Home Daily news

Daily news

[rev_slider alias=”ad-slider-1″]

আয়ুৰ্বেদৰ মতে এইকেইটা কাম নিয়মিতভাৱে কৰক

আমি প্ৰত্যেকেই পুৱা উঠাৰ পৰা ৰাতি শোৱালৈকে বিভিন্ন কাম কৰোঁ৷ কামৰ পৰা যেন আহৰিয়েই নাই৷ লগতে খোৱা-লোৱাৰ সঠিক সময় নোহোৱা, ব্যস্ততা, স্ত্ৰেচ...

কোন হৰমনৰ কাৰণে মূৰত টক পৰে : ৰোধৰ উপায়

ল’ৰাই হওক বা ছোৱালীয়েই হওক চেহেৰাৰ সাৰ্বিক সৌন্দৰ্যৰ কাৰণে চুলিয়ে অত্যন্ত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে৷ মূৰৰ চুলি পাতল, ঘন, চিল্কী, ৰুক্ষ বা...

UNICEF-ৰ প্ৰতিবেদনত ভাৰতত শিশুৰ পুষ্টিহীনতাৰ উদ্বেগজনক তথ্য

অলপতে প্ৰকাশিত ইউনিচেফৰ এক প্ৰতিবেদনত সমগ্ৰ বিশ্বত শিশুসকলৰ খাদ্য দৰিদ্ৰতাৰ অৱস্থাৰ উদ্বেগজনক পৰিক্ৰমা দাঙি ধৰা হৈছে৷ চাইল্ড ফুড পভাৰ্টি ঃ নিউট্ৰিশ্যন ডিপ্ৰাইভেশ্যন...

গৰ্ভাৱস্থাত সঘনাই ভাত খোৱাৰ অভ্যাস উচিতনে ?

গৰ্ভাৱস্থা মহিলাসকলৰ জীৱনৰ অত্যন্ত বিশেষ এটা অধ্যায়৷ এই সময়খিনি সন্তান সম্ভৱা মাতৃগৰাকীয়ে সকলো দিশতে যথেষ্ট সাৱধানতা অৱলম্বন কৰা দৰকাৰ৷ এগৰাকী গৰ্ভৱতী মহিলাই...

অতিৰিক্তকৈ পকা কল খোৱাটো স্বাস্থ্যকৰনে ?

বজাৰত সতেজ, মঙহাল কল দেখিলে ৰ’ব নোৱাৰি ডজন হিচাপত কল কিনা যায৷ কিন্তু বজাৰৰ পৰা কিনা এই সতেজ, তজবজীয়া কল এটা দিনৰ...

মহিলাৰ অনিয়মীয়া মাহেকীয়াৰ পৰিত্ৰাণৰ ঘৰুৱা উপায়

মহিলাসকলে সন্মুখীন হোৱা শাৰীৰিক সমস্যাসমূহৰ ভিতৰত অন্যতম হৈছে মাহেকীয়া অনিয়মীয়া হোৱা৷ মাহেকীয়া ঋতুস্ৰাৱ সময়মতে নোহোৱা বা একেৰাহে হৈ থাকিলে, ঋতু আৰম্ভ হোৱাৰ...

আলোড়ন : বৰফৰ মাজত খোজ মিলিল ভাইৰাছ

ভাইৰাছৰ নাম শুনিলেই সকলোৰে চিন্তাৰ কাৰণ হৈ পৰে৷ এইবাৰ বৰফৰ ৰাজ্যত সেই ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে৷ বৰফৰ ৰাজ্যত সন্ধান পোৱা এই ভাইৰাছৰ...

আমৰ গুটি পেলাই নিদিব : জানক ইয়াৰ উপকাৰিতা

আমি সাধাৰণতে যিকোনো ফল খাই ইয়াৰ বীজ বা গুটিবোৰ পেলাই দিওঁ৷ কিন্তু বেছিভাগ ফলৰ বীজৰ আছে ভাবিব নোৱৰা উপকাৰিতা৷ যিয়ে শৰীৰৰ ৰোগ...

