ্যক বিনামূলীয়া চিকিৎসা শিবিৰটো...

উচ্চতা অনুপাতে শিশুটিৰ ওজন কম হ’লে কি খাদ্য খুৱাব

বৰ্তমান শিশুসকলৰ মাজত ওজন বাঢ়ি যোৱাৰ প্ৰৱণতা অধিক হাৰত বৃদ্ধি পাইছে৷ অস্বাস্থ্যকৰ খাদ্যাভ্যাস তথা শৰীৰচৰ্চাৰ অভাৱৰ বাবে শিশুৰ মাজত স্থূলতাৰ সমস্যা...

Most Read

ডায়েবেটিছ ৰোগীয়ে প্ৰতিবছৰে চকু পৰীক্ষা কৰোৱা কিয় জৰুৰী

আপোনাৰ ডায়েবেটিছ ৰোগ থাকিলে ৰেটিনা গুৰুতৰ ক্ষতিগ্ৰস্ত হ’ব পাৰে৷ যিয়ে ডায়েবেটিক ৰেটিনোপেথিৰ দৰে গুৰুতৰ ৰোগ হ’ব পাৰে৷ জনা দৰকাৰ যে ডায়েবেটিছ থাকিলে...

মস্তিষ্কৰ ক্ষতি কৰিছে ChatGPT-এ চাৰ্ছ কৰাৰ আগতে ভাবক

আগতে আছিল গুগল৷ এতিয়া আহিছে চাটজিপিটি৷ কোনো প্ৰশ্নৰ উত্তৰ জানিবলৈ ইয়াৰ সহায় লোৱা হয়৷ নিজে মূৰ ঘমোৱাৰ প্ৰয়োজন নাই৷ যিকোনো বিষয় জানিবলৈ...

পিঁয়াজ সৰহকৈ খালেও হ’ব পাৰে এইবোৰ বিপদ

যিমানে উপকাৰিতা নাথাকক কিয় প্ৰয়োজনতকৈ অধিক সেৱন কৰাটো যিকোনো বস্তুৱেই বেয়া৷ অত্যধিক সেৱনে ঘিউ-মৌও বিষলৈ পৰিণত হ’ব পাৰে৷ ঠিক একেদৰে পিঁয়াজ...

নিয়মিত ছচ্‌মা ব্যৱহাৰ কৰিলে চকুৰ দৃষ্টিশক্তি ঠিক হয়নে?

ছচ্‌মা আচলতে কিয় প্ৰয়োজন, কোনসকলৰ দৰকাৰ৷ কিছুদিন ব্যৱহাৰ কৰাৰ পাছত কি ছচ্‌মাৰ পৰা মুক্তি পাব পাৰি– এইধৰণৰ বিভিন্ন প্ৰশ্ন আমাৰ মনত...