চাহপাত পেলাই নিদিব এইবোৰ কামত লগাওক

পুৱা শুই উঠিয়েই চাহকাপ নহ’লে যেন নচলে৷ চাহকাপে আমাক দিনটোৰ কাৰণে সতেজ আৰু সক্ৰিয় কৰি তোলে৷ পিছে প্ৰায়ে আমি চাহকাপ বনাই উঠি...

পুৰুষৰ বাবে দুৰ্দান্ত উপকাৰী : ৯৯%ই নাজানে পিঁয়াজ খোৱাৰ নিয়ম

পিঁয়াজ অবিহনে কোনো ব্যঞ্জনেই সম্পূৰ্ণ নহয়৷ ৰন্ধন কাৰ্যত পিঁয়াজ আদৰ উচ্চ তথা অন্যতম সামগ্ৰী৷ আমিষ ৰন্ধন প্ৰণালীতো পিঁয়াজ নোহোৱাকৈ একেবাৰে অসম্ভৱ৷ পিঁয়াজে...

বিজ্ঞানীৰ তথ্য : পৰিৱৰ্তন হ’ব পাৰে পৃথিৱীৰ দিনৰ দৈৰ্ঘ্য

পৃথিৱীৰ ওপৰত কি কি পৰিৱৰ্তন তথা ঘটনা ঘটিছে, সেইবোৰ আমি দেখা পাওঁ৷ কিন্তু ভূভাগৰ তলত পৃথিৱীৰ কেন্দ্ৰপৰ্যন্ত এখন যে বিশাল জগত আছে...

বিশ্বৰ সেৱা মিঠাইৰ তালিকাত ভাৰতৰ তিনিবিধ মিঠাইৰ স্থান

শেহতীয়াকৈ বিশ্বৰ সকলোতকৈ পচন্দৰ মিঠাইত এখন তালিকা প্ৰকাশ কৰা হয়৷ এই তালিকাত ভাৰতৰ তিনিবিধ মিঠাই স্থান লাভ কৰিছে৷ ভাৰতবৰ্ষ ইয়াৰ বৈচিত্ৰ্যময় সংস্কৃতি...

Most Read

ৰাতিৰ টোপনিত ব্যাঘাত জন্মাইছে ‘নকচুৰিয়া’ই! কি এই ৰোগ ?

ৰাতি টোপনিৰ সময়ত বাৰে বাৰে প্ৰস্ৰাৱ লগা অথবা প্ৰস্ৰাৱৰ প্ৰৱণতাই টোপনিত ব্যাঘাত জন্মায়৷ গোটেই দিনৰ কামৰ ভাগৰ, ক্লান্তি দূৰ কৰিবলৈ নিশা চকুৰ...

গেছৰ সমস্যা হ’লেই এণ্টাছিড খায়? সতৰ্ক নহ’লে বিপদ অৱশ্যম্ভাৱী

বহুতৰে পুৱা টোপনিৰ পৰা উঠিয়েই খালী পেটত গেছৰ সমস্যাৰ বাবে ঔষধ সেৱন কৰে৷ মজিয়াত ভৰি দিয়েই এণ্টাছিড এটা নাখালে দিনটো শান্তি...

জৰায়ুত নহয়, লিভাৰত বাঢ়িছে ভ্ৰূণ ‘এক্টোপিক প্ৰেগনেন্সি’ৰ চিকাৰ মহিলা

জৰায়ুৰ সলনি লিভাৰত ভ্ৰূণ বাঢ়িবলৈ লৈছে৷ এনেধৰণৰ বিৰল ঘটনা ভাৰতত প্ৰথমবাৰৰ কাৰণে হৈছে বুলি দাবী কৰিছে চিকিৎসকে৷ সমগ্ৰ বিশ্বত অন্তঃসত্ত্বা 0.২৫ ৰ...

ফিতাকৃমিৰ সংক্ৰমণৰ বাবে ভাৰতত স্নায়ুৰ ৰোগত আক্ৰান্তৰ সংখ্যা বৃদ্ধি

বিশ্ব স্বাস্থ্য সংস্থা চমুকৈ ‘হু’ আৰু চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰল এণ্ড প্ৰিভেনশ্যন ৰ ফালৰ পৰা সতৰ্ক কৰি দিয়া হৈছে যে ভাৰতত...